• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইডিএছ ৰূপায়নৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱে আৰু ৰেইলটেলৰ মাজত বুজাবুজি চুক্তিত স্বাক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2023 8:58 am
আইডিএছ স্থাপনৰ বুজাবুজি চুক্তিত স্বাক্ষৰৰ মুহূৰ্ত। ফটো: উত্তৰ পূব সীমান্ত ৰে'লৱে।

আইডিএছ স্থাপনৰ বুজাবুজি চুক্তিত স্বাক্ষৰৰ মুহূৰ্ত। ফটো: উত্তৰ পূব সীমান্ত ৰে'লৱে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূব সীমান্ত ৰে’লৱেই সোমবাৰে ৰে’ল-হাতীৰ সংঘৰ্ষ আৰু দুৰ্যোগ প্ৰশমন ব্যৱস্থা প্ৰতিহত কৰাৰ উদ্দেশ্যে ইনট্ৰুজন ডিটেকচন চিষ্টেম (আই.ডি.এছ.) স্থাপনৰ বাবে ৰে’লটেইল কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷

উত্তৰ পূব সীমান্ত ৰে’লৱেই বন্য জন্তু, বিশেষকৈ হাতীৰ ৰে’লৱে ট্ৰেকৰ কাষেৰে চলাচল প্ৰতিহত আৰু চিনাক্ত কৰাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ গুৰুত্বপূৰ্ণ খণ্ডসমূহত আইডিএছ স্থাপন কৰাটো হৈছে ইয়াৰ ভিতৰত অন্যতম।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ চীফ কমিউনিকেচন ইঞ্জীনিয়াৰ জি আৰ দাস আৰু এক্সজিকিউটিভ ডাইৰেক্টৰ/ইষ্টাৰ্ণ ৰিজন/ ৰেলটেইল জাকিৰ ছিদ্দিকিয়ে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তা আৰু ভাৰতীয় ৰে’লটেইল নিগমৰ চীফ মেনেজিং ডাইৰেক্টৰ সঞ্জয় কুমাৰৰ উপস্থিতিত এই বুজাবুজি চুক্তিখনত স্বাক্ষৰ কৰে।

Apply Now

লগতে পঢ়ক: প্ৰেমে বয়স নামানে! ৯২ বছৰ বয়সত পঞ্চম বিবাহৰ বাবে সাজু মিডিয়া সম্ৰাট ৰুপাৰ্ট মৰ্ডক; কইনা কোন?

পশ্চিম বংগৰ আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত ডুৱাৰ্চ অঞ্চলৰ হাচিমাৰা-চালছা খণ্ড আৰু অসমৰ লামডিং মণ্ডলৰ অন্তৰ্গত লংকা-হাৱাইপুৰ খণ্ডত উত্তৰ পূব সীমান্ত ৰে’লৱেই হাতত লোৱা আই.ডি.এছ.-ত পাইলট প্ৰকল্পটোৰ ১০০% সফলতাৰ পিছত এতিয়া উত্তৰ পূব সীমান্ত ৰে’লৱেত বিস্তৃত হৈ থকা আন সকলো হস্তী কৰিডৰত ক্ৰমান্বয়ে প্ৰণালীটো স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

প্ৰণালীটো আৰ্টিফিচিয়েল ইন্টেলিজেন্স (এআই) আধাৰিত আৰু বিদ্যমান অপ্টিকেল ফাইবাৰসমূহ সংশ্লিষ্ট এলেকাসমূহত বন্য জন্তুৰ চলাচল চিনাক্ত কৰিবলৈ চেন্সৰ হিচাপে ব্যৱহাৰ কৰা হ’ব আৰু সতৰ্ক নিয়ন্ত্ৰণ কাৰ্যালয়, ষ্টেচন মাষ্টৰ, গেটমেন আৰু লোকো পাইলট সকলকো সতৰ্ক কৰিবৰ বাবে ব্যৱহাৰ কৰা হব। ই ট্ৰেকত হাতীৰ উপস্থিতি প্ৰকৃত সময়ৰ ভিত্তিত অনুধাৱন কৰাৰ বাবেডায়ালেইচিচ স্কেটাৰিং ফেনোমেননৰ ওপৰত কাম কৰা ফাইবাৰ অপটিক আধাৰিত ধ্বনি প্ৰণালী ব্যৱহাৰ কৰে।

এ.আই. আধাৰিত ছফ্টৱেৰে ৬০কিলোমিটাৰ পৰ্যন্ত এক ব্যাপ্তিৰে লক্ষ্যণীয়  চলাচল নিৰীক্ষণ কৰিব পাৰে। ইয়াৰ উপৰিও আইডিএছে ৰে’লৰ ফ্ৰেকচাৰ, ৰে’লপথৰ ওপৰত অনধিকাৰ প্ৰৱেশ আৰু ৰে’লৱে ট্ৰেকৰ সমীপত অনাধিকৃত খনন আৰু ট্ৰেকৰ সমীপৰ ভূমিস্খলন আদিৰ বাবে দুৰ্যোগ প্ৰশমন সম্পৰ্কে সতৰ্ক কৰি ৰখাত সহায় কৰিব।

লগতে পঢ়ক: প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিলে ইণ্টাৰপোলে; কি হ’ব এতিয়া?

উল্লেখযোগ্য যে এই পাইলট প্ৰকল্পটো ৰে’লপথৰ সমীপলৈ অহা বহুতো হাতীৰ জীৱন ৰে’লৰ খুন্দাৰ পৰা ৰক্ষা কৰাত ইতিমধ্যে যথেষ্ট সফলতাৰে ৰূপায়ন কৰা হৈছে।    

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd