• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছন্দ বিচাৰি পালে কোহলীয়ে! ৩ বছৰৰ পিছত টেষ্টত শতক; গঢ়িলে কেইবাটাও অভিলেখ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 12, 2023 2:19 pm
আহমেদাবাদ টেষ্টত শতক অর্জন ককৰা মুহূৰ্তত বিৰাট কোহলী। ফটো: বিচিচিআই টুইটাৰ

আহমেদাবাদ টেষ্টত শতক অর্জন ককৰা মুহূৰ্তত বিৰাট কোহলী। ফটো: বিচিচিআই টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত বিৰাট কোহলীয়ে আহমেদাবাদত ছন্দ বিচাৰি পালে। ৩ বছৰ ৪ মাহৰ পিছত তেওঁ টেষ্ট ক্ৰিকেটত পুনৰ এটা শতকৰ মুখ দেখিলে। বিৰাটে শেষবাৰৰ বাবে ২০১৯ চনৰ নৱেম্বৰত টেষ্ট শতক অৰ্জন কৰিছিল। সেইবাৰ কলকাতাৰ ইডেন গাৰ্ডেনত বাংলাদেশৰ বিৰুদ্ধে দিবা-নিশাৰ টেষ্টত কোহলীয়ে ১৩৬ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলিছিল।

তেতিয়াৰ পৰা, বিৰাটে ৪১ টা টেষ্ট ইনিংছত ছয়টা অৰ্ধ-শতক অৰ্জন কৰিছে যদিও তিনিটা সংখ্যাৰ ঘৰত উপনীত হ’বলৈ সক্ষম হোৱা নাই। অৱশেষত, ৪২ তম ইনিংছত তেওঁ শতকৰ মুখ দেখিলে।

কোহলীয়ে আহমেদাবাদ টেষ্টৰ প্ৰথম ইনিংছত পাঁচটা বাউণ্ডেৰীৰ সহায়ত ২৪১ টা বলত ব্যক্তিগত শতক সম্পূৰ্ণ কৰে। চতুৰ্থ দিনা মধ্যাহ্ন ভোজনৰ পিছত বিৰাটে ভাৰতীয় ইনিংছৰ ১৩৮.২ অভাৰত লিয়’নৰ বলত ১ ৰাণ লৈ শতক সম্পূৰ্ণ কৰে।

Apply Now
আহমেদাবাদ টেষ্টত শতক অর্জন ককৰা মুহূৰ্তত বিৰাট কোহলী। ফটো: বিচিচিআই টুইটাৰ

কোহলীয়ে তেওঁৰ টেষ্ট কেৰিয়াৰৰ ২৮ তম শতক সম্পূৰ্ণ কৰিলে। সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা ক্ৰিকেটাৰসকলৰ তালিকাত তেওঁ দক্ষিণ আফ্ৰিকাৰ গ্ৰেম স্মিথ আৰু অষ্ট্ৰেলিয়াৰ এলান বৰ্ডাৰক অতিক্ৰম কৰে। এই ক্ষেত্ৰত তেওঁ অষ্ট্ৰেলিয়াৰ মাইকেল ক্লাৰ্ক আৰু দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাক স্পৰ্শ কৰে।

লক্ষণীয় যে গ্ৰেম আৰু বৰ্ডাৰে টেষ্টত ২৭ টা কৈ শতক অৰ্জন কৰিছে। আনহাতে, ক্লাৰ্ক আৰু আমলাই কোহলীৰ দৰে ২৮ টা টেষ্ট শতক অৰ্জন কৰিছে।

এইটো তিনিওটা ফৰ্মেটত কোহলীৰ ৭৫ তম আন্তৰ্জাতিক শতক। কোহলী শচীনৰ ১০০ টা শতকৰ পৰা ২৫ খোজ দূৰত আছে। কোহলীয়ে ইতিমধ্যে সকলো ফৰ্মেটত সৰ্বোচ্চ আন্তঃৰাষ্ট্ৰীয় শতকৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে। সৰ্বাধিক সংখ্যক টেষ্ট শতকৰ তালিকাত বিৰাট যুটীয়াভাৱে ১১ নম্বৰ স্থানত আছে। সকলোৱে জানে যে শচীনে সৰ্বাধিক ৫১ টা টেষ্ট শতক অৰ্জন কৰিছে।

আহমেদাবাদ টেষ্টত শতক অর্জন ককৰা মুহূৰ্তত বিৰাট কোহলী। ফটো: বিচিচিআই টুইটাৰ

ইপিনে, ঘৰুৱা খেলপথাৰত এইটো কোহলীৰ চতুৰ্দশ টেষ্ট শতক। ঘৰুৱা মাটিত ৫০ তম টেষ্টৰ ৭৭ তম ইনিংছত কোহলীয়ে তেওঁৰ চতুৰ্দশ শতক অৰ্জন কৰিছে।

সেইদৰে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত এইটো কোহলীৰ ৮ম শতক। এই ক্ষেত্ৰত, তেওঁ সুনীল গাভাস্কাৰক স্পৰ্শ কৰিছে। শচীন তেণ্ডুলকাৰে ভাৰতীয়সকলৰ মাজত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ১১ টা টেষ্ট শতক অৰ্জন কৰিছে। তিনিওটা ফৰ্মেটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এইটো কোহলীৰ ১৬তম আন্তঃৰাষ্ট্ৰীয় শতক।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am
খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

June 20, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd