• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইকেইটা লক্ষণে দেখা দিছে নেকি? হ’ব পাৰে ‘খাদ্যপ্ৰাণ খ’ৰ অভাৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2023 5:45 pm
278
VIEWS
Share on FacebookShare on Twitter

স্নায়ুতন্ত্ৰৰ স্বাভাৱিক কাম–কাজত ভিটামিন বি ১২ তথা ‘খাদ্যপ্ৰাণ খ’ৰ ভূমিকা গুৰুত্বপূৰ্ণ।

এইবিধ ভিটামিনে মাইলিন (স্নায়ুৰ চাৰিওফালে গঠন হোৱা এটা অৱৰোধক স্তৰ বা আৱৰণ) সংশ্লেষণ আৰু হাড়ৰ মজ্জাত ৰক্তকণিকা পৰিপক্ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই পুষ্টিকৰ উপাদানৰ অভাৱত শৰীৰত বিভিন্ন লক্ষণে দেখা দিব পাৰে। ভিটামিন বি ১২ ৰ অভাৱৰ ইংগিত দিয়া ৫ টা লক্ষণ ইয়াত উল্লেখ কৰা হ’ল:

ভাগৰুৱা, মূৰৰ বিষ আৰু মেজাজৰ সমস্যা :

শৰীৰত ভিটামিন বি ১২ৰ অপৰ্যাপ্ত পৰিমাণে অক্সিজেন প্ৰদানত বাধাৰ সৃষ্টি কৰাৰ লগতে স্বাভাৱিক ৰঙা তেজৰ উৎপাদন হ্ৰাস কৰি মেগাল’ব্লাষ্টিক এনিমিয়াৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত ভাগৰুৱা যেন লগা আৰু আনকি মূৰৰ বিষ হোৱাৰ লগতে মেজাজৰ পৰিৱৰ্তন হ’ব পাৰে।

গেষ্ট্ৰাইটিছৰ সমস্যা :

ভিটামিন বি ১২ ৰ অভাৱত পাচনতন্ত্ৰত প্ৰভাৱ পৰিব পাৰে। পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে আন্ত্ৰিক অংশত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন সোমাব নোৱাৰে যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা যেনে ডায়েৰিয়া, বমি, কোষ্ঠকাঠিন্য, পেট ফুলা আৰু ভোক কমি যায়।

ছালৰ সমস্যা :

ভিটামিন বি ১২ ৰ অভাৱত ৰক্তহীনতা হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ ছালত শেঁতা হালধীয়া ৰঙৰ ৰংকে ধৰি ছালৰ ৰং প্ৰভাৱিত হ’ব পাৰে।

মুখৰ ভিতৰত হোৱা সমস্যা :

ভিটামিন বি ১২ৰ অভাৱত ‘লিংগুৱেল পেৰেষ্টেছিয়া’ হ’ব পাৰে। এনে অৱস্থাত জিভা ফুলা বা জ্বলা–পোৰা অনুভৱ হয়।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd