• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা কৰা এজন বাংলাদেশীক কৰিমগঞ্জত গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 10:03 am
এন আৰ চি
128
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিত বাংলাদেশীয়ে নাম অন্তৰ্ভুক্ত কৰিবলৈ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। তেনে এক ষড়যন্ত্ৰ সফল কৰিবলৈ আহি কৰিমগঞ্জত গ্ৰেপ্তাৰ হ’ল ৰবিউল ইছলাম নামৰ এজন বাংলাদেশী নাগৰিক।

জানিব পৰা মতে অসম আৰু পশ্চিম বংগত ১৫ বছৰ ফেৰীৱালাৰ ৰূপত থকা ৰবিউলে ১৪ বছৰ পূৰ্বে পশ্চিম বংগৰ বনগাওঁ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। ফেৰীৱালাৰ ৰূপত ৰবিউলে মঙলদৈতো ৩ বছৰ কটাইছিল।

বৃহস্পতিবাৰে পাথাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা এন আৰ চি সেৱা কেন্দ্ৰত দালালৰ সহযোগত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে ৰবিউল। সেৱা কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰীয়ে সোধা-পোছা কৰাত ৰবিউলে সকলো কথা স্বীকাৰ কৰে।

এন আৰ চিৰ দায়িত্ববাহী বিষয়াৰ অভিযোগৰ ভিত্তিত পাথাৰকান্দিৰ আৰক্ষীয়ে ৰবিউলক গ্ৰেপ্তাৰ কৰে আৰু শুকুৰবাৰে আদালতত হাজিৰ কৰায়।

আনহাতে, সোণাতুলা  সীমান্তৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা আন এজন বাংলাদেশী নাগৰিক চান্দ আলী (৩৫) ক সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰি পাথাৰকান্দি থানাত চমজাই দিয়ে।

আৰক্ষীয়ে চান্দ আলীক আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে বাংলাদেশী নাগৰিকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd