• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘অন্য যুৱকেৰে প্ৰেয়সীক শুবলৈ দি অতি সুখী প্ৰেমিক!’ এই দাবী কৰিলে কোন যুৱকে?

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
June 5, 2023 5:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন ব্ৰিটিছ যুৱকে প্ৰেমিকাক কৰ্মস্থলীত থকাৰ সময়ত অন্য যুৱকেৰে যৌন সম্পৰ্ক কৰিবলৈ পৰামৰ্শ দিয়াৰ পিছৰে পৰা তেওঁলোকৰ সম্পৰ্ক অধিক শক্তিশালী হোৱা বুলি দাবী কৰিছে।

উপাধি প্ৰকাশত অনিচ্ছুক মেটে নিউয়ৰ্ক টাইমছৰ ইউটিউব ধাৰাবাহিক “লাভ ডন’ট জাজ”ৰ বাবে দিয়া এক সাক্ষাৎকাৰত প্ৰেমিকা জ’ৰ সৈতে চাৰি বছৰীয়া সম্পৰ্কৰ বিষয়ে সদৰী কৰিছিল।

Apply Now

৩৬ বছৰীয়া মেটে কয় যে তেওঁ আৰু ৩১ বছৰীয়া প্ৰেমিকা জ’ৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ হোৱাৰ মাত্ৰ কেইমাহমানৰ পাছতে প্ৰেমিকাক অন্য পুৰুষেৰে যৌন সম্পৰ্ক আৰম্ভ কৰিবলৈ পৰামৰ্শ দিছিল।

“যেতিয়া মোৰ পৰামৰ্শত তেওঁ সন্মতি দিছিল, মই সুখী হৈছিলো, কাৰণ আগৰ সম্পৰ্কত প্ৰতাৰণাৰ বলি হৈছিলো, গতিকে মই এনে এগৰাকী সংগীক বিচাৰি পাই যথেষ্ট সুখী হৈছিলো যিয়ে মোক অন্ততঃ প্ৰতাৰণা নকৰে।” মেটে অনুষ্ঠানটোত কয়। 

মেটৰ মতে এই ব্যৱস্থাই তেওঁৰ পূৰ্বৰ সম্পৰ্কবোৰত থকা প্ৰতাৰণা, বিশ্বাসঘাতকা আদিৰ সকাহ প্ৰদান কৰাৰ লগতে নতুন বিশ্বাস, ঘনিষ্ঠতাক অধিক সুদৃঢ় কৰি তুলিছে।

মেটে কৰ্মস্থলীত থকাৰ সময়ত প্ৰেমিকা জ’ৱে অন্য পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে। মেটেৰ মতে জ’ৰ এই যৌন সম্পৰ্কৰ পাছত তেওঁলোকৰ মাজৰ ঘনিষ্ঠতা অধিক বৃদ্ধিহে পায় আৰু উপভোগ কৰে।

ইফালে প্ৰেয়সীৰ পুৰুষ অচিনাকি পুৰুষৰ সৈতে কৰা যৌন সম্পৰ্ক মুহূৰ্তবোৰ ৰেকৰ্ডিং কৰাৰো প্ৰস্তাৱ দিছিল, যি প্ৰস্তাৱ প্ৰেয়সী জ’ৱে সন্মত হয়। মেটে অনুষ্ঠানটোত কোৱা মতে প্ৰেয়সীৰ এই ৰেডৰ্কিঙবোৰ তেওঁৰ বাবে অপেছাদাৰী পৰ্ণ ছবি দৰেই। 

লগতে তেওঁ ইয়াকো স্বীকাৰ কৰে সুন্দৰ আৰু কমবয়সীয়া সংগীৰে প্ৰেয়সীয়ে যৌন সম্পৰ্ক স্থাপন কৰিলে তেওঁৰ অলপ হ’লেও ইৰ্ষান্বিত হয়। “ঈৰ্ষা হ’লেও ই যথেষ্ট ভাল লগা অনুভৱ, কাৰণ দিনটোৰ শেষত তাই মোৰ ওচৰলৈ ঘৰলৈ আহি আছে।” মেটে কয়।

ইফালে অচিনাকি মানুহৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতে জ’ই তেওঁৰ প্ৰেমিকক আন মহিলাৰ সৈতেও যৌন সম্পৰ্ক স্থাপন কৰিবলৈ পৰামৰ্শ দিলে। লাজুক মেটে এনে কৰিবলৈ প্ৰথমে অনিচ্ছুক হৈছিল বুলিও প্ৰকাশ কৰে প্ৰেয়সী জ’ৱে।

অৱশেষত তেওঁ মান্তি হ’ল আৰু চাৰি বছৰৰ পাছতো দম্পতীহাল অৰ্ধমুক্ত সম্পৰ্কত আছে যদিও তেওঁলোকৰ কঠোৰ নিয়ম আছে।

দুবছৰৰ আগতে মেটে আনকি প্ৰেয়সীক এনে যৌন কৰ্মৰ পৰা কিছু টকা উপাৰ্জন আৰম্ভ কৰিবলৈ উৎসাহিত কৰিছিল আৰু তাইক OnlyFans একাউণ্ট এটা আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছিল। তেতিয়াৰ পৰাই প্ৰাপ্তবয়স্কৰ এনে চাবস্ক্ৰিপচন চাইটত এগৰাকী চেলিব্ৰেটি হৈ পৰিছে জ’। প্ৰেমিক মেটে নিজৰ প্ৰেমিকাক ভাৰ্চুৱেলি — লগতে শাৰীৰিকভাৱে এইদৰে শ্বেয়াৰ কৰিবলৈ পাই অতি সুখী বুলি প্ৰকাশ কৰিছে।

তেওঁলোকেও কয় যে তেওঁলোকে ইজনে সিজনক ‘প্ৰতাৰণা’ কৰা নাই, কাৰণ তেওঁলোকৰ যৌন-কৰ্মকলৈ কোনোজনৰে গোপনীয়তা নাই। তেওঁলোকক সমালোচনা কৰাসকলক উদ্দেশ্যি প্ৰেয়সী জ’ৱে কয়, “এইবোৰ কথা বুজি নোপোৱা মানুহে আমাক সমালোচনা কৰে, তেওঁলোকে নিজকে শিক্ষিত কৰক!” 

জ’ আৰু মেটৰ দুয়োৰে সন্তান আছে আৰু তেওঁলোকে কয় যে অৱশেষত তেওঁলোকৰ সন্তানে বুজিব পৰাকৈ বয়স হ’লে তেওঁলোকৰ অগতানুগতিক ৰোমাঞ্চৰ বিষয়ে আলোচনা কৰিব।

দম্পতীহালে কয় যে তেওঁলোকৰ এই জীৱনশৈলী অব্যাহত থাকিব৷ সমালোচকসকলক তেওঁলোকে সদায়ে আওকাণ কৰি চলি যাব।

“আমি ইমান উপভোগ আৰু উদযাপন কৰিছো , আমি ইজনে সিজনৰ সংগ উপভোগ কৰো!” প্ৰেয়সী জ’ৱে শেষত কয়।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm
চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd