• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সন্তানৰ শত্ৰু হৈ পৰে এইসকল পিতৃ-মাতৃ! বাৰে বাৰে সাৱধান কৰিছে চাণক্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2023 6:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাণক্য আছিল মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত আৰু তেওঁৰ পুত্ৰ বিন্দুসৰৰ ৰাজনৈতিক উপদেষ্টা। তেওঁ আছিল এজন শিক্ষক, সাহিত্যিক, দাৰ্শনিক, অৰ্থনীতিবিদ আৰু কূটনীতিবিদ। তেওঁক কৌটিল্য বা বিষ্ণুগুপ্ত নামেৰেও জনা গৈছিল। চাণক্যক ভাৰতৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ পিতৃ হিচাপে গণ্য কৰা হয়। অতি ব্যৱহাৰিক চাণক্যই চাণক্য নীতি নামৰ গ্ৰন্থখনত জীৱনৰ বিভিন্ন দিশৰ ওপৰত পৰামৰ্শ আগবঢ়াইছে।

চাণক্যই পৰিয়াল, সমাজ, ধৰ্ম, ৰাজনীতি আৰু শিক্ষাৰ ওপৰত পৰামৰ্শ দিছিল। তেওঁৰ এই সকলোবোৰ পৰামৰ্শ আজি আমাৰ জীৱনত সমানে প্ৰযোজ্য। সন্তান এটাক সঠিকভাৱে ডাঙৰ-দীঘল কৰাটো যিকোনো পিতৃ-মাতৃৰ জীৱনৰ আটাইতকৈ ডাঙৰ কৰ্তব্য। কাৰণ সৰুতেই যদি শিশুটিক সঠিক দিশ দেখুৱাই দিয়া নহয়, তেন্তে ডাঙৰ হ’লে তেওঁ দিশহাৰা হৈ পৰাৰ আশংকা থাকে। সৰুৰে পৰা ভাল শিক্ষা লাভ কৰা ব্যক্তিয়ে ডাঙৰ হৈ সমাজৰ বাবে আদৰ্শ নাগৰিক হ’ব পাৰে। সেইবাবেই যিকোনো বয়সতে, যিকোনো দেশতে অভিভাৱকত্বৰ সমানেই গুৰুত্ব আছে।

এই সন্দৰ্ভত আচাৰ্য চাণক্যই কি উপদেশ দিছে জানি লওক-

* চাণক্যই কয় যে শিশুটিক পঢ়োৱা পিতৃ-মাতৃয়েই শিশুৰ আটাইতকৈ ডাঙৰ শত্ৰু। কাৰণ সি যদি মূৰ্খ হয় তেন্তে সেই শিশুটিয়ে ডাঙৰ হৈ জীৱনত একো কৰিব নোৱাৰে।

Apply Now

* শিশুটিক যদি ভাল শিক্ষা দিয়া নহয়, যদিহে তেওঁক জীৱনৰ সঠিক পাঠ দিয়া নহয়, তেন্তে কেৱল পুথিগত শিক্ষাই তেওঁৰ জীৱন পথত প্ৰায় কোনো কামতে নাহিব।

* চাণক্যই কৈছে যে শিক্ষাই আমাক সকলো কথা সঠিকভাৱে বুজিবলৈ শিকায়, আত্মবিশ্বাসী কৰি তোলে। গতিকে মূৰ্খ হ’লে সেই শিশুটিৰ কেতিয়াও আত্মবিশ্বাস গঢ়ি নুঠে। গতিকে যিসকল অভিভাৱকে নিজৰ সন্তানৰ শিক্ষাৰ প্ৰতি পৰ্যাপ্ত মনোনিৱেশ নকৰে তেওঁলোক শিশুৰ আটাইতকৈ ডাঙৰ শত্ৰু।

* চাণক্যই লগতে কৈছে যে মানুহ হৈ জন্মিলেই কোনোৱে বুদ্ধিমান হৈ নাযায়। প্ৰতিটো শিশুৰ মনক সৰুৰে পৰা লালন-পালন কৰাটো জৰুৰী, যাতে তেওঁৰ বুদ্ধি  চোকা হয়। সেই কামটো মাক-দেউতাকেই কৰিব লাগিব। সন্তানৰ বুদ্ধিমত্তাক জগাই তুলিবলৈ চেষ্টা নকৰা পিতৃ-মাতৃতকৈ সন্তানৰ ডাঙৰ শত্ৰু কোনো নাই।

* প্ৰতিজন মানুহৰ দুখন হাত, দুখন ভৰি আৰু এটা মূৰ থাকে। কিন্তু জ্ঞান, পাণ্ডিত্য আৰু বুদ্ধিমত্তাৰ বিচাৰেৰেহে তেওঁলোকৰ মাজত পাৰ্থক্যৰ সৃষ্টি হয়।

* হাঁহৰ জাকৰ মাজত যেনেকৈ বগলী এটা সোমালে তাক ধৰিব পাৰি, হাঁহ জাকৰ মাজত বগলীটো যেনেকৈ কেতিয়াও দেখিবলৈ ভাল নালাগে, তেনেকৈ মূৰ্খই কেতিয়াও বিদ্বানৰ লগত সমানে মিলিব নোৱাৰে। গতিকে সকলো অভিভাৱকে নিজৰ সন্তানক উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd