• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংকটত প্ৰাক্তন ৰাষ্ট্ৰপতি! পৰ্ণ তাৰকাক মুখ বন্ধ কৰিবলৈ ধন দিয়া গোচৰত অভিযুক্ত ড’নাল্ড ট্ৰাম্প

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2023 10:06 am
ড'নাল্ড ট্ৰাম্প। ফাইল ফটো: সংগ্ৰিহীত।

ড'নাল্ড ট্ৰাম্প। ফাইল ফটো: সংগ্ৰিহীত।

241
VIEWS
Share on FacebookShare on Twitter

এগৰাকী পৰ্ণ ষ্টাৰক মুখ বন্ধ কৰি ৰাখিবলৈ ধন দিয়াৰ গোচৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ প্ৰস্তুত কৰা হৈছে। বৃহস্পতিবাৰে মানহাটানৰ গ্ৰেণ্ড জুৰী আদালতত তেওঁক অভিযুক্ত কৰা হয়।

ড’নাল্ড ট্ৰাম্প অপৰাধমূলক অভিযোগৰ সন্মুখীন হোৱা আমেৰিকাৰ প্ৰথমগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে।

দেশখনৰ বিভিন্ন সংবাদ মাধ্যমত এই তথ্য সদৰী কৰা হৈছে। পৰ্ণ ষ্টাৰগৰাকীৰ নাম ষ্টৰ্মি ডেনিয়েলছ বুলি ইতিমধ্যে প্ৰকাশ পাইছে।

লগতে পঢ়ক: কোনো ৰেহাই নাই! চোৰাংচোৱাগিৰিৰ অভিযোগত ৰাছিয়াত আটক আমেৰিকাৰ সাংবাদিক

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মানহাটান জিলা এটৰ্নী এলভিন ব্ৰেগৰ নেতৃত্বত চলোৱা তদন্তৰ পিছতে ট্ৰাম্পৰ বিৰুদ্ধে  অভিযোগ প্ৰস্তুত কৰা হৈছে।

ৰিপাব্লিকান নেতাগৰাকীয়ে ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন বিচৰাৰ সময়তে আহিছে এই দু:সংবাদ।

বাতৰি মতে, ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত নিৰ্দিষ্ট অভিযোগ এতিয়াও জানিব পৰা হোৱা নাই, কিয়নো অভিযোগ এতিয়াও গোপনে ৰখা হৈছে।

আমেৰিকাৰ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ট্ৰাম্পৰ বিৰুদ্ধে ব্যৱসায়িক জালিয়াতিৰ ৩০টাতকৈও অধিক গোচৰ আছে।

লগতে পঢ়ক:  মুখামুখি সংঘৰ্ষত বিধ্বস্ত আমেৰিকাৰ দুখন সামৰিক হেলিকপ্টাৰ; নিহত ৯ জন

ইপিনে, ট্ৰাম্পে কয় যে তেওঁ “সম্পূৰ্ণ নিৰ্দোষী”। একে সময়তে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি নোযোৱাৰো ইংগিত দিয়ে।

ট্ৰাম্পে তেওঁৰ পুনৰ নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা বিনষ্ট কৰিবলৈ চেষ্টা কৰা বুলিও ডেম’ক্ৰেট শিৱিৰৰ বিৰুদ্ধে  অভিযোগ উত্থাপন কৰে।

Recent News

নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড প্ৰদানত কোনো কাৰণতেই ক্ষমা নকৰে বুলি দাবী য়েমেনৰ ভুক্তভোগী পৰিয়ালৰ

নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড প্ৰদানত কোনো কাৰণতেই ক্ষমা নকৰে বুলি দাবী য়েমেনৰ ভুক্তভোগী পৰিয়ালৰ

লাছ ভেগাছত অনুষ্ঠিত ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেমত প্ৰতিযোগিতাত মেগনাছ কাৰ্লচেনক পৰাস্ত প্ৰজ্ঞানন্দৰ

লাছ ভেগাছত অনুষ্ঠিত ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেমত প্ৰতিযোগিতাত মেগনাছ কাৰ্লচেনক পৰাস্ত প্ৰজ্ঞানন্দৰ

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

নিৰ্বাচনমুখী বিহাৰঃ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ঘোষণা নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰঃ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ঘোষণা নীতিশ কুমাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd