• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিশুক স্তনপান কৰোঁৱা আগত স্তনবৃন্ত পৰিষ্কাৰ কৰাটো জৰুৰী নেকি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2023 8:07 am
10k
VIEWS
Share on FacebookShare on Twitter

চিকিৎসকৰ পৰা আৰম্ভ কৰি পুষ্টিবিদলৈকে সকলোৱে প্ৰসৱৰ পিছত কমেও ছমাহলৈকে সন্তানক স্তনপান কৰোৱাৰ পৰামৰ্শ দিয়ে। শিশুৰ সুস্বাস্থ্য আৰু বিকাশৰ বাবে কমেও ছমাহলৈকে মাতৃদুগ্ধৰ বাহিৰে আন একো খাবলৈ দিব নালাগে। সেয়ে শিশুৰ স্তনপান অতি গুৰুত্বপূৰ্ণ।

দিনটোৰ প্ৰায় আধা সময় স্তনপান কৰোৱাৰ ফলত মাতৃৰ স্তনবৃন্ত(Nipple) ত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। ফলত স্তনবৃন্ত(Nipple)ত বিষ, ঘাঁ বা সংক্ৰমণৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। বহুতে নাজানে যে স্তনপানৰ লগতে স্তনবৃন্ত (Nipple)ৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ। কিন্তু বহুতে কয় যে স্তনপান কৰাৰ আগতে প্ৰতিবাৰেই স্তনবৃন্ত পৰিষ্কাৰ কৰিব লাগে। আচলতে তেনে কৰাৰ প্ৰয়োজনীয়তা কি?

বহুতে ভাবে যে শিশুৰ স্বাস্থ্যৰ বাবে প্ৰতিটো খাদ্য খোৱাৰ আগতে স্তনবৃন্ত  চাবোনেৰে পৰিষ্কাৰ কৰাটো গুৰুত্বপূৰ্ণ। চিকিৎসকৰ মতে, স্তনপানৰ লগতে স্তনবৃন্তৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। কিন্তু প্ৰতিটো স্তনপান কৰোঁৱাৰ আগতে স্তনবৃন্ত পৰিষ্কাৰ কৰিব লাগিব বুলি থকা ধাৰণাটোৰ আঁৰত কোনো সুস্থ যুক্তি নাই।

চিকিৎসকৰ মতে, দুগ্ধপান কৰাৰ আগত স্তন পৰিষ্কাৰ কৰিবলৈ কোনো ধৰণৰ চাবোন বা জেল ব্যৱহাৰ কৰিব নালাগে। কাৰণ, চাবোন ব্যৱহাৰ কৰিলে চাবোনে স্তনবৃন্তৰ পৰা নিৰ্গত হোৱা প্ৰাকৃতিক তেল শোষণ কৰি ছালখন অধিক শুকান কৰি তোলে। গতিকে গা ধুওঁতেহে পানীৰে স্তনোবৃন্ত বা নিপ’ল পৰিষ্কাৰ কৰা ভাল।

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd