• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Solar Eclipse 2023: বৃহস্পতিবাৰে বিৰল ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ব; ক’ত ক’ত দেখা যাব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2023 3:45 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’বলৈ গৈ আছে বিশ্ব। সেই সূৰ্যগ্ৰহণটো হ’বলৈ গৈ আছে অতি বিৰল। ইয়াক কোৱা হৈছে ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণ। মহাকাশ প্ৰেমীসকলে এই বিৰল মহাজাগতিক দৃশ্যৰ সাক্ষী হ’বলৈ অধীৰ অপেক্ষা কৰি ৰৈছে। অৱশ্যে এই গ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব।

এই গ্ৰহণক কিয় ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণ বুলি কোৱা হৈছে? কাৰণ এই গ্ৰহণ সম্পূৰ্ণ সূৰ্যগ্ৰহণ বা আংশিক সূৰ্যগ্ৰহণো নহয়। দুয়োটাৰে মিশ্ৰণ।

লগতে পঢ়ক: ভাল নে বেয়া খবৰ! চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত ভাৰত

Apply Now

যেতিয়া সূৰ্য্য, চন্দ্ৰ আৰু পৃথিৱী একেটা সৰলৰেখাত গতি কৰে তেতিয়া চন্দ্ৰই সূৰ্যৰ পোহৰক পৃথিৱীলৈ অহাত বাধা দিলে সূৰ্যগ্ৰহণ হয়। কিন্তু এই ক্ষেত্ৰত চন্দ্ৰই সূৰ্য্যক সম্পূৰ্ণৰূপে লুকুৱাব নোৱাৰে। গতিকে গ্ৰহণে সম্পূৰ্ণ পৰিসৰ পোৱাৰ পিছত সূৰ্য্যৰ কেন্দ্ৰটো আন্ধাৰ হয়, কিন্তু সূৰ্য্যৰ পোহৰ ইয়াৰ চাৰিওফালে উকি মাৰি ওলায়।

কেতিয়া এই সূৰ্যগ্ৰহণ দেখা যাব? ভাৰতীয় সময় অনুসৰি, পুৱা ৩:৩৪ বজাৰ পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু পুৱা ৪:২৯ বজাত শীৰ্ষত উপনীত হ’ব। সন্ধিয়া ৬:৩২ বজালৈকে গ্ৰহণ চলিব। সম্পূৰ্ণ সূৰ্যগ্ৰহণ প্ৰায় তিনি ঘণ্টা ধৰি চলিব যদিও এক মিনিটতকৈও কম সময়ৰ বাবে সূৰ্য্যৰ অধিকাংশ অংশ আৱৰি থাকিব।

ক’ৰ পৰা এই সূৰ্যগ্ৰহণ দেখা যাব? দক্ষিণ-পূব এছিয়া, অষ্ট্ৰেলিয়া, ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, এন্টাৰ্কটিকাৰ পৰা সূৰ্যগ্ৰহণৰ বিভিন্ন মুহূৰ্ত দেখা যাব। অৱশ্যে অষ্ট্ৰেলিয়াৰ পশ্চিম উপকূলৰ এক্সমাউথৰ পৰা একমাত্ৰ সম্পূৰ্ণ সূৰ্যগ্ৰহণ দেখা যাব।

লগতে পঢ়ক: নাৰী শক্তি : শাৰী পিন্ধি দৌৰিলে ৪২ কিলোমিটাৰ, ৪১ বছৰীয়া শিক্ষয়িত্ৰীয়ে

কিন্তু এই বিৰল দৃশ্যৰ পৰা বঞ্চিত হ’ব ভাৰতীয়সকল। এই দেশৰ কোনো প্ৰান্তৰ পৰা কোনো সূৰ্যগ্ৰহণৰ মুহূৰ্ত (Solar eclipse 2023) দেখা নাযায়। মন কৰিবলগীয়া যে ইয়াৰ পিছত ১৪ অক্টোবৰত পুনৰ সূৰ্যগ্ৰহণ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd