• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটৰ জংঘলত উদ্ধাৰ পাঁচ হাজাৰ বছৰ পুৰণি সভ্যতা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2023 4:43 pm
837
VIEWS
Share on FacebookShare on Twitter

ঐতিহাসিক দৃষ্টিকোণৰ পৰা গুজৰাটৰ দেৱগড় বাৰিয়াৰ বনাঞ্চল অতি গুৰুত্বপূৰ্ণ। পূৰ্বতে এই অঞ্চলত মেছলিথিক যুগৰ বহুতো ঐতিহাসিক সমল পোৱা গৈছিল। এইবাৰ অঞ্চলটোত উদ্ধাৰ হৈছে ৫০০০ বছৰ পুৰণি সভ্যতাৰ সমল। উল্লেখ্য যে এই অঞ্চলটো ভালুকৰ বাবে বিখ্যাত। 

জানিব পৰা মতে, গুজৰাট বন বিভাগৰ এটা দলে দেৱগড় বাৰিয়াৰ বনাঞ্চললৈ ট্ৰেকিং কৰিবলৈ গৈছিল। তাত তেওঁলোকে অৰণ্যৰ গভীৰত এটা শিলৰ গুহা দেখা পাইছিল। তাৰ পাছত দলটোৱে গুহাটোত প্ৰৱেশ কৰিলে। তাত তেওঁলোকে এনে বহুতো প্ৰতিচ্ছবি দেখিলে যিবোৰ প্ৰায় ৫০০০ বছৰৰ পুৰণি।

লগতে পঢ়কঃ কি আছে! ছ’চিয়েল মিডিয়াত ভাইৰেল ৰিজিজু আৰু মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ পুৰণি ভিডিঅ’

গুহাটোৰ গভীৰতালৈ সোমাই যোৱাৰ পিছত তেওঁলোকে গুহাটোৰ ওপৰত এটা ভালুক দেখা পাইছিল। বনকৰ্মীসকল উভতি আহোঁতে গুহাৰ ভিতৰৰ পৰা শিল কেইটামান লগত লৈ আহিছিল। শিলৰ টুকুৰাবোৰ পৰীক্ষা কৰিলে দেখা গ’ল যে এই অঞ্চলত মেছলিথিক যুগত মানুহৰ বসতি আছিল। তাত থকা মানুহে এই গুহা চিত্ৰ অংকন কৰিছিল।

পুৰাতত্ত্ববিদসকলে কয় যে সেই যুগৰ কিছুমান চিত্ৰ এতিয়াও অক্ষত অৱস্থাত আছে। বনাঞ্চলৰ সহকাৰী সংৰক্ষক প্ৰশান্ত টোমাৰে গুহাৰ ছবিসমূহ কেমেৰাত বন্দী কৰে। তেওঁ কয় যে, “কিছুমান ছবি এতিয়াও অক্ষত অৱস্থাত আছে। 

লগতে পঢ়কঃ হিৰোচিমাত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰি মূৰ দোৱালে নৰেন্দ্ৰ মোডীয়ে

পূৰ্বতে ইয়াত বসতি কৰা লোকসকলে গ্ৰেনাইটৰ শিলত এনেদৰে ছবি আঁকিছিল যাতে ৰ’দ আৰু বৰষুণৰ ফলত ইয়াৰ কোনো ক্ষতি নহয়। গুজৰাটৰ এম এছ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা গুহা শিল্প বিশেষজ্ঞ ভি এইচ সোণোৱানৰ মতে, “শিলৰ চিত্ৰবোৰ যেন বিভিন্ন যুগৰ। সম্ভৱতঃ এটা ম’হ আৰু কেইটামান মানুহৰ মূৰ্তিৰ মেছলিথিক যুগৰ অংকন।”

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd