• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মনত ৰাখক চাণক্যৰ এই তিনি নীতি: প্ৰেমৰ সম্পৰ্কক কৰি তুলিব মধুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2023 8:19 am
Chanakya
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ জীৱনটো স্বাভাৱিকতেই সুখ-স্বাচ্ছন্দ্যৰে সজাই তুলিব বিচাৰে। ব্যক্তিৰ জীৱনৰ এই সুখৰ আধাৰৰ ভিতৰত প্ৰেম অন্যতম। কিন্তু বহু সময়ত ভুল বুজাবুজি বা সৰু সৰু সমস্যাৰ বাবে স্বামী-স্ত্ৰীৰ সম্পৰ্ক তথা প্ৰেমৰ সম্পৰ্কত বিভাজন ঘটে।

প্ৰেমৰ সম্পৰ্কত এনেধৰণৰ বাধা আঁতৰাবৰ কাৰণে প্ৰাচীন ভাৰতীয় পণ্ডিত আচাৰ্য চাণক্যই কিছু পৰামৰ্শ আগবঢ়াই গৈছে। মানৱ জীৱনৰ লগত জড়িত বিভিন্ন দিশসমূহৰ দৰেই প্ৰেমৰ ক্ষেত্ৰতো চাণক্যই আগবঢ়োৱা এনে পৰামৰ্শ সমূহে প্ৰেমৰ সম্পৰ্কক মধুৰ কৰি তুলিব পাৰে।

Apply Now

চাওঁ আহক চাণক্যই আগবঢ়োৱা এনে তিনিটা বিশেষ পৰামৰ্শ:

নিজকে আইনাখনৰ দৰে কৰি লওক

আধা সত্য আৰু আধা মিথ্যাই সম্পৰ্কক বিষাক্ত কৰি তোলে। চাণক্যৰ মতে, যদি আপুনি প্ৰেমৰ সম্পৰ্ক আৰু বিবাহিত জীৱন সুখী কৰিব বিচাৰে তেন্তে আইনাৰ দৰে স্বচ্ছ হ’ব লাগিব। এই সম্পৰ্কবোৰত একে ধৰণে চিন্তা কৰাতকৈ কোনো সমস্যাৰ ক্ষেত্ৰত দুয়ো একেলগে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰাটো অধিক গুৰুত্বপূৰ্ণ, তেতিয়াহে ইয়াৰ সমাধান পোৱা যাব।

আচাৰ্য চাণক্যৰ মতে, প্ৰেমৰ সম্পৰ্কত সংগীক সমান মৰ্যাদা দিব লাগে। কোনো বিষয়ত সংগীৰ কথাও ভালদৰে শুনা উচিত আৰু তাৰ পিছত একেলগে সমস্যাবোৰ সমাধান কৰিব লাগে।

প্ৰেম আৰু ভক্তি

প্ৰেম আৰু সমৰ্পণ প্ৰতিটো সম্পৰ্কৰ ভেটি। চাণক্যই কয় যে সৰু সৰু ত্যাগৰ দ্বাৰাহে প্ৰেম জীৱন আৰু বিবাহিত জীৱন সফল হয়। যিসকল লোকে ‘মই’ আৰু ‘আপুনি’— ক পৰিহাৰ কৰি সম্পৰ্কত ‘আমি’ বুলি অনুভৱ কৰি ৰাখে, তেওঁলোকে সম্পৰ্কটো বহুত ভালকৈ পৰিচালনা কৰে। এই সম্পৰ্কবোৰত দুখৰ পৰিসৰ শূন্যৰ সমান হৈ পৰে।

প্ৰেমৰ সম্পৰ্কেই হওক বা বিবাহিত জীৱনেই হওক, যদি আপুনি কাৰোবাক সঁচা অৰ্থত ভাল পায় তেন্তে তেওঁৰ সৈতে সৎ হওক, কাৰণ ইয়াৰ ভিত্তিতেই সম্পৰ্কটো মজবুত হৈ পৰে আৰু সংগীয়ে চকু মুদিও আপোনাক বিশ্বাস কৰে।

নিজৰ সিদ্ধান্ত জাপি নিদিব

বিশ্বাস প্ৰেমৰ ভেটি। যদি কোনো সম্পৰ্কত আস্থা নাথাকে তেন্তে সেয়া বেছি দিন টিকি থাকিব নোৱাৰে।যিসকল লোকে নিজৰ জীৱন সংগীক নিজৰ মতে জীয়াই থাকিবলৈ পাবলগীয়া স্বাধীনতাক স্বীকৃতি দিয়ে, তেওঁলোকৰ সম্পৰ্ক সদায় সফল হয়।

মনত ৰাখিব যে যিজন ব্যক্তিয়ে নিজৰ সিদ্ধান্ত সংগীৰ ওপৰত জাপি নিদিয়ে তেওঁ সদায় প্ৰেমৰ সম্পৰ্কত সুখী। চাণক্যই কৈছে যে ঘৰ-কৰ্মৰ দায়িত্ব সমানে ভাগ কৰা যুৱক-যুৱতীৰ মাজত বিবাদৰ সম্ভাৱনা নগণ্য হৈ পৰে। ইজনে সিজনক সহায় কৰা দম্পতী সদায় সুখী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm
চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd