• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৱল জাতি,ধৰ্মৰ নামত ৰাজনীতি কৰা বাদ দি কৃষি উৎপাদন বৃদ্ধি কৰাত গুৰুত্ব দিয়ক চৰকাৰে: অখিল গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2023 7:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে অসম বিধান সভাৰ কৰ্তন প্ৰস্তাৱৰ বিতৰ্কত নিজৰ বক্তব্য ৰাখি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে চৰকাৰক অসমৰ কৃষি উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা ল’বলৈ দাবী জনায়। সদনত ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কৃষি ক্ষেত্ৰত বিজেপি চৰকাৰৰ ভিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতি আৰু বাস্তৱত ই কিমানদূৰ ফলপ্ৰসূ হৈছে তাৰ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰে।

বিধায়ক অখিল গগৈয়ে কয় বিজেপিৰ ভিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতি আছিল ২০২৫ চনৰ ভিতৰত তেওঁলোকে অসমৰ প্ৰত্যেকখন পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব, কিন্তু এতিয়া চৰকাৰৰ Livelihood Mission এ কৈছে যে আচলতে অসমৰ ৫. ৪% মাটিতহে জলসিঞ্চন হৈছে। তাৰ বিপৰীতে পঞ্জাৱত ৯৭.০৩% মাটিত ইতিমধ্যে জলসিঞ্চনৰ ব্যৱস্থা হৈছে।

গগৈয়ে পুনৰ কয় বিজেপিয়ে ভিজন ডকুমেণ্টত প্ৰতিশ্ৰুতি দিছিল যে ৬৩ বছৰ হোৱাৰ লগে লগে এজন কৃষকক পেঞ্চন দিয়া হ’ব, কিন্তু খেতিয়কৰ বাবে এতিয়াও পেঞ্চনৰ কোনো ব্যৱস্থা কৰা হোৱা নাই ।

Apply Now

বিজেপিয়ে  ২০২১ চনত কৈছিল যে PM কিষাণ আঁচনিৰ অধীনৰ ভাৰত চৰকাৰে যি ধন দিয়ে তাৰ সৈতে অসম চৰকাৰে প্ৰত্যেক জন কৃষকলৈ অতিৰিক্ত ২০০০ টকা আগবঢ়াব। কিন্তু তাতো বিজেপি সফল নহ’ল।

অখিল গগৈয়ে কয় স্বাধীনতাৰ পাছত আমাৰ অসমত ৪ টা খণ্ডত কৃষিৰ উৎপাদন বৃদ্ধি হৈছে। এটা হ’ল ক্ষুদ্ৰ চাহ খেতি আৰু ইয়াত চৰকাৰৰ কোনো ভূমিকা নাই, বৰং এনেকুৱা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কে পাত পেলাই দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ উচিত দাম পোৱা নাই। সেয়ে বিধায়ক গৰাকীয়ে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক চাহপাতৰ উচিত মূল্য পোৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।

দ্বিতীয়তে উৎপাদন বৃদ্ধি হৈছে গোৱালপাৰা আৰু বঙাইগাঁও জিলাত ৰবৰৰ খেতিৰ। তৃতীয়তে অসমৰ অন্যতম মূল উৎপাদন হ’ল শাক পাচলি। কিন্তু অখিল গগৈয়ে কয় যি সকলে শাক পাচলি উৎপাদন কৰে সেই সকলক চৰকাৰে কিন্তু সহ্য কৰিব নোৱাৰে। চতুৰ্থতে আছে মাছৰ উৎপাদন। বিধায়ক গৰাকীয়ে কয় অসমৰ যদি সঁচাকৈ কৃষি ক্ষেত্ৰত উন্নতি হৈছে সেয়া হৈছে মাছৰ ক্ষেত্ৰত, য’ত ভাৰতৰ ভিতৰত মাছৰ উৎপাদনৰ ক্ষেত্ৰত অসম ১২ নম্বৰ স্থানত আছে।  কিন্তু তাতো চৰকাৰৰ  বিশেষ ভূমিকা নাই, কাৰণ মৎস্য উৎপাদক সকলৰ লগতো চৰকাৰৰ মতবিৰোধ আছে।

বিধায়ক গৰাকীয়ে কয় গতিকে এনে দ্বন্দ সমূহ চৰকাৰে যেতিয়ালৈকে আঁতৰ কৰিব নোৱাৰিব, তেতিয়ালৈকে চৰকাৰখনে কৃষি ক্ষেত্ৰৰ উৎপাদন বৃদ্ধি কৰাটো সম্ভৱ নহ’ব। পাঞ্জাৱৰ মাটিকালি ৫০০০০ বৰ্গ কিলোমিটাৰ মাটিৰ খেতি হয় ৭৮ লাখ ৩৮ হাজাৰ হেক্টৰত। আনহাতে, অসমৰ মাটিকালি  ৭৮০০০ বৰ্গ কিলোমিটাৰত খেতি হয় ৪০,০০০ হেক্টৰ মাটিত। কৃষি কাৰ্যৰ ঘনত্বৰ ক্ষেত্ৰত পশ্চিম বংগত ১৯২.০৪ %, পঞ্জাৱৰ ১৮৯.০৯ % হোৱাৰ বিপৰীতে অসমৰ ১৪৭.০৩% হে।

তেওঁ উল্লেখ কৰে যে ধানৰ উৎপাদনৰ ক্ষেত্ৰতো অসমৰ অৱস্থা বেয়া। মাংস উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে ১৭ নং স্থানত, গাখীৰ উৎপাদনত ভাৰতবৰ্ষৰ ভিতৰত ২১ নং স্থানত, কণী উৎপাদনত ১৮ নং স্থানত, মাছ উৎপাদনত ১২ নং স্থানত, cold storage capacity ৰ ক্ষেত্ৰত ১৮ নং স্থানত আছে।

বিধায়ক অখিল গগৈয়ে কয় সকলো ক্ষেত্ৰতে আমাৰ অৱস্থা বেয়া, কিন্তু চৰকাৰে এইবোৰৰ উন্নয়ন কৰিবলৈ যি সমূহ ব্যৱস্থা ল’ব লাগে সেই সমূহ ব্যৱস্থা হাতত লোৱা নাই। কেৱল জাতি আৰু ধৰ্মৰ নামত ৰাজনীতি কৰিছে। গতিকে তেখেতে চৰকাৰক এই মুহূৰ্তত দাবী জনাইছে যে চৰকাৰে কৃষিকাৰ্যৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত মনোনিবেশ কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd