• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাণক্য নীতি : বিবাহৰ বাবে কেনে নাৰীক পচন্দ কৰা উচিত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2023 7:00 am
12.6k
VIEWS
Share on FacebookShare on Twitter

অৰ্থনীতিবিদ আচাৰ্য চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত মানৱ জীৱনৰ লগত জড়িত সকলো দিশ উল্লেখ কৰিছে। সফল বিবাহিত জীৱনৰ বাবেও তেওঁ নিজৰ নীতি শাস্ত্ৰত বহু পৰামৰ্শ আগবঢ়াইছে।

স্বামী-স্ত্ৰীয়ে কি কি কথা মনত ৰাখিব লাগে আৰু সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ কি কি ভুলৰ পৰা আঁতৰি থাকিব লাগে সেই কথাও উল্লেখ কৰিছে চাণক্য নীতিয়ে। ইয়াৰ বাহিৰেও তেওঁ এজন ব্যক্তিৰ স্বভাৱ আৰু গুণৰ বিষয়ে বিতংভাৱে কৈছে।

নাৰী সম্পৰ্কে কি কি কৈছে চাণক্য নীতিয়ে –

১/ স্বভাৱ

চাণক্যৰ নীতিয়ে নাৰীৰ আচাৰ-ব্যৱহাৰক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। চাণক্যই নীতি শাস্ত্ৰত লিখিছে যে এগৰাকী সু-ব্যৱহাৰকাৰী নাৰীয়ে ঘৰ এখনক স্বৰ্গ কৰি তোলে। স্বামী আৰু তেওঁৰ সমগ্ৰ পৰিয়ালৰ যত্ন লয়। আনহাতে, শিষ্টাচাৰ নথকা নাৰীয়ে ঘৰখনক নৰক কৰি পেলায।

২/ সৌন্দৰ্য্যই সকলো নহয়

আচাৰ্য চাণক্যৰ মতে নাৰীৰ সৌন্দৰ্য্যই সকলো নহয়। কোনো পুৰুষে যদি নাৰীৰ সৌন্দৰ্য্যৰ বিচাৰ কৰি বিয়া কৰায়, তেন্তে তেওঁতকৈ এই পৃথিৱীত মূৰ্খ কোনো নাই। সেইবাবেই বিবাহৰ বাবে নাৰীৰ সৌন্দৰ্য্যৰ পৰিৱৰ্তে সংস্কৃতি, স্বভাৱ, বৈশিষ্ট্য, গুণ আৰু অসুবিধাবোৰ জনা উচিত।

৩/ সংস্কৃতিৱান নাৰী

আচাৰ্য চাণক্যই কৈছে যে যদি এগৰাকী নাৰী ধুনীয়া নহয়, কিন্তু আচাৰ-ব্যৱহাৰ ভাল, তেন্তে পুৰুষে তেওঁক বিয়া কৰাব লাগে। কাৰণ এই মহিলাগৰাকীয়ে তেওঁৰ ভৱিষ্যত সুখী কৰি তুলিব।

৪/ মনৰ সৌন্দৰ্য্য

আচাৰ্য চাণক্যৰ মতে মনৰ সৌন্দৰ্যলৈ চোৱা উচিত আৰু শৰীৰৰ সৌন্দৰ্য্য একেবাৰেই চোৱা উচিত নহয়। যিগৰাকী নাৰী হৃদয়খন ধুনীয়া নহয় তেওঁ পৰিয়ালৰ গুৰুত্ব বুজি নাপায়। কেৱল বিবাহ নহয় তেনে নাৰীৰ বাবে সকলো সম্পৰ্ক ভাঙি যায়। এনে নাৰী ধৰ্মবিৰোধী।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd