• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰোৱনী হ’ব নে দাৱনী? ১৩ কোটি মূল্যৰ কৃষি ভূমি ক্ৰয় কৰিলে শ্বাখৰুখ কন্যা সুহানাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2023 4:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ খেতিত নামিব নেকি বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা সুহানা খান? কিয়নো শেহতীয়াকৈ মুম্বাইৰ আলিবাগত ১২.৯১ কোটি টকাত বিশাল পৰিমাণৰ খেতিৰ মাটি ক্ৰয় কৰিছে সুহানাই। জানিব পৰা মতে, সুহানা খানে মুম্বাইৰ আলিবাগত প্ৰায় ১.৫ একৰ কৃষিভূমি ক্ৰয় কৰিছে ।

উল্লেখ্য যে ছুপাৰষ্টাৰগৰাকীৰ কন্যা সুহানাই নতুনকৈ খোজ দিছে বলিউড জগতত। কিছুদিনৰ পিছত মুক্তি পাবলগা  ‘দ্য আৰ্চিজ’ নামৰ বোলছবিখনৰ দ্বাৰাই প্ৰথম বাৰৰ পৰ্দাত নিজৰ চেহেৰা দেখাব সুহানা খানে। 

Apply Now

শেহতীয়াকৈ সুহানাই ছবিখনৰ কলা-কুশলীৰ সৈতে ব্ৰাজিলত অনুষ্ঠিত হোৱা TUDUM অনুষ্ঠানত উপস্থিত হৈছিল ৷ এই অনুষ্ঠানতেই মুকলি কৰা হৈছিল এই ছবিখনৰ ট্ৰেইলাৰ ।  এই অনুষ্ঠানত এক সুন্দৰ নৃত্যৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিছিল সুহানাই।

সেই অনুষ্ঠানৰ পিছতেই শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে সুহানা  ৷ অৱশ্যে এইবাৰ ছবিৰ কাৰণে নহয়, বৰঞ্চ অন্য এক কাৰণত হে সামাজিক মাধ্যমৰ চৰ্চালৈ আহিছে সুহানা ৷  সুহানাই ১২.৯১ কোটি মূল্যৰ কৃষিভূমি ক্ৰয় কৰিছে ।  সুহানাই ১২.৯১ কোটি টকাত আলিবাগৰ থাল গাঁৱৰ ১.৫ একৰ কৃষিভূমি ক্ৰয় কৰিছে সুহানাই। 

এই খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগেই চৰ্চালৈ আহিছে সুহানা ৷ উল্লেখ্য যে ১ জুনত সুহানা খানে এই কৃষিভূমিৰ চুক্তি কৰিছিল । একে সময়তে সুহানা খানে এই মাটিৰ বাবে ৭৫ লাখৰো অধিক ষ্টাম্প ডিউটি আদায় দিছে । 

এই খিনিতে প্ৰশ্নৰ উদয় হৈছে যে ইমান বিশাল পৰিমাণৰ কৃষিভূমি কি কৰিব শ্বাহৰুখ কন্যাই ? সততেই বহুতৰ মনলৈ আহিছিল – হয়তো এই কৃষিভূমিত ফচল উৎপাদন কৰিব তৰুণ অভিনেত্ৰীগৰাকীয়ে। কিন্তু এই মাটি কৃষিৰ বাবে ব্যৱহাৰ নকৰে শ্বাহৰুখ কন্যাই।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বিশাল পৰিমাণৰ মাটিত ইতিমধ্যেই অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ হৈছে। অঞ্জলি, ৰেখা আৰু প্ৰিয়া নামৰ তিনিগৰাকী ভগ্নীৰ পৰা বৃহৎ অংকৰ ধনৰ বিনিময়ত নিৰ্মাণ কাৰ্যৰ বাবে সুহানাই ক্ৰয় কৰিছে এই ভূমি।

উল্লেখ্য যে সুহানাৰ প্ৰথম ছবি ‘দ্য আৰ্চিজ’ অতি সোনকালে নেটফ্লিক্সত মুক্তি পাব । একে সময়তে শ্বাহৰুখ খানৰ ‘জোৱান অৰ ডাংকি’ অতি সোনকালেই ছবিগৃহলৈ আহিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd