• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপ্ৰতিৰোধ্য লাভলিনা: বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণৰ দিশত আৰু মাথোন এখোজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2023 6:58 am
Lovlina Borgohain
169
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ৰীড়াজগতলৈ আন এক গৌৰৱৰ বতৰা। বক্সিং ৰিঙত অক্লান্ত মনোবলেৰে বিশ্বৰ মানচিত্ৰত দেশৰ নাম উজ্বলাই গৃহভূমি অসমক পুনৰ এবাৰ গৌৰৱান্বিত কৰি তুলিছে তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁয়ে।

অলিম্পিক ব্ৰঞ্জ বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে চলিত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দেশৰ প্ৰত্যাশা কঢ়িয়াই ফাইনেলত প্ৰৱেশ কৰিছে।

৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়োৱা লাভলিনাই বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হোৱা ছেমি ফাইনেলত চীনৰ লি কিয়ানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে নিশ্চিত কৰিছে অন্তত: এটি ৰূপৰ পদক।

পূৰ্বে দুবাৰকৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া লাভলিনাই এইবাৰ ছেমিৰ বাধা অতিক্ৰম কৰি প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিছে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত।

চীনা প্ৰতিদ্বন্দী তথা টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী লি কিয়ানক ৪-১ ব্যৱধানত পৰাস্ত কৰি আকাংক্ষিত স্বৰ্ণৰ দিশত এক দৃঢ় খোজ আগবঢ়াইছে লাভলিনাই।

 

दमदार Lovlina 💪💥

Into the Finals with a 4️⃣-1️⃣ win 🤩🥊

Book your tickets, to not miss the action 🔗:https://t.co/k8OoHXo2BA@AjaySingh_SG l @debojo_m#itshertime #WorldChampionships #WWCHDelhi @IBA_Boxing @Media_SAI @LovlinaBorgohai pic.twitter.com/Zd2JamUOd3

— Boxing Federation (@BFI_official) March 23, 2023

লাভলিনাৰ লগতে ভাৰতৰ আন তিনিগৰাকী তাৰকা বক্সাৰ ক্ৰমে নিখাত জাৰিন, নিতু ঘাংঘাছ আৰু ছ’ইটী ব’ৰাই ফাইনেলত প্ৰৱেশেৰে স্বৰ্ণ জয়ৰ সম্ভাৱনা জগাই তুলিছে।

সাম্প্ৰতিক সময়ত দেশৰ শীৰ্ষস্থানীয় বক্সাৰ নিখাত জাৰিনে ৫০ কেজি শাখাৰ ছেমি ফাইনেলত কলম্বিয়াৰ ইংৰিট ভেলেন্সিয়াক পৰাস্ত কৰে।

আনহাতে ২২ বৰ্ষীয় বক্সাৰ নিতু ঘাংঘাছে ৪৮ কেজি শাখাত কাজাখস্তানৰ আলুৱাক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে।

সেইদৰে ৮১ কেজি শাখাত ছ’ইটী ব’ৰাই অষ্ট্ৰেলিয়াৰ এমা গ্ৰীণট্ৰিক পৰাস্ত কৰি প্ৰৱেশ কৰে ফাইনেলত।

Recent News

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd