• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজ নিশা পুনৰ উত্তপ্ত ইম্ফল! প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ সেনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2023 10:01 am
মাজনিশা ইম্ফলত উত্তপ্ত পৰিস্থিতি।

মাজনিশা ইম্ফলত উত্তপ্ত পৰিস্থিতি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত হিংসা যেন বন্ধই নহ’ব। বৃহস্পতিবাৰে মাজ নিশা পুনৰ উত্তপ্ত হৈ পৰে  ৰাজধানী ইম্ফল। ইম্ফলৰ মাজমজিয়াত সমবেত হোৱা ৰাইজক ছত্ৰভংগ দিবলৈ সেনাই কন্দুৱা গেছ নিক্ষেপ কৰে।

সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, মণিপুৰৰ কাংপোকপি জিলাত গুলীয়াই হত্যা কৰা এজন প্ৰাক্তন নৌসেনাৰ বিষয়াক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইম্ফলত সমবেত হয় প্ৰতিবাদকাৰী। সমাৱেশৰ নেতৃত্ব দিছিল মহিলাসকলে।

প্ৰথমে বিষয়াজনৰ মৃতদেহ ইম্ফলৰ জনবহুল খোৱাইৰমবন্দ বজাৰলৈ অনা হয়। পিছত উন্মত্ত ৰাইজে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ বাসগৃহৰ সন্মুখেৰে মৃতদেহ লৈ সমদল কৰাৰ হুংকাৰ দিয়ে। আৰক্ষীয়ে যাতে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তাৰ বাবে মাজ পথত টায়াৰো জ্বলাই দিয়া হয়।

Apply Now

লগতে পঢ়ক: অন্ধকাৰত মুখ্যমন্ত্ৰী! মন্ত্ৰীক বৰ্খাস্ত ৰাজ্যপালৰ; ‘অভূতপূৰ্ব’ পদক্ষেপকলৈ তোলপাৰ তামিলনাডু

ইয়াৰ পিছতে সেই স্থানত উপস্থিত হয় সেনা-আৰক্ষী। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নৌসেনাৰ বিষয়াজনৰ মৃতদেহ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ মৰ্গলৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ পূৰ্বে সেনাই জানিবলৈ দিছিল যে বৃহস্পতিবাৰে পুৱা ৰাজ্যখনৰ এখন গাঁৱত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে কোনো প্ৰৰোচনা অবিহনে সেনাবাহিনীৰ ওপৰত গুলীচালনা কৰে। সেনাইও প্ৰত্যুত্তৰত গুলী চলায়। ইয়াতেই দুজন মেইটেই গোষ্ঠীৰ লোকৰ মৃতদেহ উদ্ধাৰ হয়। তাৰপিছতেই ইম্ফলত প্ৰতিক্ৰিয়াস্বৰূপে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

লগতে পঢ়ক: ৰাজপ্ৰসাদ এৰিলে ৰাজকুমাৰ হেৰী আৰু পত্নী মেঘানে; খালী কৰিলে ৰাণীৰ উপহাৰ ‘ফ্ৰগম’ৰ কটেজ’

বৃহস্পতিবাৰে ভাৰতীয় সেনাৰ টুইটাৰ হেণ্ডেল ‘স্পিয়াৰ কৰ্পছ’ৰ তৰফৰ পৰা জনোৱা অনুসৰি, মণিপুৰৰ হাৰাওথেল গাঁৱত টহল দি থকাৰ সময়তে অচিনাক্ত দুৰ্বৃত্তই পুৱাই সেনা বিষয়াসকলৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। সেনাৰ মতে, ‘সম্ভাৱ্য ক্ষতি’ৰ পৰা হাত সাৰিবলৈ তেওঁলোকেও প্ৰত্যত্তৰত গুলীচালনা কৰে। অঞ্চলটোত বৃহৎ সংখ্যক উন্মত্ত লোক সমবেত হোৱা বুলিও সেনাই অৱগত কৰে। পিছত সন্ধিয়া সেনাই উন্মত্ত জনতাক নিয়ন্ত্ৰণত আনে।

উল্লেখ্য যে বৃহস্পতিবাৰে হিংসাত্মক পৰিস্থিতি চলি থকা মণিপুৰলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। অৱশ্যে ৰাজ্যৰ চুৰাচান্দপুৰ জিলাৰ বিষ্ণুপুৰ অঞ্চলত তেওঁৰ কনভয়ক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ এক সূত্ৰই দাবী কৰিছে যে আক্ৰমণৰ ভয়ত কংগ্ৰেছ নেতাৰ কনভয় বন্ধ কৰি দিয়া হৈছিল।

লগতে পঢ়ক: থানাত কিশোৰী নিৰ্যাতনকাৰী আৰক্ষী বিষয়া পলাতক; সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা ডিজিপিৰ

কিন্তু ৰাহুল গান্ধী পিছত হেলিকপ্টাৰেৰে চুৰাচান্দপুৰ জিলালৈ যায়। কেইবাটাও শৰণাৰ্থী শিবিৰত গৃহহীন লোকক লগ পাইছিল। শৰণাৰ্থী শিবিৰত থকা শিশুসকলৰ সৈতে ৰাহুলে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd