• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বস্তি কংগ্ৰেছৰ! সিদ্দাৰামাইয়ালৈ ‘শুভকামনা’ জনাই শিৱকুমাৰে ক’লে, ‘মই বিদ্ৰোহী নহয়’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 16, 2023 9:11 am
কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰ আৰু ৰাজ্যখনৰ জ্যেষ্ঠ 
কংগ্ৰেছ নেতা সিদ্দাৰমাইয়া। ফটো: সংগ্ৰহীত।

কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰ আৰু ৰাজ্যখনৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্দাৰমাইয়া। ফটো: সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব? সিদ্দাৰমাইয়া নে ডি কে শিৱকুমাৰ? কংগ্ৰেছৰ বিশাল বিজয় পিছত এইটোৱে এতিয়া লাখটকীয়া প্ৰশ্ন। দলৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মুখ্যমন্ত্রীৰ নাম চূড়ান্ত কৰিবলৈ দলীয় নেতৃত্বই কেইবালানিও বৈঠকত মিলিত হৈছে। ইতিমধ্যেই জনা গৈছিল যে মুখ্যমন্ত্ৰীৰ পদৰ বাবে দুই দাবীদাৰ দিল্লীলৈ যাব।

এই পৰিস্থিতিত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বাবে সকাহৰ খবৰ। মুখ্যমন্ত্ৰী পদক লৈ সংঘাতৰ মাজতে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে প্ৰতিদ্বন্দ্বীক অভিনন্দন জনায়। বিধায়কৰ সমর্থনৰ ক্ষেত্ৰত ৰাজ্যখনৰ জ্যেষ্ঠ নেতাজনেই যে আগবাঢ়ি আছে তাকো তেওঁ স্বীকাৰ কৰিছে৷

শীৰ্ষ নেতৃত্বৰ আহ্বানত ইতিমধ্যে সিদ্দাৰামাইয়া দিল্লীত উপস্থিত হৈছে। তেওঁ সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা। আনহাতে, শিৱকুমাৰেও নিশা ৰাজধানীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

Apply Now

লগতে পঢ়ক: দু:সংবাদ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া জোনমণি ৰাভাই

জানিব পৰা মতে খাৰ্গেকে ধৰি শীৰ্ষ নেতৃত্বই ৰাজ্যৰ বিধায়কসকলৰ মন বুজিবলৈ চেষ্টা কৰিছে। বেছিভাগ বিধায়কে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। এই পৰিবেশত সৰ্বভাৰতীয় টিভি চেনেল এটাৰ সাক্ষাৎকাৰত কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে কয় যে তেওঁ কোনো ‘বিদ্ৰোহী’ নহয়।

তেওঁ কয়, “মই বিদ্ৰোহী নহয়, মই ব্লেকমেইলো নকৰো… মই শিশু নহয়। মোৰ নিৰ্দিষ্ট লক্ষ্য আৰু আনুগত্য আছে।”

উল্লেখ্য যে দেওবাৰে বেংগালুৰুৰ এখন পাঁচ তাৰকাযুক্ত হোটেলত নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ নাম নিৰ্ণয় কৰিবলৈ তিনিজনীয়া এখন কমিটী গঠন কৰিছিল। সূত্ৰ অনুসৰি সমিতিৰ সদস্যসকলে প্ৰতিজন বিধায়কৰ সৈতে পৃথকে পৃথকে আলোচনা কৰে। কিন্তু দীৰ্ঘদিনীয়া বৈঠকৰ পাছতো কোনো সিদ্ধান্ত ল’ব পৰা নগ’ল।

লগতে পঢ়ক: সন্তানৰ শত্ৰু হৈ পৰে এইসকল পিতৃ-মাতৃ! বাৰে বাৰে সাৱধান কৰিছে চাণক্যই

শেহতীয়াকৈ শুনা গৈছে যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক মুখ্যমন্ত্ৰী বাছনিৰ দায়িত্ব দিয়া হৈছে। এনে পৰিস্থিতিত শিৱকুমাৰে সিদ্দাৰামায়াক শুভেচ্ছা দিয়াত দলটোৰ অস্বস্তি হ্ৰাস পাইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd