• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গধুৰ বেগৰ চাপত ভাৰাক্ৰান্ত; ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন বান্ধি দিলে কৰ্ণাটক চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2023 8:12 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটক চৰকাৰে ২০১৯ চনত শিশুৰ স্কুলবেগৰ ওজন সন্দৰ্ভত গাইডলাইন জাৰি কৰিছিল। বুধবাৰেও পুনৰ সেই একেটা নিৰ্দেশনা জাৰি কৰা হয়। ৰাজ্য চৰকাৰে ব্লক পৰ্যায়ৰ সকলো শিক্ষা বিষয়াক কঠোৰভাৱে এই নিৰ্দেশনা পালন কৰিবলৈ নিৰ্দেশ দিছে।

স্কুলবেগৰ অতিৰিক্ত ওজনে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। যাৰ ফলত তেওঁলোকৰ সৰুৰে পৰাই ভেৰ্টিগো আৰু অন্যান্য শাৰীৰিক সমস্যা দেখা দিয়ে। সেই কাৰণেই কৰ্ণাটক চৰকাৰে ড° ভি পি নিৰঞ্জনাৰাধিৰ পৰামৰ্শ মতে এখন সমিতি গঠন কৰিছিল।

লগতে পঢ়ক: গুৱাহাটীত “প্ৰযুক্তি: শৈক্ষিক আৰু অৰ্থনৈতিক লক্ষ্য পুনৰ গঠন” বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

Apply Now

স্কুলবেগৰ ওজনৰ বিষয়ত বিভিন্ন পৰ্যবেক্ষণৰ অন্তত ২০১৮-২০১৯ বৰ্ষৰ ভিতৰত কমিটীয়ে প্ৰতিবেদন দাখিল কৰে। ২০১৯ চনত কৰ্ণাটক চৰকাৰে সকলো বিদ্যালয়লৈ নিৰ্দেশ জাৰি কৰিছিল যে স্কুলবেগৰ ওজন ছাত্ৰজনৰ ওজনৰ দহ শতাংশতকৈ বেছি হ’ব নালাগে।

এইবাৰ সেই কথা বিবেচনা কৰি পুনৰ নিৰ্দেশনা জাৰি কৰা হৈছে। নতুন নিৰ্দেশনা অনুসৰি স্কুল বেগৰ সৰ্বোচ্চ ওজন ছাত্ৰজনৰ ওজনৰ পোন্ধৰ শতাংশতকৈ অধিক হ’ব নালাগে।

সেই অনুসৰি, প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ বাবে বেগৰ ওজন ডেৰ কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম, তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ বাবে দুইৰ পৰা তিনি কিলোগ্ৰাম, ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ বাবে তিনিৰ পৰা চাৰি কিলোগ্ৰাম আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ বাবে চাৰিৰ পৰা পাঁচ কিলোগ্ৰামৰ ভিতৰত হ’ব লাগে।

লগতে পঢ়ক: ক্লিন ব’ল্ড হৈ ক্ষুব্ধ বেটাৰ, ১৪ বছৰীয়া বলাৰক ডিঙি চেপি হত্যা কৰি পেলালে ১৭ বছৰীয়া কিশোৰে!

নিৰ্দেশনাত উল্লেখ আছে যে বিদ্যালয়সমূহে যাতে সপ্তাহত এবাৰ বা শনিবাৰে ‘নো বেগ ডে’ উদযাপন কৰে।

চলিত বৰ্ষৰ এপ্ৰিল মাহত ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে ঘোষণা কৰিছিল যে এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলে স্কুল বেগ ওজনৰ সমস্যা সমাধান কৰাত সহায় কৰিব। বিআইএছৰ সঞ্চালক প্ৰধানেও কয় যে সংস্থাটোৰ ফালৰ পৰা এই বিষয়ত অতি শীঘ্ৰে গৱেষণা আৰম্ভ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd