• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী বিষয়াৰ দাদাগিৰীৰ বিৰুদ্ধে হাফলং-শিলচৰ ঘাইপথ অৱৰোধ উত্তেজিত শ্ৰমিকৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
May 3, 2018 9:42 pm
road-block

প্ৰতিনিধিত্বমূলক চিত্ৰ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাচাওৰ উপ আৰক্ষী অধীক্ষক অতুল মৰাঙে হাৰাঙ্গাজাওত সাধাৰন শ্ৰমিক ৰাইজৰ ওপৰত চলোৱা শাৰিৰিক অত্যাচাৰৰ প্ৰতিবাদত আজি দিনৰ ১২ মান বজাৰ পৰা হাৰাঙ্গাজাও ডিটকচড়াৰৰ একাধিক সংগঠনে হাফলং-শিলচৰ ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি বুধবাৰে নিশা হাৰাঙ্গাজাও-ডিটকচড়াৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাৰনে গছ কাটি থকাত কিছু সময়ৰ বাবে ঘাইপথ বন্ধ হৈ পৰে। তেনে সময়ত হাফলঙৰ পৰা উপ আৰক্ষী অধীক্ষক অতুল মৰাঙ শিলচৰ অভিমুখে যোৱাৰ কাৰনে সেই ঠাইত উপস্থিত হৈ ঘাইপথ অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে শ্ৰমিকসকলক দাবি জনায়।

Apply Now

কিন্তু ডাঙৰ গছ হোৱা কাৰনে ৰাজপথ মুকলি কৰি দিয়াত অলপ পলম হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰিয়ে ক্ষুভিত হৈ মৰাঙে শ্ৰমিক সকলক শাৰিৰিক আক্ৰমণ চলোৱাৰ লগতে নিজৰ চাৰ্ভিছ বন্দুকেৰে আঘাত কৰে।

আৰক্ষীগৰাকীৰ এনে কাৰ্য ক্ষুব্ধ হৈয়ে শ্ৰমিকসকলে আজি ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ লগতে শাস্তিৰ দাবি জনায় প্ৰতিবাদকাৰীসকলে। পাছত ঘটনাস্থলীত উপস্থিত হয় ডিমা হাচাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক প্ৰশান্ত দত্ত। আৰু অৱৰোধ কাৰ্যসূচী আবেলি পাঁচমান বজাত প্ৰত্যাহাৰ কৰা হয়।

অতিৰিক্ত আৰক্ষী অধীক্ষকক প্ৰশান্ত দত্তয় কয় যে অভিযোগ পাইছো যে ডিএছপি (সদৰ) অতুল মৰাঙে একাধিক শ্ৰমিকৰ ওপৰত আক্ৰমন চলাইছে। আমি বিষয়টো গুৰুত্ব সহকাৰে লৈছো।

উল্লেখনীয় যে চলিত বছৰৰ ২৫ জানুৱাৰীত মাইবাঙত আৰক্ষীৰ গুলিত দুই যুবক নিহত হৈছিল। যি ঘটনাক লৈ জিলাজুৰি চাঞ্চ্যল্যই বিৰাজ কৰিছিল। অৱশ্যে এনে ঘটনাৰ চাৰি মাহৰ পাছত হাৰাঙ্গাজাওত আৰক্ষী বিষয়াই কৰা দাদাগিৰীত ক্ষোভিত হৈ পৰিছে সাধাৰন ৰাইজ ।

এই প্ৰসংগত আডছু সভাপতি উত্তম লাঙঠাচায় কয়, ‘আৰক্ষীৰ এনে অত্যাচাৰ অতিকৈ দুৰ্ভাগ্যজনক। আৰক্ষীৰ আক্ৰমণত গুৰুতৰভাৱে আহত সঞ্জীৱ জিদুঙক ক্ষতিপূৰণ দিয়াৰ লগতে আৰক্ষী বিষয়াৰ বিৰুদ্ধ আইনগত ব্যৱস্থা ল’ব লাগে’।

উল্লেখনীয় যে আৰক্ষীৰ আক্ৰমণত আহত সঞ্জীৱক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd