• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

WhatsApp-ত নতুন ফিচাৰ ‘Chatlock’! কোনেও গম নাপাব গোপন বাৰ্তালাপ; কেনেকৈ ‘Enable’ কৰিব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2023 10:13 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই নতুন চাটলকে (Chatlock) আপোনাৰ বাৰ্তালাপ কেনেকৈ গোপনে কৰি ৰাখিব সেই বিষয়ে স্বাভাৱিকতে কৌতুহল জাগিছে? চোৱা যাওক হোৱাটছএপৰ এই নতুন ফিচাৰৰ কিছু দিশ। সুবিধা-অসুবিধা কি তাকো চাওঁক। লগতে ই কেনেকৈ বাৰ্তালাপ (Chat) গোপনে ৰাখে তাকো জানো আহক।

কাৰোবাৰ লগত গোপনে ফোনত বাৰ্তালাপ ফোনতেই গোপনে ৰাখিব বিচাৰে? কোনোবাই সেয়া উলিয়াই চাওক, সেইটো নিবিচাৰে? তেতিয়াহ’লে WhatsApp-য়ে লৈ আনিছে আপোনাৰ বাবে ভাল খবৰ। এইবাৰ হোৱাটছএপৰ গোপন বাৰ্তালাপ  গোপন কৰি ৰাখিবলৈ মেটাই লৈ আহিছে হোৱাটছএপৰ ‘চাট লক’ ‘Chatlock’।

লগতে পঢ়ক: দু:সংবাদ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া জোনমণি ৰাভাই

Apply Now

WhatsApp ত কেনেকৈ বাৰ্তালাপ গোপনে ৰাখিব:- এই ব্যক্তিগত বাৰ্তালাপ এটা বিশেষ ফোল্ডাৰত সংৰক্ষণ কৰা হব। কোনে তাত কথা পাতিছে, তাৰ নাম লুকাই থাকিব। লগতে মেছেজৰ নটিফিকেচনো নাহিব।

পিন কোড: – সমগ্ৰ হোৱাটছএপটো লক কৰিবলৈ বায়’মেট্ৰিক বা পিন ক’ডেৰে লক কৰাৰ সুবিধা আছে। ই এণ্ড্ৰইড ফোন আৰু আই অ’ এছ দুয়োটাতে উপলব্ধ। ই যিকোনো গোপন বাৰ্তালাপক সুৰক্ষিত কৰি ৰাখে। কোনোবাই আপোনাৰ ফোনত তথ্যৰ অনু সন্ধান কৰিলেও পিন ক’ড বা বায়’মেট্ৰিক্স অবিহনে তেওঁ এই বাৰ্তালাপবোৰ বিচাৰি নাপাব।

কেনেদৰে ইনষ্টল কৰিব:- WhatsApp ৰ প্ৰাইভেচি চেটিঙত ইতিমধ্যে কেইবাটাও বস্তু যোগ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ডিছএপিয়াৰিং মেচেজ, স্ক্ৰীণশ্বট ব্লকিং, ষ্টেটাছ মেচেজ কোনে চাব নিয়ন্ত্ৰণ কৰা, লাষ্ট চিন বন্ধ কৰা। নতুনটো হৈছে Chatblock। ইয়াৰ বাবে WhatsApp ৰ শেহতীয়া ভাৰ্ছন ডাউনলোড কৰক। তাৰ পিছত আপুনি যিজন ব্যক্তিৰ লগত চাট লক কৰিব বিচাৰে তেওঁৰ প্ৰফাইল পিকচাৰলৈ যাওক। তাত আপুনি নতুন অপশ্যন Chatlock পাব। আপুনি disappearing message ৰ তলতে পাব অপশ্যনটো। ইয়াক সক্ষম (enable) কৰক। তাৰ পিছত আপোনাৰ ফোনটোৰ পাছৱৰ্ড আৰু বায়’মেট্ৰিক্সৰ সহায়ত অথেন্টিকেট কৰক।

লগতে পঢ়ক: স্বস্তি কংগ্ৰেছৰ! সিদ্দাৰামাইয়ালৈ ‘শুভকামনা’ জনাই শিৱকুমাৰে ক’লে, ‘মই বিদ্ৰোহী নহয়’

মেচেজ এডিট কৰাৰ ফিচাৰৰ লগতে হোৱাটছএপে চলি থকা কিছু সমস্যাও সমাধান কৰিব। ইয়াৰ ফলত গ্ৰাহকৰ অভিজ্ঞতা আৰু আনন্দদায়ক হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd