• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাল নে বেয়া খবৰ! চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2023 2:29 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীন নহয়, ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি সংস্থা বা UNFPA ৰ প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে। বাতৰি অনুসৰি ভাৰতত বৰ্তমান চীনতকৈ ২৯ লাখ বেছি লোক আছে। বুধবাৰে প্ৰকাশ পোৱা UNFPA ৰ ‘দ্য ষ্টেট অৱ ৱৰ্ল্ড পপুলেচন ৰিপ’ৰ্ট, ২০২৩’ অনুসৰি ভাৰতৰ বৰ্তমানৰ জনসংখ্যা ১৪২ কোটি ৮৬ লাখ। আনহাতে, চীনৰ জনসংখ্যা ১৪২ কোটি ৫৭ লাখ। অৰ্থাৎ ভাৰতৰ জনসংখ্যা এতিয়া চীনতকৈ ২৯ লাখ বেছি।

উল্লেখ্য যে ১৯৫০ চনত ৰাষ্ট্ৰসংঘই জনসংখ্যাৰ তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতে চীনৰ জনসংখ্যাক অতিক্ৰম কৰিলে।

লগতে পঢ়ক: থলুৱা লোকৰ বাবে চৰকাৰী চাকৰিত লাগে ১০০ শতাংশ সংৰক্ষণ

Apply Now

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি যোৱা বছৰ চীনে জনসংখ্যাৰ শিখৰত উপনীত হৈছিল। কিন্তু তেতিয়াৰ পৰাই তেওঁলোকৰ দেশৰ জনসংখ্যা কমিবলৈ আৰম্ভ কৰিছে।

ইয়াৰ বিপৰীতে ভাৰতৰ জনসংখ্যা বৃদ্ধি পাইছে। কিন্তু ১৯৮০ চনৰ পৰা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পাই আহিছে। UNFPAৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ ২৫ শতাংশ জনসংখ্যা ০ৰ পৰা ১৪ বছৰৰ ভিতৰত, ১৮ শতাংশ নাগৰিক জনসংখ্যাৰ ১০ৰ পৰা ১৯ বছৰৰ ভিতৰত, ২৬ শতাংশ লোক ১০ৰ পৰা ২৪ বছৰৰ ভিতৰৰ, ৬৮ শতাংশ লোকৰ বয়স ১৫ আৰু ৬৪ৰ ভিতৰত আৰু দেশৰ জনসংখ্যাৰ মাত্ৰ ৭ শতাংশ৬৫ বছৰৰ ওপৰৰ।

আনহাতে, চীনত ০ৰ পৰা ১৪ বছৰৰ ভিতৰৰ নাগৰিকৰ সংখ্যা ১৭ শতাংশ, ১০ৰ পৰা ১৯ বছৰৰ ভিতৰৰ নাগৰিকৰ সংখ্যা ১২ শতাংশ, ১০ৰ পৰা ২৪ বছৰৰ ভিতৰৰ লোকৰ সংখ্যা ১৮ শতাংশ, ১৫ৰ পৰা ৬৪ বছৰৰ ভিতৰৰ লোকৰ সংখ্যা ৬৯ শতাংশ, আৰু দেশৰ ১৪ শতাংশ জনসংখ্যা ৬৫ বছৰৰ ওপৰৰ। অৰ্থাৎ সেই দেশৰ ২০ কোটি লোকৰ বয়স ৬৫ বছৰৰ ওপৰত।

লগতে পঢ়ক: নাৰী শক্তি : শাৰী পিন্ধি দৌৰিলে ৪২ কিলোমিটাৰ, ৪১ বছৰীয়া শিক্ষয়িত্ৰীয়ে

সেইদৰে, চীনৰ নাগৰিকৰ গড় বয়স ভাৰততকৈ বহু বেছি। চীনত গড়ে মহিলাৰ বয়স ৮২ বছৰ, পুৰুষৰ বয়স ৭৬ বছৰ। ইপিনে, ভাৰতত মহিলাসকলৰ গড় বয়স ৭৪ বছৰ আৰু পুৰুষৰ বয়স ৭১ বছৰ। তদুপৰি, ভাৰতৰ জনসংখ্যাৰ অধিকাংশই যুৱক-যুৱতী হোৱাৰ ফলত ভাৰতৰ অৰ্থনীতিত সহায়ক হ’ব বুলি আশা কৰা হৈছে। কিন্তু চীনৰ ক্ষেত্ৰত জনসংখ্যাৰ এক বৃহৎ অংশ বৃদ্ধাৱস্থাৰ বাবে ইয়াক দেশৰ অৰ্থনীতিৰ ওপৰত এক ডাঙৰ বোজা বুলি গণ্য কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd