• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাৰ্টি গেট কেলেংকাৰী! সাংসদ পদৰ পৰাও পদত্যাগ কৰিলে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2023 9:16 am
ব্রিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন। ফটো: সংগ্ৰহীত।

ব্রিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন। ফটো: সংগ্ৰহীত।

249
VIEWS
Share on FacebookShare on Twitter

বৰিছ জনছনে ব্ৰিটেইনৰ সংসদ সদস্য (এম পি) পদৰ পৰাও পদত্যাগ কৰিছে। শুকুৰবাৰে ‘পাৰ্টিগেট কেলেংকাৰী’ৰ তদন্তৰ প্ৰতিবেদনৰ পিছতে তেওঁ পদত্যাগ ঘোষণা কৰে।

বৰিছৰ মতে, বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ বাবেই তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছে। সেই তদন্তৰ প্ৰতিবেদনত তেওঁক সাংসদ পদৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰাৰ চেষ্টা কৰা হৈছে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে পুৱা জনছনে বিশেষাধিকাৰ কমিটীৰ তদন্ত প্ৰতিবেদনৰ এটা প্ৰতিলিপি লাভ কৰে। বৰিছৰ মতে এই প্ৰতিবেদন বিভ্ৰান্তিকৰ, অসত্য আৰু পক্ষপাতিত্বৰে পৰিপূৰ্ণ।

লগতে পঢ়ক: আমেৰিকাৰ পাৰমাণৱিক কাৰ্যসূচীৰ গোপন নথি-পত্ৰ বাথৰুমতো ৰাখিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে

শুকুৰবাৰে সন্ধিয়া এক বিবৃতিত বৰিছে দাবী কৰে যে কমিটীয়ে নিজৰ প্ৰতিবেদনত এটাও প্ৰমাণ দাঙি ধৰিব পৰা নাই যে তেওঁ ইচ্ছাকৃতভাৱে হাউছ অৱ কমনছ (সংসদৰ নিম্ন সদন)ক বিপথে পৰিচালিত কৰিছে।

ইয়াৰ পূৰ্বে মাৰ্চ মাহত বৰিছে তদন্ত সমিতিৰ সন্মুখত স্বীকাৰ কৰিছিল যে তেওঁ কৰ’নাৰ নিয়ম অৱমাননা কৰি বন্ধু-বান্ধৱীৰ সৈতে ডিনাৰ পাৰ্টি আয়োজন কৰি সংসদক বিপথে পৰিচালিত কৰিছিল। কিন্তু তেওঁ ইচ্ছাকৃতভাৱে সেয়া কৰা নাই বুলিও কৈছিল ।

২০২০-২১ চনত কৰ’না মহামাৰীৰ সময়ত ব্ৰিটেইনত বিভিন্ন নিষেধাজ্ঞা প্ৰযোজ্য আছিল। তাৰ পিছত প্ৰধানমন্ত্ৰী বৰিছে লকডাউনৰ নিয়ম ভংগ কৰি নিজৰ কাৰ্যালয়ত কেইবাবাৰো নৈশ আহাৰ অনুষ্ঠানৰ আয়োজন কৰে। যাৰ বাবে তেওঁ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হ’ল।

লগতে পঢ়ক: সুন্দৰীৰে ভৰি পৰিব দেশ! তিনি দশকৰ পাছত এইবাৰ ভাৰতত অনুষ্ঠিত হ’ব ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা

এই বিষয়টোক ‘পাৰ্টি গেট কেলেংকাৰী’ বুলি জনা যায়। এই অভিযোগৰ ভিত্তিত বৰিছে ২০২২ চনৰ ৭ জুলাইত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ ঘোষণা কৰিবলগীয়া হৈছিল।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd