• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অনুষ্ঠিত হ’ব যৌন চেম্পিয়নশ্বিপ : যৌনতাই লাভ কৰিলে আনুষ্ঠানিক ক্ৰীড়াৰ মৰ্যাদা

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
June 3, 2023 3:48 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰগতিশীলতা, মূল্যবোধ আৰু সমতাৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত ছুইডেনে যৌনতাক আনুষ্ঠানিকভাৱে খেল বা ক্ৰীড়া হিচাপে স্বীকৃতি প্ৰদান কৰি ইতিহাস ৰচনা কৰিছে। 

সকলোকে স্তম্ভিত কৰিব পৰা কথাটো হ’ল উত্তৰ ইউৰোপৰ দেশখনে প্ৰথমবাৰৰ বাবে ইউৰোপীয় যৌন চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। 

Apply Now

ছুইডেনৰ যৌন ফেডাৰেচনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন অহা ৮ জুনত আৰম্ভ হ’ব। ইউৰোপৰ বিভিন্ন দেশৰ অংশগ্ৰহণকাৰীয়ে ১৬টা ভিন্ন শাখাত অংশগ্ৰহণ কৰিব। কেইবা সপ্তাহ ধৰি চলিবলগীয়া প্ৰতিযোগিতাত খেলুৱৈ সকলে নিজৰ দক্ষতা আৰু সামৰ্থ্য প্ৰদৰ্শন কৰিব। 

প্ৰতিদিনে প্ৰতিযোগীসকলে ছয় ঘণ্টীয়া কঠোৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব। য’ত ব্যক্তিগত মেচ ৪৫ মিনিটৰ পৰা এঘণ্টাৰ ভিতৰত চলিব। 

ইউৰোপীয় যৌন চেম্পিয়নশ্বিপৰ বিভিন্ন ধৰণৰ শাখাসমূহৰ ভিতৰত আছে বিমোহন (Seduction,), শৰীৰৰ মালিচ, কামুক অঞ্চল অন্বেষণ কৰা(Exploring erotic zones) , পূৰ্বৰঙ্গ(Prelude), মৌখিক যৌন সম্পৰ্ক(Oral Sex), অনুপ্ৰৱেশ, সহিষ্ণুতা(Endurance), শাৰীৰিক ৰূপ(Physical appearance), ভংগীমা, অৱস্থান সলনিৰ সৃষ্টিশীলতা(Creativity in position changes), সহনশীলতা আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্গাজমৰ সংখ্যা (Endurance and number of orgasms within a given time) , কলাত্মক প্ৰদৰ্শন আৰু ভংগীমাৰ পৰিৱৰ্তন, আৰু প্ৰতিযোগিতাৰ সময়ত ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি কৰাৰ ক্ষমতা।

প্ৰতিটো শাখাতে অংশগ্ৰহণকাৰীসকলে ৫ৰ পৰা ১০ ৰ ভিতৰত নম্বৰ লাভ কৰিব পাৰিব। এই নম্বৰ ৰাজহুৱা ভোটদান আৰু পাঁচজন বিচাৰকৰ পেনেলৰ দ্বাৰা নিৰ্ধাৰণ কৰা হ’ব। 

প্ৰতিযোগিতাখন তিনিটা স্তৰত ভাগ কৰা হৈছে। অংশগ্ৰহণকাৰীসকলে অধিক আগবাঢ়ি যাবলৈ প্ৰতিটো স্তৰতে নিৰ্দিষ্ট সংখ্যক পইণ্ট লাভ কৰিব লাগিব। 

প্ৰতিযোগিতাখনৰ আয়োজক সকলে কয় যে ক্ৰীড়া কৌশলৰ অংশ হিচাপে যৌন সম্ভোগৰ অন্তৰ্ভুক্তি ইউৰোপীয় দেশসমূহৰ মাজত এক যুগান্তকাৰী বিকাশ হ’ব।

ছুইডিছ ফেডাৰেচন অৱ চেক্সৰ সভাপতি ড্ৰেগান ব্ৰাটিচে নিজৰ বিশ্বাস প্ৰকাশ কৰে যে যৌনতাক খেল হিচাপে স্বীকৃতি দিয়াটো অত্যন্ত প্ৰয়োজনীয়। তেওঁ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি যৌন কাৰ্য্যকলাপৰ জৰিয়তে শাৰীৰিক আৰু মানসিক সুস্থতাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ এই খেলবিধৰ নিজস্ব স্বৰূপৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ উদ্দেশ্য হৈছে প্ৰতিদ্বন্দ্বীক অপৰিসীম আনন্দ প্ৰদান কৰা। 

ছুইডিছ চেক্স ফেডাৰেচনে কয় যে খেল হিচাপে যৌনতা এক জটিল প্ৰচেষ্টা, যাৰ বাবে সৃষ্টিশীলতা, আৱেগিক বুদ্ধিমত্তা, কল্পনাশক্তি, সুস্থ শৰীৰ, সহিষ্ণুতা, আৰু কৰ্মক্ষমতাৰ প্ৰয়োজন। 

ফেডাৰেচনৰ সভাপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰতিযোগিতাৰ নিয়মসমূহ সময়ৰ লগে লগে পৰ্যবেক্ষণ আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি বিকশিত হ’ব।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd