• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ছিকিম পুলিচৰ দখলত মহেন্দ্ৰ কাৰ্কী ফুটবল প্ৰতিযোগিতাৰ বিজয়ী খিতাপ

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
May 1, 2018 8:57 am
SP-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিকিমৰ গেংটকস্থিত পালজৰ ষ্টেডিয়ামত চলা দ্বিতীয় সংখ্যক মহেন্দ্ৰ কাৰ্কী সোঁৱৰণী আমণ্ট্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ছিকিম পুলিচ।

সোমবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত ছিকিম পুলিচে  কালিমপং য়ুনাইটেড ব্ৰাদাৰ্ছক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ বিজয়ীৰ সন্মান লাভ কৰে।

Apply Now

অতি ৰোমাঞ্চকৰে ভৰপূৰ মেচখনত দুয়োটা দলে আক্ৰমণাত্মক খেল খেলে যদিও ছিকিম পুলিচৰ হৈ সঞ্জয় ভূটীয়াই মেচখনৰ ২৯ মিণিটত প্ৰথমটো গ’ল কৰি দলটোক অগ্ৰগতি দিয়ে। ইয়াৰ ঠিক ১ মিণিট পাছতে ছিকিম পুলিচৰ আন এজন খেলুৱৈয়ে দ্বিতীয়টো গ’ল কৰি অগ্ৰগতি ২-০ লৈ বৃদ্ধি কৰে।

ইফালে প্ৰথমাৰ্ধৰ খেল অন্ত পৰাৰ ঠিক পাঁচ মিনিটৰ পূৰ্বে চুক্ৰাজ চুব্বাই আন এক দৰ্শণীয় গ’ল কৰি ছিকিম পুলিচক প্ৰথমাৰ্ধতে ৩-০ গ’লৰ অগ্ৰগতি প্ৰদান কৰে।

মেচখনত প্ৰত্যাৱৰ্তন কৰাৰ বাবে কালিমপং য়ুনাইটেড ব্ৰাদাৰ্ছৰ খেলুৱৈ সকলে যথেষ্ট চেষ্টা চলোৱাৰ অন্তত চোনম লেপছাৰ জৰিয়তে প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে মেচৰ অন্তিম মিনিটত ছিকিম পুলিচে পুনৰ এটা গ’ল কৰি ব্যৱধান ৪-১ লৈ বৃদ্ধি কৰে। আৰু মেচখনত সহজে বিয়জী সাব্যস্ত হয়।

ইফালে মেচখনত উন্নত প্ৰদৰ্শন দাঙি ধৰা ছিকিম পুলিচৰ টেম্পো ভূটীয়াক মেচখনৰ শ্ৰেষ্ঠ আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ট খেলুৱৈ হিচাপে বিবেচিত হয় কালিমপং য়ুনাইটেড ব্ৰাদাৰ্ছৰ দেৱাশীষ ৰায়।

ইয়াৰ উপৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ সন্মান পাই ছিকিম পুলিচৰ পুজন প্ৰধানে আৰু প্ৰতিযোগিতাৰ সৰ্বাধিক গ’ল দাতাৰ সন্মান পাই গণেশ লিম্বোৱে।

মেচৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ হিচেই লাছুংপা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব এচডি ধাকাল, প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ পৰিয়ালবৰ্গৰ লগতে বহুতো লোক উপস্থিত থাকে।

উল্লেখ্য যে গেংটকস্থিত ছিকিম বইজ ফুটবল ক্লাবৰ উদ্যোগত যোৱা ১৯ এপ্ৰিলৰ পৰা এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল।

গেংটক নিবাসী মহেন্দ্ৰ কাৰ্কী ২০১১ চনত গেংটকত সংঘটিত এটা পথ দুৰ্ঘটনাত নিহত হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩১ বছৰ। প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ সৈতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা ছিকিম বয়জ ফুটবল ক্লাবৰ সদস্যসকলে তেওঁৰ বন্ধুৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।

সাগৰ চেত্ৰী

সাগৰ চেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd