• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষকৰ ভগা পঁজাৰ পৰা টাটা গ্ৰুপৰ CEO হোৱালৈকে চন্দ্ৰশেখৰনৰ এক সংগ্ৰামী যাত্ৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2023 9:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট উদ্যোগপতি ৰতন টাটাই টাটা গ্ৰুপক এক অনন্য মাত্ৰা প্ৰদান কৰিলে। তেওঁ কেৱল দেশৰ এজন সফল উদ্যোগপতিয়েই নহয়, দেশৰ আগশাৰীৰ দানবীৰ তেওঁ।

উল্লেখ্য যে ৰতন টাটাই এই কোম্পানীটোৰ দায়িত্ব তেওঁৰ অতি প্ৰিয় নটৰাজন চন্দ্ৰশেখৰনৰ হাতত অৰ্পণ কৰিছে। এন চন্দ্ৰশেখৰনক আজি তাৰিখত বহুতে জানে। তেওঁ এয়াৰ ইণ্ডিয়াৰ লগতে টাটা গোটৰ অধ্যক্ষৰ পদত অধিষ্ঠিত। কিন্তু অতি কম সংখ্যক লোকেহে জানে যে চন্দ্ৰশেখৰন আজি যিটো কোম্পানীৰ চি ই অ’, এসময়ত সেই কোম্পানীতে ইন্টাৰশ্বিপ কৰিছিল চন্দ্ৰশেখৰনে।

Apply Now

এন চন্দ্ৰশেকাৰনৰ জন্ম ১৯৬৩ চনত তামিলনাডুৰ মোহানুৰ গাঁৱত হৈছিল। তেওঁৰ পিতৃ-মাতৃ আছিল খেতিয়ক। চন্দ্ৰশেখৰনৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল গাঁৱৰ চৰকাৰী বিদ্যালয়ত। সৰুৰে পৰা তেওঁ কম্পিউটাৰ বিজ্ঞানৰ প্ৰতি আগ্ৰহী আছিল। পঢ়া-শুনাত অতি প্ৰতিভাশালী হোৱাৰ বাবে তেওঁ কইম্বাটুৰ ইনষ্টিটিউট অৱ টেকন’লজিত নামভৰ্তি কৰে। প্ৰয়োগ বিজ্ঞান বিষয়ত ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তিৰুচিৰাপল্লীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা কম্পিউটাৰ এপ্লিকেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে চন্দ্ৰশেখৰনে।

এসময়ত দেউতাকৰ সৈতে খেতিৰ কাম কৰিছিল চন্দ্ৰশেখৰনে। তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল টাটাৰ পৰা।ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰাৰ পিছত ১৯৮৭ চনত ইন্টাৰ্ণ হিচাপে টাটা কোম্পানীত যোগদান কৰে। আৰু আজিৰ তাৰিখত সেই কোম্পানীটোৰেই মুখ্য কাৰ্যবাহী বিষয়া তেওঁ।

তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তিত ২০০৯ চনৰ অক্টোবৰ মাহত তেওঁ কোম্পানীটো চি ই অ’ পদ লাভ কৰে। ৪৬ বছৰ বয়সত তেওঁ সেই পদটো পাইছিল। সেয়ে চন্দ্ৰশেখৰন কোম্পানীটোৰ আটাইতকৈ কম বয়সীয়া চিইঅ’ হিচাপে পৰিগণিত হয়।

জানিব পৰা মতে, ২০১৯ চনত এন চন্দ্ৰশেখৰনৰ দৰমহা আছিল ৬৫ কোটি টকা। ২০২১-২২ চনত টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেক্ৰনে লাভ কৰিছিল ১০৯ কোটি টকাৰ পেকেজ। এই ক্ষেত্ৰত তেওঁ ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা চিইঅ’। ইফালে যদি আমি তেওঁৰ সম্পত্তিৰ কথা কওঁ, ২০২০ চনত তেওঁ মুম্বাইত এটা ডুপ্লেক্স ফ্লেট কিনিছিল। যাৰ দাম আছিল ৯৮ কোটি টকা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd