• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথমে দলবদ্ধ ধৰ্ষণ, তাৰপিছত বিদ্যালয়ৰ ছাদৰ পৰা গতিয়াই হত্যা ছাত্ৰীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2023 7:35 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্রদেশৰ অযোধ্যা চহৰৰ শিক্ষানুষ্ঠান ‘চানবিম হাইস্কুল’ত সংঘটিত হৈছে এটা জঘন্য কাণ্ড। 

চানবিম হাইস্কুলৰ এগৰাকী ছাত্ৰীক দলবদ্ধভাবে ধৰ্ষণ কৰি বিদ্যালয়ৰ ছাদৰ পৰা তললৈ গতিয়াই দি হত্যাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সূত্ৰ অনুসৰি যোৱা শুক্ৰবাৰে এই ঘটনা সংঘটিত হৈছে। 

ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ পিচত স্কুলৰ প্রধান আচাৰ্য ৰশ্মি ভাটিয়া, স্কুলখনৰ মেনেজাৰ ব্ৰীজেশ যাদৱ আৰু ক্ৰীড়া বিষয়ৰ শিক্ষক অভিষেক কানোজিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ 

অভিযোগমতে শুকুৰবাৰে পুৱা প্রধান আচাৰ্যই  ছাত্ৰীগৰাকীক স্কুললৈ মাতি পঠিয়াইছিল। তাৰ পিচতে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি বিদ্যালয়ৰ ছাদৰ পৰা গতিয়াই হত্যা কৰা হয়।

সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিচত আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। ইতিমধ্যে অধিক তথ্যৰ আৰু দোষীক আদালতত দোষী সাব্যস্ত কৰাৰ বাবে অধিক তদন্ত অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। 

Recent News

সদায় পুৱা এই পানীয়ই হাড়ৰ পৰা বাহিৰ কৰি দিব যন্ত্ৰণা; মাত্ৰ ১৫ দিনতে ইউৰিক এচিডৰ পৰা সকাহ!

সদায় পুৱা এই পানীয়ই হাড়ৰ পৰা বাহিৰ কৰি দিব যন্ত্ৰণা; মাত্ৰ ১৫ দিনতে ইউৰিক এচিডৰ পৰা সকাহ!

উচ্ছেদ আৰু গুলীচালনাৰ বিৰোধিতা : ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতি

উচ্ছেদ আৰু গুলীচালনাৰ বিৰোধিতা : ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতি

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd