• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোডীলৈ কেজৰিৱালৰ পত্ৰ: ‘দিল্লীবাসীৰ ওপৰত আপোনাৰ খং কিয়? অনুগ্ৰহ কৰি বাজেট বন্ধ নকৰিব’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 21, 2023 11:21 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ বাজেট স্থগিত কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে। ইয়াত মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে দেশৰ ৭৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এখন ৰাজ্যৰ বাজেট বন্ধ কৰা হৈছে।

কেজৰিৱালে প্ৰধানমন্ত্ৰী মোডীক সুধিছে, ‘আপুনি আমাক দিল্লীবাসীক কিয় বেয়া পাইছে? অনুগ্ৰহ কৰি দিল্লীৰ বাজেট বন্ধ নকৰিব। দিল্লীৰ মানুহে  আপোনাক হাত জোৰ কৰি প্ৰাৰ্থনা কৰি আছে আমাৰ বাজেট পাছ কৰি দিয়ক।”

লগতে পঢ়ক: ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা! ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় দূতাবাসত তাণ্ডৱ খালিস্তানী পন্থীৰ

Apply Now

ইয়াৰ পূৰ্বে, কেজৰিৱালে দাবী কৰিছিল যে কেন্দ্ৰই বিধানসভাত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে দিল্লীৰ বাজেট উপস্থাপন স্থগিত কৰিছে। সূত্ৰ অনুসৰি, গৃহ মন্ত্ৰালয়ে দিল্লী চৰকাৰৰ বাজেটৰ ওপৰত স্থগিতাদেশ দিছে যাৰ বাবে ইয়াক মঙলবাৰে উপস্থাপন কৰিব পৰা নহ’ব।

কেজৰিৱালে বাজেট স্থগিত ৰখা বুলি দাবী কৰাৰ পিছত গৃহ মন্ত্ৰালয়ৰ সূত্ৰই কয় যে কেন্দ্ৰই দিল্লীৰ আম আদমী পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। ইয়াৰ আঁৰৰ কাৰণ হিচাপে দিল্লী চৰকাৰৰ বাজেট প্ৰস্তাৱত বিজ্ঞাপনৰ বাবে অধিক আৱণ্টনৰ বাবে উল্লেখ কৰা বুলি কোৱা হৈছে। একে সময়তে, আন্তঃগাঁথনি আৰু অন্যান্য উন্নয়নমূলক কামৰ বাবে তুলনামূলকভাৱে কম পৰিমাণ আৱণ্টন কৰা বুলি কোৱা হৈছে।

লগতে পঢ়ক: প্ৰেমে বয়স নামানে! ৯২ বছৰ বয়সত পঞ্চম বিবাহৰ বাবে সাজু মিডিয়া সম্ৰাট ৰুপাৰ্ট মৰ্ডক; কইনা কোন?

কোৱা হৈছে যে আম আদমী পাৰ্টি চৰকাৰে এতিয়ালৈকে কেন্দ্ৰৰ দাবীৰ প্ৰতি সঁহাৰি দিয়া নাই। অৱশ্যে, কেজৰিৱাল চৰকাৰে কেন্দ্ৰৰ এই অভিযোগবোৰ মিছা বুলি অভিহিত কৰিছে। আম আদমী পাৰ্টীয়ে দাবী কৰে যে দিল্লীৰ মুঠ বাজেট হৈছে ৭৮,৮০০ কোটি টকা, যাৰ ভিতৰত বিজ্ঞাপনত ব্যয় কৰাৰ বাবে মাত্ৰ ৫৫০ কোটি টকা ধাৰ্য কৰা হৈছে।

আম আদমী পাৰ্টি চৰকাৰৰ মতে, এই বাজেটত আন্তঃগাঁথনি ব্যয়ৰ বাবে ২২,০০০ কোটি টকা ধাৰ্য কৰা হৈছে। এইটোও দাবী কৰা হৈছে যে যোৱা বছৰ বিজ্ঞাপনৰ বাবে একে পৰিমাণৰ আৱণ্টন কৰা হৈছিল। এটা টিভি অনুষ্ঠানত কেজৰিৱালে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক পোনপটীয়াকৈ আক্ৰমণ কৰে আৰু তেওঁলোকৰ ওপৰত গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন কৰে। আম আদমী পাৰ্টীয়ে বাজেটৰ ওপৰত নিষেধাজ্ঞা সম্পৰ্কীয় এটা ভিডিঅ’ টুইট কৰিছে।

লগতে পঢ়ক: প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিলে ইণ্টাৰপোলে; কি হ’ব এতিয়া?

দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰে ২০২৩-২০২৪ বৰ্ষৰ বাৰ্ষিক বিত্তীয় বিবৃতি ৯ মাৰ্চতে কিছু মন্তব্যৰ সৈতে অনুমোদন জনাইছিল। ইয়াৰ পিছত ফাইলটো মুখ্যমন্ত্ৰী কেজৰিৱাললৈ প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত দিল্লী চৰকাৰে ৰাষ্ট্ৰপতিৰ প্ৰয়োজনীয় অনুমোদন বিচাৰি গৃহ মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰে।

বাতৰি অনুসৰি, যোৱা ১৭ মাৰ্চত গৃহ মন্ত্ৰালয়ে দিল্লী চৰকাৰক ইয়াৰ আপত্তিৰ বিষয়ে অৱগত কৰে। তেতিয়াৰ পৰা দিল্লী চৰকাৰৰ পৰা কোনো সঁহাৰি প্ৰেৰণ কৰা হোৱা নাই। লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যালয়ে ফাইলটো চৰকাৰৰ দ্বাৰা প্ৰেৰণ কৰাৰ বাবে অপেক্ষা কৰি থকা বুলি কোৱা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd