• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি ১ মে : আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস; কিয় পালন কৰা হয় এই দিৱস?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2023 6:30 am
8.8k
VIEWS
Share on FacebookShare on Twitter

আজি ১ মে। আজি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস। আজি শ্ৰমিকৰ দিন।

আজি অফিচ–কাছাৰী বন্ধ। আজি কোনেও কাম নকৰে। কিন্তু আজিৰ দিনটো আৰামৰ বাবে নহয়। শ্ৰমিকৰ অধিকাৰ, সুৰক্ষা আৰু সমমৰ্যাদাৰ বাবে কৰা এক দীঘলীয়া সংগ্ৰামৰ স্মৰণ আৰু এই সংগ্ৰামখন আগুৱাই লৈ যোৱাৰ বাবেহে আজিৰ দিনটো পালন কৰা হয়।

মে’ দিৱসৰ ইতিহাস ১৯ শতিকাৰ শেষৰ ফালৰ পৰাই আৰম্ভ হয় যেতিয়া আমেৰিকা আৰু ইউৰোপৰ শ্ৰমিকসকলে উন্নত কৰ্ম পৰিস্থিতি আৰু উচিত দৰমহাৰ বাবে যুঁজি আছিল। ১৮৮৬ চনত চিকাগোত হোৱা হেমাৰ্কেট সংঘৰ্ষৰ ফলত কেইবাজনো শ্ৰমিকৰ মৃত্যু হয় আৰু ইয়াৰ ফলত উন্নত শ্ৰম আইন আৰু সুৰক্ষাৰ বাবে আন্দোলনৰ সূচনা হয়। ১৮৮৯ চনত আন্তঃৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছে হেমাৰ্কেটৰ ছহিদসকলক সন্মান জনোৱাৰ লগতে শ্ৰমিক আন্দোলনৰ কৃতিত্ব উদযাপনৰ বাবে ১ মে’ তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে ঘোষণা কৰে।

আজি সমগ্ৰ বিশ্বতে ভিন্ন ধৰণেৰে মে’ দিৱস পালন কৰা হয়। কিছুমান দেশত আজিৰ দিনটোক চৰকাৰী বন্ধ দিন হিচাপে ঘোষণা কৰা হয়। আন কিছুমানত শ্ৰমিকৰ দাবীসমূহ লৈ প্ৰতিবাদ কৰা হয়, সভা অনুষ্ঠিত কৰা হয়। শ্ৰমিকৰ স্বাৰ্থৰ বাবে আজিৰ দিনটোত বিভিন্ন দেশত সমদল উলিওৱা হয়।

বহু দেশত মে’ দিৱস শ্ৰমিকৰ অধিকাৰৰ লগতে এক সংস্কৃতি হিচাপেও উদযাপন কৰা হয়। কিয়নো বসন্তৰ আগমন আৰু জীৱনৰ নবীকৰণৰ লগত ইয়াৰ সম্পৰ্ক আছে। কিছুমান দেশত ইয়াক নৃত্য আৰু গীতৰ দ্বাৰা মে দিৱস উদযাপন কৰা হয়। এই উদযাপনৰ সম্পৰ্ক উৰ্বৰতাৰ লগত। বহু ঠাইত ভোজ–ভাত, পৰম্পৰাগত খাদ্য আৰু পানীয়ৰ দ্বাৰা মে দিৱস উদযাপন কৰা হয়।

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd