• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৬ মে’ৰ পূৰ্বে ৱেটিং লিষ্ট প্ৰকাশ কৰাৰ দাবীত নলবাৰীত DYFI আৰু SFI ৰ প্ৰতিবাদী অৱস্থান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2023 2:43 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডি ৱাই এফ আই আৰু এছ এফ আইৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী জিলাৰ টিহুত। “অ’ভাৰলেপিং বন্ধ কৰক”, “৫১ হাজাৰ পদৰ বিপৰীতে ৫১ হাজাৰক নিযুক্তি দিয়ক”, “প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰ, কাট অফ নম্বৰসহ নাম তালিকা প্ৰকাশ কৰক”, “২৬ মে’ৰ আগতে ৱেটিং লিষ্ট প্ৰকাশ কৰক”- আদি শ্লোগানেৰে প্ৰতিবাদস্থলি উত্তাল কৰি তোলে।

অসম চৰকাৰে বৃহৎ ঘোষণাৰে আৰাম্ভ কৰা ৫১ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ নামত যুৱ সমাজক ডাঙৰ প্ৰতাৰণা কৰিবলৈ ওলাইছে বুলি অভিযোগ কৰি ডি ৱাই এফ আই নেতা তথা নলবাৰী জিলা সম্পাদক কুলজিত কলিতাই কয় যে, চৰকাৰে অস্বচ্ছ আৰু পৰিকল্পনাহীন নীতিৰ বাবে ৫১ হাজাৰ পদৰ সলনি মাত্ৰ ২০/২৫ প্ৰাৰ্থীয়েহে নিযুক্তি লাভ কৰিব। স্বচ্ছতা আৰু নিকা নিযুক্তিৰ কথা কোৱা এইখন চৰকাৰে প্ৰাৰ্থীসকলে লাভ কৰা নম্বৰ, কাট অফ নম্বৰ প্ৰকাশ নকৰিলে। এজন প্ৰাৰ্থীয়ে সৰ্বোচ্চ ৪০ টা পদলৈ নিৰ্বাচিত হোৱাৰ পাছতো অগ্ৰাধিকাৰ ভিত্তিত পদ বাচনিৰ কোনো ব্যৱস্থা নকৰিলে। এয়া খুবে দুৰ্ভাগ্যজনক আৰু প্ৰতাৰণামূলক। অ’ভাৰলেপিঙৰ ফলত ৰই যোৱা পদসমূহৰ বাবে ৱেটিং লিষ্ট প্ৰকাশৰ অতি জৰুৰী আছিল যদিও চৰকাৰে কোনো পদক্ষেপেই নল’লে। প্ৰকৃততে এইখন চৰকাৰে এক লাখ নিযুক্তি দিম বুলি বৃহৎ ঘোষণা কৰি ৰাজনৈতিক লাভ বুটলাৰ চেষ্টা কৰিছে যদিও বাস্তৱত মাত্ৰ কেইবা হাজাৰ মান পদতহে নিযুক্তি দিব। এয়া চকাৰৰ যুৱ সমাজৰ প্ৰতি ডাঙৰ প্ৰতাৰণা। এই প্ৰতাৰণা বিৰুদ্ধেই ডি ৱাই এফ আই আৰু এছ এফ আইয়ে ধাৰাবাহিক সংগ্ৰাম কৰিছে বুলি তেওঁ মন্তব্য কৰে।

Apply Now

আজিৰ অৱস্থানৰ মাজেৰে এটাও যাতে খালী পদত খালী হৈ নাথাকে তাৰ ব্যৱস্থা কৰা, নিকা আৰু স্বচ্ছতাৰ বাবে প্ৰাপ্ত নম্বৰ আৰু কাট অফ নম্বৰসহ প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰা, ২৬ মে’ৰ পূৰ্বে ৱেটিং লিষ্ট প্ৰকাশ কৰাৰ দাবী কৰা হয়।

আজিৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কে প্ৰশাসনক জনোৱা হৈছিল যদিও কাৰ্যসূচী ৰূপায়ণত আৰক্ষীৰ তীব্ৰ বাধা দিয়া পৰিলক্ষিত হয়। কাৰ্যসূচী দীঘলীয়া হোৱাৰ কথা আছিল যদিও আৰক্ষীৰ বাধাৰ বাবে দুঘন্টাৰ পাছতে অৱস্থান সামৰিবলগীয়া হয়।

দুই ঘন্টীয়া অৱস্থান। প্ৰশাসনৰ এই অগণতান্ত্ৰিক ভুমিকাক ডি ৱাই এফ আই আৰু এছ এফ আইৰ নেতৃত্বই তীব্ৰ ভাষাৰে গৰিহণা জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd