• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানসিক অশান্তি বা হতাশা আছে নেকি? এইকেইটা অভ্যাসে দূৰ কৰিব আপোনাৰ হতাশা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2023 8:20 pm
1.7k
VIEWS
Share on FacebookShare on Twitter

সুস্থ জীৱন এটা পাবলৈ হ’লে সুস্থ শৰীৰৰ লগতে সুস্থ মনৰো প্ৰয়োজন। মানসিকভাৱে সুস্থ নহ’লে শৰীৰতো ক্ষতি হ’ব। আজিৰ যুগত সকলোৱে “ডিপ্ৰেছন” শব্দটোৰ সৈতে পৰিচিত। ব্যক্তিগত আৰু পেছাগত জীৱনৰ সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ বাবে বহু লোক হতাশাত ভুগিছে। হতাশাই মানুহক ক্ৰমান্বয়ে অক্ষম কৰি তুলিছে।

যদি কোনোবাই দীৰ্ঘদিন ধৰি হতাশাত ভুগি থাকে তেন্তে পিছলৈ ই এটা ডাঙৰ ৰোগলৈ পৰিণত হ’ব পাৰে। সেই চাপে তেতিয়া মগজুৰ ক্ষতি কৰে। ই সুস্থ চিন্তাৰ বিকাশত বাধাৰ সৃষ্টি কৰে। গতিকে আৰম্ভণিতে মানসিক চাপ নাইকীয়া কৰিব লাগে।

ৰাতিপুৱাৰ কিছুমান স্বাস্থ্যসন্মত অভ্যাসে হতাশাৰ দৰে মানসিক সমস্যা দূৰ কৰিব পাৰে। ডিপ্ৰেছন বা মানসিক হতাশাক পৰাস্ত কৰাৰ কিছুমান সহজ উপায় জানি লও আহক –

সূৰ্যৰ পোহৰত থিয় হওক

সূৰ্যৰ পোহৰে আমাৰ শৰীৰত আনন্দদায়ক হৰম’নৰ উৎপাদন বৃদ্ধি কৰে। ফলত মানসিক স্বাস্থ্যৰ উন্নতি ঘটে। এই পদ্ধতিয়ে হতাশাত আক্ৰান্তসকলৰ বাবে অতিশয় কাম কৰে। মেলাটনিনে শৰীৰৰ টোপনিৰ চক্ৰ নিয়ন্ত্ৰণ কৰে। মেলাটনিন হৰম’ন আন্ধাৰত নিঃসৰণ হয়। সূৰ্যাস্তৰ পিছত আন্ধাৰ হোৱাৰ লগে লগে মগজুত মেলাটনিন হৰম’নৰ নিঃসৰণ বাঢ়ি যায়। আকৌ দিনত সূৰ্যৰ পোহৰত পৰিলে মেলাটনিন নিঃসৰণ কমি যায়। ফলত টোপনি কমি যায়। গতিকে, কিছু সময় ৰ’দত থাকিলে মেলাটনিনৰ মাত্ৰা হ্ৰাস পায়। সেয়ে ৰ’দত সময় কটালে মন মেজাজ ভালে থাকে।

নিৰ্দিষ্ট সময়ত শুই উঠা

প্ৰতিদিনে নিৰ্দিষ্ট সময়ত সাৰ পাবলৈ চেষ্টা কৰক। নিৰ্দিষ্ট সময়ত সাৰ পালে শৰীৰৰ জৈৱিক ঘড়ীটো সঠিকভাৱে চলিব আৰু টোপনি ভাল হ’ব। মানসিক সমস্যাৰ নিৰ্মূলৰ বাবে নিৰ্দিষ্ট সময়ত সাৰ পোৱাটো খুবেই জৰুৰী।

উশাহ–নিশাহৰ ব্যায়াম

প্ৰতিদিনে পুৱা কেইমিনিটমানকৈ উশাহ–নিশাহৰ ব্যায়াম কৰিলে গোটেই দিনটো মনটোক কেন্দ্ৰীভূত কৰি ৰাখিব পাৰি, ইয়াৰ ফলত উদ্বেগ আৰু মানসিক চাপ হ্ৰাস পায়।

Recent News

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত!  চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি  সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত! চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd