• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গণিতত ৫১, সমাজ বিজ্ঞানত ৮১! IPL-ৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল কোহলীৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2023 11:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইপিএল-২০২৩ আৰম্ভ হোৱাৰ পূৰ্বে বিৰাট কোহলীৰ ভাইৰেল দশম শ্ৰেণীৰ মাৰ্কশ্বীটে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। স্কুলীয়া ছাত্ৰ হিচাপে তাৰকা ক্ৰিকেটাৰসকল কিমান চোকা আছিল সেই কথা জানিবলৈ বহুতেই আগ্ৰহী। খেলুৱৈ হিচাপে শীৰ্ষত অৱস্থান কৰা তাৰকা খেলুৱৈ পঢ়া-শুনাত  কিমান ভাল আছিল সেই কথা জানিব বিচৰাটোৱে স্বাভাৱিক।

কিন্তু বিৰাট কোহলীয়ে এইদৰে যে অনুৰাগীৰ আগ্ৰহ পূৰণ কৰিব, সেয়া কোনেও কল্পনা কৰা নাছিল। কোহলীয়ে নিজেও বিগত সময়ত কৈছে যে স্কুলত পাছ কৰা নম্বৰ পাবলৈ তেওঁ যিমান কষ্ট কৰিছিল ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সিমান কষ্ট কৰা নাছিল।

লগতে পঢ়ক: সংকটত প্ৰাক্তন ৰাষ্ট্ৰপতি! পৰ্ণ তাৰকাক মুখ বন্ধ কৰিবলৈ ধন দিয়া গোচৰত অভিযুক্ত ড’নাল্ড ট্ৰাম্প

Apply Now

ভাৰতীয় ক্ৰিকেটৰ ৰান মেচিনলৈ পৰিণত হোৱাৰ আগতে  কোহলীয়ে অন্ততঃ গণিতত পাছ মাৰ্ক লাভ কৰিবলৈ কিমান কছৰৎ কৰিবৱলগীয়া হৈছিল সেয়া  কোহলীয়ে নিজেই বুজাই দিলে।

আই পি এলত খেলত নমাৰ পূৰ্বে বিৰাটে নিজৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল, যিটো মুহূৰ্ততে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। দশম শ্ৰেণীত কোহলীয়ে গণিতত মুঠ ৫১ নম্বৰ লাভ কৰে। সমাজ বিজ্ঞানত ৮১ নম্বৰ পাইছে। ইংৰাজী আৰু হিন্দীত তেওঁৰ নম্বৰ ক্ৰমে ৮৩ আৰু ৭৫। বিজ্ঞান আৰু প্ৰযুক্তিত কোহলীয়ে মাত্ৰ ৫৫ ৰানহে লাভ কৰিছে।

লগতে পঢ়ক: গুৰগাঁৱত গাড়ীৰ ভিতৰতে বন্ধুৰ ধৰ্ষণৰ বলি অসমৰ মহিলা; অভিযুক্তক আটক

কোহলীৰ মাৰ্কশ্বীটত বিষয় আৰু প্ৰশ্ন চিহ্নৰ ঠাইত ৰঙা আখৰেৰে ক্ৰীড়া দেখুওৱা হৈছে, যিটো হয়তো কোহলীয়ে সম্পাদনা কৰিছে। আচলতে তেওঁ বুজাব বিচাৰিছিল যে স্কুলৰ বিষয় হিচাপে গুৰুত্বপূৰ্ণহীন আছিল খেলা-ধূলা। বিৰাটে ইংগিতসূচক ভাষাত ছবিখনৰ কেপচনো দিছে। তেওঁ লিখিছে, “মজাৰ কথাটো হ’ল যে মাৰ্কশ্বীটত যিবোৰ কথা গুৰুত্বপূৰ্ণ নহয়, সেইবোৰ কথা প্ৰায়ে চৰিত্ৰ গঠনত গুৰুত্বপূৰ্ণ হৈ পৰে।”

Virat Kohli's 10th class marksheet. pic.twitter.com/FNuCbUPsTB

— Mufaddal Vohra (@mufaddal_vohra) March 30, 2023

বৰ্তমান ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৰ বাবে আই পি এলৰ প্ৰস্তুতিত ব্যস্ত বিৰাট কোহলী। ৩১ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল। প্ৰতিযোগিতাখনৰ তৃতীয় দিনা ২ এপ্ৰিলৰ পৰা ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ অভিযান আৰম্ভ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

June 16, 2026 9:01 pm
সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd