• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাদ‍্যত বিষক্ৰিয়া ঘটি ডিমৌত পাঁচজন লোক গুৰুতৰভাৱে অসুস্থ

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
May 4, 2018 7:28 am
WhatsApp Image 2017-05-22 at 6.45.17 PM

প্ৰতিনিধিত্বমূলক চিত্ৰ

112
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে সন্ধিয়া শিৱসাগৰ জিলাৰ ডিমৌত খাদ্যত বিষক্ৰিয়া ঘটি চিকিৎসাধীন হ’বলগীয়া হয় শিশুসহ পাঁচজন লোক। ডিমৌৰ অস্থায়ী দোকানৰ পৰা ক্ৰয় কৰি নিয়া জেলেপি খোৱাৰ পাছতে একেটা পৰিয়ালৰে পাঁচজন লোক হঠাৎ অসুস্থ হৈ পৰে।

স্থানীয় লোকৰ তৎপৰতাত বিষক্ৰিয়াত আক্ৰান্ত গুৰুপ্ৰসাদ ধুংগল(৭০), সুমিত্ৰা দেৱী(৩৪), মাধৱী শৰ্মা(৩২), ঈশ্বৰ শৰ্মা (৩৫) আৰু উৰ্মিলা ছেত্ৰী(৯) এই আটাইকেইজন লোককে লগে লগে ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসকে আটাইকেইজন লোকৰে চিকিৎসা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।

জানিব পৰা মতে লোককেইজনৰ ঘৰ ডিমৌৰ পৰা ১৫ কিলোমিটাৰ নিলগৰ ধাইবাৰী গাঁৱত। পৰিয়ালৰ সদস্য এগৰাকীয়ে ডিমৌৰ পৰা ঘৰলৈ যোৱাৰ সময়ত ডিমৌ-নিতাই ৰোডৰ বিৰু মুণ্ডা নামৰ লোকজনৰ ফুটপাথৰ দোকানৰ পৰা জেলেপি ক্ৰয় কৰি নিছিল।

বৰ্তমান অসুস্থসকল চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বিপৰীতে ফুটপাথৰ মিঠাই দোকানী বিৰু মুণ্ডাই তেওঁৰ জেলেপিত কোনো বিষক্ৰিয়া হোৱাৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।

ইফালে ফুটপাথত একাংশ ব্যৱসায়ীয়ে অস্বাস্থ‍্যকৰ পৰিবেশ আৰু অপৰিস্কাৰভাৱে জেলেপিবোৰ বনোৱাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি একাংশ স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd