• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলাবাৰীত ‘অসম এক শোকগাঁথা’ শীৰ্ষক ভূপেন শইকীয়া সোঁৱৰণী মুকলি কুইজ সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2023 6:53 pm
Quiz
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ জিলাৰ অন্যতম অগ্ৰণী সংস্থা হাৱাজান কুইজ ফ’ৰাম এণ্ড ডিবেটিং চ’ছাইটিৰ উদ্যোগত আৰু কলাবাৰী মহাবিদ্যালয় ছাত্ৰ কল্যাণ সমিতিৰ সহযোগত ”ভূপেন শইকীয়া সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা”খনি কালি সম্পন্ন হৈ যায়। মহাবিদ্যালয়ৰ ৰামপতি ৰাজখোৱা স্মৃতি প্ৰেক্ষাগৃহত দিনৰ ১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে দাতা পৰিয়ালবৰ্গৰ হৈ প্ৰয়াত অধ্যাপক ভূপেন শইকীয়াৰ পত্নী অনিমা শইকীয়াই।

কুইজ ফ’ৰামৰ সদস্যা সুলক্ষণা গগৈয়ে আঁত ধৰা প্ৰতিযোগিতাখনত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জিতেন শৰ্মাই সঞ্চালক আৰু ধেমাজিৰ কুইজমাষ্টাৰ চিৰঞ্জীৱ শইকীয়া পৰিচালক হিচাপে উপস্থিত থাকে। কুইজখনত স্কুল পৰ্যায় আৰু মুকলি দুয়োটা শাখাতেই অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ অন্তত পুৰস্কাৰ প্ৰাপ্ত প্ৰতিযোগীসকল ক্ৰমে স্কুল পৰ্যায়ত প্ৰথম স্থান স্বাগত প্ৰাণ দত্ত , দ্বিতীয় স্থান ডিম্পল বৰুৱা, তৃতীয় স্থান দেৱৰাজ শইকীয়া।

Apply Now

সেইদৰে চতুৰ্থ স্থান নেইনা শইকীয়া, পঞ্চম স্থান গুঞ্জনজ্যোতি শইকীয়া, ষষ্ঠ স্থান লিজা বেজবৰুৱাৰ বিপৰীতে মুকলি শাখাত প্ৰথম স্থান বিজিত লাহন-বিশ্বজ্যোতি দাস, দ্বিতীয় স্থান সন্দীপন পাঠক- সায়ন্তন শইকীয়া, তৃতীয় স্থান চন্দ্ৰজিৎ দাস-কমল মেধি, চতুৰ্থ স্থানত বিশ্বজ্যোতি বৰা- নয়নজ্যোতি বৰা, পঞ্চম স্থানত হৰ্ষবৰ্দ্ধন – নিকু দুৱৰা আৰু ষষ্ঠ ষ্ঠানত কুলদ্বীপ দত্ত – দেৱজিৎ বৰঠাকুৰ ।

লগতে যুগান্তৰ বৰাই লাভ কৰে শ্ৰেষ্ঠ দৰ্শকৰ স্থান। অনুস্থানত কলাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ শৰ্মা, ছাত্ৰ কল্যাণ সমিতিৰ সম্পাদক তথা বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক দীপক বৰুৱা, অসমীয়া বিভাগৰ ড° উৎপল শইকীয়া, কৰৱী দাস কাকতি, ৰূপা মুদৈ, ভূগোল বিভাগ বিভাগৰ বিজিৎ বৰা, বুৰঞ্জী বিভাগৰ ডিম্বেশ্বৰ বৰদলৈ আৰু প্ৰতিযোগিতাখনৰ মূল্যাংকক হিচাপে দায়িত্ব গ্ৰহণ কৰে শিক্ষকদ্বয় সঞ্জীৱ বসুমতাৰী, অনুপম বৰুৱা , কবি কুকিল শইকীয়া, পৰিস্মিতা ভূঞা দত্তই।

প্ৰতিযোগিতাখন সকলো দিশৰ পৰা সফল কৰি তোলাৰ বাবে মুখ্য আহ্বায়ক জিৎ শইকীয়াই সকলো ব্যক্তিলৈ শলাগৰ শৰাই আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd