• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যোগীৰ ৰাজ্যতহে সম্ভৱ! ‘মুখ্য অতিথি’ গোমাতাৰ দ্বাৰা উদ্বোধন ৰেষ্টুৰেণ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2023 6:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৰীৰত নতুন ৰঙীন কাপোৰ, শিং, ডিঙিত জিলিকি থকা অলংকাৰ। সন্মানীয় মুখ্য অতিথি গৰাকীৰ আগমনে সকলোকে আচৰিত কৰি তুলিছিল। যোগী ৰাজ্যত গোমাতাই উদ্বোধন কৰিলে এখন জৈৱিক ৰেষ্টুৰেণ্ট।

গোবলয়ত গৰুক শ্ৰদ্ধা জনোৱাৰ ঘটনা নতুন নহয়। কিন্তু এনে ঘটনা অভূতপূৰ্ব বুলি বিবেচিত হৈছে। উত্তৰ প্ৰদেশৰ সেই ৰেষ্টুৰেণ্টখনৰ উদ্ভাৱনীমূলক মুকলি অনুষ্ঠানটো নেট জগতত ভাইৰেল হৈ পৰিছে!

লগতে পঢ়ক: অৰ্জুনৰ লক্ষ্যভেদ! আই পি এলত প্ৰথমটো উইকেট! পুত্ৰ অৰ্জুনৰ বিষয়ে কি ক’লে পিতৃ শচীনে?

Apply Now

এই ঘটনা লক্ষ্ণৌৰ। মহানগৰীৰ সুশান্ত গলফ চিটিত এখন নতুন ৰেষ্টুৰেণ্ট হৈছে ‘অৰ্গেনিক অ’ৱেছিছ’। ইয়াত কেৱল জৈৱিক গোবৰৰ শাক-পাচলিৰ পৰাই সুস্বাদু খাদ্য প্ৰস্তুত কৰা হ’ব। ৰেষ্টুৰেণ্টখনৰ মালিক প্ৰাক্তন ডেপুটি এছ পি শৈলেন্দ্ৰ সিং। ‘অৰ্গেনিক অ’ৱেছিছ’ৰ মুকলি আকস্মিকভাৱে ঘটিছিল।

কিন্তু আচৰিত কৰি দিয়া কথাটো হ’ল অনুষ্ঠানৰ মুখ্য অতিথি তথা উদ্বোধক। সেইটো হ’ল এটা গৰু। ভাইৰেল ভিডিঅ’টোত গোমাতাই পিঠিত হালধীয়া কাপোৰ, ডিঙিত ধুনীয়া মালা পিন্ধা দেখা গৈছে।

লগতে পঢ়ক: Solar Eclipse 2023: বৃহস্পতিবাৰে বিৰল ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ব; ক’ত ক’ত দেখা যাব?

তাৰ ‘পবিত্ৰ’ উপস্থিতিতে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৰেষ্টুৰেণ্টখন। ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰোৱাৰ পিছত গৰুটোক সযত্নে খুওৱাই দিয়া হয়। ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলেও পিন্ধিছিল হালধীয়া গেঞ্জি।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ঘটনাটো চাই নেটিজেনসকলে যথেষ্ট আনন্দও পাইছে। বহুতৰ মতে গৰু উপকাৰী প্ৰাণী। এই সন্মানৰ যোগ্য গোমাতা।

#WATCH | Uttar Pradesh: A restaurant in Lucknow, 'Organic Oasis' that offers food made out of organic farming produce, was inaugurated by a cow. pic.twitter.com/YWcfKqJQcX

— ANI UP/Uttarakhand (@ANINewsUP) April 18, 2023

ৰেষ্টুৰেণ্টৰ মালিক শৈলেন্দ্ৰ সিঙে কয়, আমাৰ কৃষি আৰু অৰ্থনীতি গৰুৰ ওপৰত নিৰ্ভৰশীল। সেয়ে, গোমাতাৰ দ্বাৰাই ৰেষ্টুৰেণ্টখন উদ্বোধন কৰা হয়।”

জৈৱিক ৰেষ্টুৰেণ্টখনৰ সন্দৰ্ভত তেওঁ কয়, ‘’আজিৰ মানুহে ভাবে যে সুন্দৰ জীৱনৰ বাবে সকলোতকৈ আগে সুস্থ শৰীৰৰ প্ৰয়োজন।‘’ তাৰ বাবেই জৈৱিক ৰেষ্টুৰেণ্টৰ ধাৰণা।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd