• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চুমা চুমা চুমা মিঠা মন, যাদুকৰী গুণ লুকাই আছে মৰমৰ প্ৰতিটো চুমাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2023 3:29 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুমা খোৱাটো হৈছে প্ৰেম, মৰম আৰু কামনাৰ এক সাৰ্বজনীন প্ৰকাশ। চুমাৰে মৰম প্ৰকাশ কৰাটো মানৱ সভ্যতাৰ এক প্ৰাচীন পৰম্পৰা।

জানি আচৰিত হ’ব যে চুমা খোৱাৰ লগত ৰোমাঞ্চ, আৱেগ আৰু আন্তৰিক সম্পৰ্ক জড়িত হৈ থকাৰ উপৰিও চুমাই  স্বাস্থ্যৰো উপকাৰো সাধন কৰে। চুমাই মানসিক আনন্দ প্ৰদান কৰা উপৰিও আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত  ইতিবাচক প্ৰভাৱ পেলাব পাৰে। 

Apply Now

আহকচোন জানোঁ চুমাই আমাৰ শৰীৰৰ ওপৰত কি কি ইতিবাচক প্ৰভাৱ পেলাব পাৰ –

১. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:

বিশেষজ্ঞ সকলৰ মতে চুমা খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। চুমা খালে মুখৰ জৰিয়তে যি লেলাৱটিৰ বিনিময়  হয় সেই লেলাৱটিত থকা এন্টিবডিয়ে শৰীৰৰ ৰোগকাৰক জীৱাণুৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে। লেলাৱটিত থকা বিভিন্ন বেক্টেৰিয়াৰ সংস্পৰ্শই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে। যাৰ ফলত চৰ্দি আৰু ফ্লুৰ দৰে সাধাৰণ ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

২) কেলৰি ক্ষয় কৰে

আপুনি বিশ্বাস কৰক বা নকৰক, চুমা খোৱাটোও এক প্ৰকাৰৰ ব্যায়াম। যদিও ই আপোনাৰ নিয়মীয়া ব্যায়ামৰ ঠাই ল’ব নোৱাৰে, তথাপি আৱেগ জৰ্জৰিত চুমা এটাই প্ৰতি মিনিটত প্ৰায় ২ ৰ পৰা ৩ কেলৰি ক্ষয় কৰিব পাৰে। ইয়াৰ উপৰিও চুমা খোৱাৰ সময়ত হৃদস্পন্দন আৰু তেজৰ সঞ্চালন বৃদ্ধিয়ে বিপাকীয় ক্ৰিয়াৰ উন্নত কৰাত অৰিহণা যোগায়। গতিকে এইবাৰৰ পৰা চুমা খাওঁতে আপুনি মনত ৰাখিব যে চুমা খোৱাৰ লগতে আপুনই আপোনাৰ শৰীৰৰ অতিৰিক্ত কেলৰি হ্ৰাস কৰি আছে। 

৩/ মানসিক চাপৰ উপশম 

চুমা খালে শৰীৰত ড’পামিন, অক্সিট’চিন, চেৰ’টনিন আদি কেইবাটাও গুৰুত্বপূৰ্ণ হৰম’ন নিৰ্গত হয়। এই হৰম’নবোৰৰ লগত আনন্দ, বন্ধন, সুখৰ সম্পৰ্ক আছে। যেতিয়া আপুনি চুমা খায়, তেতিয়া এই ৰাসায়নিক হৰম’ন সমূহৰ নিঃসৰণে আপোনাৰ মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰে। নিয়মিত চুমা খালে উদ্বেগ দূৰ হয় আৰু আপোনাৰ মন মেজাজ আনন্দেৰে পৰিপূৰ্ণ হৈ উঠে।

৪/ মুখমণ্ডলৰ পেশী শক্তিশালী কৰে

চুমাৰ লগত মুখৰ কেইবাটাও পেশীৰ গতিবিধি জড়িত হৈ থাকে। চুমাই মুখমণ্ডৰ মাংসপেশী শক্তিশালী কৰাত সহায় কৰিব পাৰে। নিয়মিতভাৱে চুমা খালে এই পেশীবোৰৰ ব্যায়াম হয় ফলত মুখত বলিৰেখা হ্ৰাস পায় আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। গতিকে, চুমাবোৰক আপোনাৰ মুখৰ স্বাভাৱিক ব্যায়াম হিচাপে আকোৱালি লওক।

৫) ৰক্তচাপ কমায়:

অধ্যয়নত দেখা গৈছে যে চুমা খালে ৰক্তচাপৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিব পাৰে। চুমা খোৱাৰ সময়ত নিৰ্গত হোৱা অক্সিট’চিন নাম হৰম’নে ৰক্তবাহী নলী প্ৰসাৰিত কৰে। যাৰ ফলত ৰক্তচাপ হ্ৰাস পায়। গতিকে চুমাই  হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত আৰু সামগ্ৰিক হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব পাৰে।

৬/ মুখৰ স্বাস্থ্য উন্নত কৰে

আচৰিত কথাটো হ’ল চুমা খালে মুখৰ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব পাৰে। চুমা খোৱাৰ সময়ত লেলাৱটিৰ উৎপাদন বৃদ্ধি পায়, যিয়ে মুখৰ পৰা খাদ্যৰ কণা, প্লেক, বেক্টেৰিয়া আদি ধুই পেলোৱাত সহায় কৰে। লেলাৱটিত এন্টিবেক্টেৰিয়েল গুণো থাকে যিয়ে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাত আৰু দাঁতৰ ক্ষয় ৰোধ কৰাত সহায় কৰিব পাৰে। কিন্তু মন কৰিবলগীয়া যে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে নিয়মিত ব্ৰাছ, কুলকুলি কৰিব লাগে।

চুমা খোৱাটো মূলতঃ আৱেগিক আৰু ৰোমান্টিক অনুভৱৰ সৈতে জড়িত যদিও চুমাই প্ৰদান কৰা অতিৰিক্ত স্বাস্থ্য উপকাৰীতা অতি আকৰ্ষণীয়। গতিকে, এই চুমা নামৰ এই উপভোগ্য মৰমক কেৱল প্ৰেমৰ বাবেই নহয়, আপোনাৰ সামগ্ৰিক মংগলৰ ওপৰত ইতিবাচক প্ৰভাৱৰ বাবেও আকোৱালি লওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd