• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এসপ্তাহতেই বিয়া ভাগিল ৯২ বছৰীয়া ৰূপাৰ্ট মাৰ্ডকৰ। কিন্তু কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2023 4:25 pm
180
VIEWS
Share on FacebookShare on Twitter

এসপ্তাহ পূৰ্বেই ‘এংগেজমেন্ট’ সম্পন্ন হৈছিল আমেৰিকাৰ বিখ্যাত ধনকুবেৰ ৰূপাৰ্ট মাৰ্ডক আৰু এন্নে লেছলি স্মিথৰ। পিছে ইয়াৰ এসপ্তাহ পিছতেই বুধবাৰে বিচ্ছেদ ঘোষণা কৰিছে ৰূপাৰ্ট মাৰ্ডকে।

মাত্ৰ কেইদিনমান আগতেই ৯২ বছৰীয়া ৰূপাৰ্টে নিজৰ পঞ্চম বিবাহৰ কথা ঘোষণা কৰিছিল। এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া এন্নেক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল ৰূপাৰ্টে।

ৰূপাৰ্টে নিজৰ দেশৰ সংবাদ মাধ্যমক এই বিবাহৰ বিষয়ে কৈছিল, প্ৰেমৰ কথা কৈছিল। এন্নেৰ প্ৰতিও তেওঁ আশাবাদী আছিল। অতীতৰ কথাবোৰ পাহৰি ৰূপাৰ্ট আগবাঢ়ি গৈছিল এটা নতুন জীৱনৰ দিশে, এখনি নতুন সংসাৰৰ ফালে।

কিন্তু ইয়াৰ মাজতে আহিল বেয়া খবৰটো। নিজৰ বিচ্ছেদ ঘোষণা কৰিলে ৰূপাৰ্টে।

এন্নেৰ অত্যধিক স্পষ্টবাদীতা আৰু ধৰ্মীয় আদৰ্শৰ সৈতে একমত হ’বলৈ অসুবিধা হৈছিল ৰূপাৰ্টৰ। সেয়েহে এই বিয়া ভংগৰ সিদ্ধান্ত লৈ পেলালে ধনকুবেৰ ৰূপাৰ্ট মাৰ্ডকে।

এতিয়া ৰূপাৰ্টৰ বিয়া ভঙাৰ খবৰে চৌদিশে লাভ কৰিছে ব্যাপক চৰ্চা। বহুতে সামাজিক মাধ্যমত লিখিছে – এই বয়সত বিয়া পতাৰ কথা ভাবিবলৈ কিহে পাইছিল ৯২ বছৰীয়া ৰাপাৰ্টক।

Recent News

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

নিৰ্বাচনমুখী বিহাৰঃ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ঘোষণা নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰঃ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ঘোষণা নীতিশ কুমাৰৰ

হৃদৰোগত আক্ৰান্ত হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু! হঠাৎ টিফিন বাকচৰ ওপৰত পৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু! হঠাৎ টিফিন বাকচৰ ওপৰত পৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দেহাৱসান

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd