• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লিডু টিকক পাহাৰত দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে পাটকাই পাহাৰৰ বনাঞ্চল; সৰৱ টাই আহোম ছাত্ৰ সন্থা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
March 31, 2023 12:35 pm
টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল। ফটো: নৰ্থইষ্ট নাও।

টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগ্ৰাসনকাৰীৰ শেন চকু এইবাৰ অসমৰ বনাঞ্চলসমূহ। একাংশ আগ্ৰাসনকাৰীৰ বাবে অস্তিত্বৰ সংকটত পাটকাই পাহাৰ। বন দস্যুৰ কোপ দৃষ্টি পৰিছে পাটকাই পাহাৰৰ বনাঞ্চলত। এফালৰ পৰা কাটি তহিলং কৰি জ্বলাই দিছে পাহাৰৰ মুল্যৱান গছ-গছনি। ইয়াৰ পিছতো কিন্তু নীৰৱ নিৰ্বিকাৰ ৰাজ্যৰ বন বিভাগ।

ঐতিহাসিক পাটকাই পাহাৰৰ বুকুত বনদস্যুৰ আগ্ৰাসনৰ বিৰূদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যখনৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ। বৃহস্পতিবাৰে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোঁহাইৰ নেতৃত্বত এটা সজাতি দল দুষ্কৃতিকাৰীয়ে জ্বলাই তহিলং কৰা পাটকাই পাহাৰ পৰিদৰ্শন কৰে।

লগতে পঢ়ক: গুৰগাঁৱত গাড়ীৰ ভিতৰতে বন্ধুৰ ধৰ্ষণৰ বলি অসমৰ মহিলা; অভিযুক্তক আটক

Apply Now

এই পৰিদৰ্শন কালত টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সমিতিৰ বিষয়ববীয়া আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ বিষয়ববীয়াই তেওঁক সহযোগিতা আগবঢ়ায়। টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা জনে মৌন বন বিভাগ তথা স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।

টাই আহোম ছাত্ৰ সন্থাই ঐতিহাসিক পাটকাই পাহাৰত হোৱা আগ্ৰাসন কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে।

ইয়াৰ পিছতেই প্ৰতিনিধি দলটোৱে মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰীক সাক্ষাৎ কৰি উক্ত ঘটনা সন্দৰ্ভত অৱগত কৰে।

আনহাতে, কিছুদিন পূৰ্বে টাই আহোম ছাত্ৰ সন্থাই লিডু-মাৰ্ঘেৰিটাত চলি থকা অবৈধ চোৰাং কয়লা বেহাৰ বিৰুদ্ধে যি দৰে হুংকাৰ প্ৰদান কৰিছিল, পৰৱৰ্তী সময়ত সকলো বোৰ ফুটকাৰ ফেন হ’ল বুলিও চৰ্চা চলিছে। কেৱল মাত্ৰ ঢোৰা সাপৰ দৰে ফেট তোলাৰো অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: গণিতত ৫১, সমাজ বিজ্ঞানত ৮১! IPL-ৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল কোহলীৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট

বৃহস্পতিবাৰে মুহকুমাধিপতিক সাক্ষাতৰ পাছত মহকুমা প্ৰশাসন তথা টাই আহোম ছাত্ৰ সন্থাই অনাগত সময়ত কেনেধৰণৰ পদক্ষেপ লয় সেইয়া অৱশ্যে লক্ষণীয় হ’ব।

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd