• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিবিআইৰ ৰোষত মোডীৰ শাসনত ভাৰতৰ আৰ্থিক বৈষম্যৰ প্ৰতিবেদন দিয়া অক্সফাম!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2023 7:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিবিআইৰ ৰোষত বিদেশী অলাভজনক সংস্থা অক্সফামৰ ভাৰতীয় শাখা। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সূত্ৰই দাবী কৰিছে যে অক্সফামৰ বিৰুদ্ধে আন বহু সংস্থাৰ সৈতে বিদেশী ধনৰ লেনদেন কৰাৰ অভিযোগ আছে। ২০২০ৰ ২৯ ছেপ্টেম্বৰৰ  পৰা এনে লেনদেন নিষিদ্ধ। কিন্তু এই নিয়ম কাৰ্যকৰী হোৱাৰ পিছতো অক্সফাম ইণ্ডিয়াই এনে লেনদেন অব্যাহত ৰাখিছে বুলি অভিযোগত উঠিছে। ইয়াৰ বাবেই  কেন্দ্ৰই চিবিআইক বিষয়টোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

সূত্ৰসমূহে দাবী কৰিছে যে যোৱা বছৰে হেনো আয়কৰ বিভাগে এনে লেনদেনৰ সৈতে জড়িত ইমেইল বিচাৰি পাইছিল। আৰু সেই মেইলবোৰৰ পৰাই অক্সফাম ইণ্ডিয়াই আন এফচিআৰএ সংস্থালৈ ধন পঠোৱাৰ পৰিকল্পনা কৰিছে।

লগতে পঢ়ক: ৰিজাৰ্ভ বেংকৰ ঘোষণাত সকাহ! ৰেপো ৰেট বৃদ্ধি নকৰাৰ সিদ্ধান্ত গৱৰ্ণৰৰ

Apply Now

মন কৰিব যে ইয়াৰ ভিতৰত এনে এটা সংস্থাও আছে যাৰ এফচিআৰএ অনুজ্ঞাপত্ৰ যোৱা বছৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বাতিল কৰিছিল। এই অনুজ্ঞাপত্ৰ বাতিলৰ অধীনত সংস্থাটোৱে কোনো বিদেশী অনুদান গ্ৰহণ কৰিব নোৱাৰিব। সেই সময়ত বিৰোধীয়ে কেন্দ্ৰৰ এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিয়া দেখা গৈছিল।

ইয়াৰ লগতে সূত্ৰটোৱে লগতে দাবী কৰে যে আয়কৰ বিভাগৰ সমীক্ষাৰ পৰা দেখা গৈছে যে বহু বিদেশী সংস্থাই অক্সফাম ইণ্ডিয়াক স্বতন্ত্ৰভাৱে অনুদান আগবঢ়াইছে। যোৱা বছৰৰ জানুৱাৰী মাহত অক্সফামৰ এফচিআৰএৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হৈছিল। সেই সময়ত সংস্থাৰ ফালৰ পৰা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ কৰিছিল।

উল্লেখ্য যে যোৱা জানুৱাৰী মাহত অক্সফামে প্ৰকাশ কৰা এক সমীক্ষা প্ৰতিবেদনক লৈ হুলস্থুলৰ সৃষ্টি হৈছিল। প্রতিবেদনখনত উল্লেখ কৰা হৈছিল যে দেশৰ ৪০ শতাংশ ধন মাত্ৰ ১ শতাংশ ধনী মানুহৰ হাতত আছে৷

লগতে পঢ়ক:প্ৰতিশোধ! প্ৰেমিকাৰ বিয়াত বোমা উপহাৰ প্ৰাক্তন প্ৰেমিকৰ; বিস্ফোৰণত দৰাকে ধৰি দুজন নিহত

উক্ত সমীক্ষা প্ৰতিবেদনে দেশত আৰ্থিক বৈষম্যৰ মাত্ৰাৰ স্পষ্ট ইংগিত দিয়ে। ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানীৰ আয়ৰ ওপৰত এককালীন কৰ আৰোপ কৰিলে বহু চাকৰিৰ সৃষ্টি হ’ব পাৰে বুলিও নতুন সমীক্ষাটোত উল্লেখ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd