• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰকৃতিৰ ৰোষত মিচিচিপি: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ২৩ গৰাকীৰ, আহত কেইবাগৰাকীও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2023 6:59 am
Mississippi
168
VIEWS
Share on FacebookShare on Twitter

আমেৰিকান চহৰ মিচিচিপিত চলিছে প্ৰকৃতিৰ তাণ্ডৱলীলা। প্ৰবল ধুমুহা আৰু প্ৰচণ্ড বজ্ৰপাতৰ ফলত চহৰখনত প্ৰাণ হেৰুৱাইছে প্ৰায় ২৩ গৰাকী লোকে। তদুপৰি এই প্ৰাকৃতিক প্ৰলয়ত কেইবাগৰাকীও লোক আহত হোৱাৰ লগতে চাৰিগৰাকী লোক সন্ধানহীন হৈ থকা বুলি চহৰখনৰ জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাই সদৰী কৰিছে।

মিচিচিপিৰ জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাই টুইটযোগে জানিবলৈ দিয়া মতে, পশ্চিম মিচিচিপিৰ চহৰ ছিলভাৰ চিটিত ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰাৰ পিছতে অনুসন্ধানকাৰী তথা উদ্ধাৰকাৰী দলে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলায়। অৱশ্যে চহৰখনৰ চাৰিগৰাকী লোক নিৰুদ্দেশ হৈ আছে বুলি তেওঁলোকে নিশ্চিত কৰে।

 

F5 tornado strikes Rolling Fork, Mississippi, seven dead reported, but toll likely to rise pic.twitter.com/N6GUl2NcVz

— Malinda 🇺🇸🇺🇦🇵🇱🇨🇦🇮🇹🇦🇺🇬🇧🇬🇪🇩🇪🇸🇪 (@TreasChest) March 25, 2023

বিভাগীয় কৰ্তৃপক্ষই লগতে মৃতকৰ সংখ্যা দুৰ্ভাগ্যজনকভাৱে বৃদ্ধি পাব পাৰে বুলি শংকা প্ৰকাশ কৰে। ইফালে আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থা, চি.এন.এন.- ৰ বাতৰি অনুসৰি ৰলিং ফৰ্ক চহৰো ধুমুহাৰ প্ৰকোপত পৰাৰ পিছত অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে অভিযান চলায়।

মিচিচিপিৰ গৱৰ্ণৰ টেট ৰিভে এক টুইট যোগে এই দুৰ্যোগৰ সময়ত চিকিৎসা সাহায্য সক্ৰিয় কৰি তোলাৰ লগতে আক্ৰান্তসকলৰ সুবিধাৰ বাবে অধিক এম্বুলেন্স আৰু অন্যান্য জৰুৰীকালীন সম্পত্তিৰ আহ্বান জনোৱা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে উদ্ধাৰ অভিযান অব্যাহত থকা বুলিও সদৰী কৰে।

These photos show the devastation after a tornado barreled through Rolling Fork, Mississippi. The storm cut an extremely wide path right through the center of the town. (Photo Credit: Mike Evans WLBT) pic.twitter.com/pxuqOOwjft

— WLBT 3 On Your Side (@WLBT) March 25, 2023

ইফালে আমেৰিকান ৰাষ্ট্ৰপতি জ’ বাইডেনে মিচিচিপিৰ এই দুৰ্যোগৰ বাবে শোক প্ৰকাশ কৰে আৰু যথাসাধ্য সকলো সহায় আগবঢ়োৱাৰ নিশ্চিতি দিয়ে।তেওঁ লগতে ধুমুহাত বিপৰ্যস্ত স্থানীয় লোকসকলক জৰুৰীকালীন সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

Recent News

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd