• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিচাৰি পোৱা নাই নেকি মন পচন্দৰ জীৱন সংগী? মানি চলক বাস্তু শাস্ত্ৰৰ এইকেইটা নিয়ম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2023 7:28 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱনত নিজৰ মন পচন্দৰ জীৱন সঙ্গী বিচাৰি উলিওৱাটো এক প্ৰকাৰৰ কঠিন কাম। ইয়াৰ বাবে কেতিয়াবা বহুত ধৈৰ্য্যৰ প্ৰয়োজন হয়। কেতিয়াবা আমি কাৰোবাক দেখি এটা মুহূৰ্ততে প্ৰেমত পৰি যাওঁ আৰু কেতিয়াবা আমাৰ প্ৰেম নিবেদন গ্ৰহণ কৰোঁতে আমাৰ ভালপোৱা ব্যক্তিগৰাকীয়ে বহু সময় লয় বা কেতিয়াবা আমাৰ প্ৰেম নিবেদন অস্বীকাৰ কৰে।

এনে ঘটনাই মানুহৰ আত্মবিশ্বাসক ছিন্নভিন্ন কৰি পেলায় যাৰ ফলত আকৌ কাৰোবাক ভালপোৱা বা যত্ন লোৱাটো  কঠিন হৈ পৰে। এই সমস্যাৰ সমাধান হিচাপে আমি প্ৰকৃতিৰ সৈতে নিজৰ ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজন। বাস্তুৱে আমাক এনে পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি এটা প্ৰেমময় জীৱন লাভৰ ক্ষেত্ৰত অবিশ্বাস্যভাৱে সহায় কৰিব পাৰে। 

Apply Now

আজি আমি আপোনালোকক বাস্তু শাস্ত্ৰৰ এনে কেইটামান কিটিপ জনাম, যিকেইটা মানি চলিলে আপোনাৰ প্ৰেতি সহজেই আকৰ্ষিত হ’ব বিপৰীত লিংগৰ ব্যক্তি। লগতে আপোনাৰ জীৱনটো প্ৰেমময় হৈ উঠাৰ লগতে আপোনাৰ মনটোও সদায় প্ৰেমৰ অনুভৱেৰে ধুনীয়া হৈ থাকিব।

জীৱন প্ৰেমৰে পূৰ্ণ কৰি তুলিবলৈ বাস্তুৱে কি বিধান দিছে জানি লওঁ আহক – 

 ১/ আপোনাৰ প্ৰতি আপোনাৰ প্ৰেমক আকৰ্ষণ কৰাবলৈ আপোনাৰ ঘৰৰ দক্ষিণ-পশ্চিম দিশত প্ৰেম চৰাইৰ এটা শিল্পকৰ্ম বা এখন ছবি ৰাখক। 

২) যদি আপোনাৰ দক্ষিণ দিশৰ বেৰত নীলা ৰঙৰ ৰং কৰা হৈছে তেন্তে তৎক্ষণাত ৰং সলনি কৰক, কিয়নো নীলা ৰঙৰ বাবে প্ৰেমত বাধাৰ সৃষ্টি হয়। 

৩/ ঘৰৰ পূব বা দক্ষিণ চুকত থকা কোঠাত শুব নালাগে। ই প্ৰেমৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে।

৪/ আপোনাৰ পিন্ধন উৰণত ৰঙা ৰং অন্তৰ্ভুক্ত কৰক। ৰঙা কাপোৰ পৰিধান কৰক। এখন ৰঙা ৰুমাল লগত ৰাখিব পাৰে। ৰঙা ৰংটো প্ৰেমৰ প্ৰতীক। 

৫) আপোনাৰ ঘৰৰ বাবে বগা, গোলাপী আৰু হালধীয়া ৰং বাছি লওক, বিশেষকৈ বাথৰুম আৰু বেডৰুমৰ বাবে। 

৬/ অব্যৱহৃত বা অতীতৰ লগত জড়িত বস্তু সংগ্ৰহ বা জমা কৰি নাৰাখিব। ভৱিষ্যতে যিবোৰ বস্তুৰ প্ৰয়োজন নাই সেইবোৰ সকলো বস্তু আঁতৰাই পেলাওক। 

৭) আপোনজনৰ ফটো নিজৰ ঘৰৰ উত্তৰ-পশ্চিম অঞ্চলত ৰাখক। ইয়াৰ ফলত ধনাত্মক কম্পন লাভ কৰাত সহায়ক হ’ব। 

৮/ আপোনাৰ পৰিয়ালৰ ফটো আৰু আপোনজনৰ ফটো সদায় ধূলিমুক্ত হোৱাটো নিশ্চিত কৰক; যিকোনো লেতেৰা ছবি ধূলিময় সম্পৰ্কৰ প্ৰতীক। 

৯) শুই থকাৰ সময়ত মূৰটো দক্ষিণ দিশৰ ফালে থকাটো নিশ্চিত কৰক।

১০) নিশ্চিত হওক যে আপোনাৰ বিচনাখন উপযুক্ত সামগ্ৰীৰে নিৰ্মিত আৰু বিচনাখন দুখন দুৱাৰৰ মাজত ৰখা হোৱা নাই। 

১১) আপোনাৰ ঘৰত প্ৰাকৃতিক পোহৰৰ পৰিমাণ বৃদ্ধি কৰক। পাতল ৰঙৰ পৰ্দা ব্যৱহাৰ কৰক যাতে সূৰ্য্যৰ পোহৰ ভিতৰত পৰেহি। 

১২.আপোনাৰ শোৱা কোঠাত সতেজ ফুল ৰাখক। গোলাপ, হিবিস্কাছ, শেৱালি আদি ফুল প্ৰেম আৰু উৰ্বৰতাৰ প্ৰতীক। আপোনাৰ ঘৰৰ ৰোমান্টিক কোণত মমবাতি আৰু ড্ৰিম লাইট অন্তৰ্ভুক্ত কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd