• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চকুৰ পলকতে পাহাৰৰ পৰা খহি পৰা শিলে ভাঙি পেলালে গাড়ী; মৃ্ত্যু ২জনৰ, চাওক ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2023 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰিষাৰ দিনত পাহাৰবোৰ দেখিবলৈ যেনেকৈ ধুনীয়া, তেনেকৈ আকৌ ভয়ংকৰো। ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো ৰাজ্যৰ পাহাৰ খহি পৰিছে। শেহতীয়াকৈ উত্তৰাখণ্ডৰ হিমাচল প্ৰদেশৰ কেইবাটাও স্থানত ভূমিস্খলন সংঘটিত হৈছে। এইবাৰ নাগালেণ্ডত ঘটিছে ভূমিস্খলন।

মঙলবাৰে বিয়লি নাগালেণ্ডত হোৱা ভূমিস্খলনত পাহাৰৰ পৰা ডাঙৰ এচটা শিল তললৈ খহি পৰি পথত থিয় হৈ থকা দুখন বাহনত খুন্দাত পৰে। শিলটোৱে খুন্দা মৰাৰ ফলত গাড়ীত থকা দুজন লোক নিহত হোৱাৰ লগতে তিনিজন আহত হয়।

লগতে পঢ়ক: ধনী লোকৰ কাণ্ড! বন্ধ গাড়ীত পোহনীয়া কুকুৰ থৈ চাবলৈ গ’ল তাজমহল, উশাহ নাপাই গাড়ীতে মৃত্যু প্ৰভুভক্তৰ

বাতৰি অনুসৰি, মঙলবাৰে চুমৌকেডিমা জিলাৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত কোহিমাৰ পৰা ডিমাপুৰ অভিমুখী পথত সংঘটিত হয় এই দুৰ্ঘটনা। যান-জঁটৰ বাবে পাহাৰীয়া পথত গাড়ীবোৰ লাহে লাহে গতি কৰিছিল। হঠাৎ পাহাৰত ভূমিস্খলন ঘটে। ডাঙৰ ডাঙৰ শিল খহি পৰিবলৈ ধৰিলে। থিয় হৈ থকা এখন গাড়ীৰ ওপৰত হঠাতে এটা ডাঙৰ শিলে খুন্দা মাৰে। লগে লগে গাড়ীখন ভাঙি পেলায়।

শিলটোৱে লগতে ছিটিকি গৈ কাষতে থিয় হৈ থকা আন এখন গাড়ীতো খুন্দা মাৰে। সেই গাড়ীখনো উলটি গ’ল। সন্মুখত থিয় হৈ থকা আন এখন বাহনো ক্ষতিগ্ৰস্ত হয়। এই দুৰ্ঘটনাত মুঠ দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন গুৰুতৰভাৱে আহত হয়। পিছফালে থিয় হৈ থকা এখন গাড়ীৰ ডেচকেমত ধৰা পৰিল সমগ্ৰ ভিডিঅ’।

Fatal ROCKSLIDE on NH 29 Chümoukedima, near Dimapur, Nagaland. 2 dead & 3 seriously injured.

Will @nhidcl take responsibility for the fatalities caused due to the poorly constructed 4 Lane road stretch along the accident area? @TransportKE pic.twitter.com/b9FAewGIwc

— Colo Mero (@ColoMero) July 4, 2023

আৰক্ষীৰ তথ্য অনুসৰি শিলটোৰ খুন্দাত এজন লোকৰ থিতাতে মৃত্যু হয়। চিকিৎসালয়ত মৃত্যু হয় আন এজন ব্যক্তিৰ। গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে আন এজন ব্যক্তি। গাড়ীখন কাটি উদ্ধাৰ কৰা হয় তেওঁক।

দুৰ্ঘটনাটোত মৃত্যুৰ খবৰ পাই মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ই টুইটযোগে শোক প্ৰকাশ কৰে। তেওঁ কয় যে পাকালা পাহাৰ নামৰ অঞ্চলটোত ভূমিস্খলন হৈছে। লগতে তেওঁ কয় যে উদ্ধাৰ কামত ৰাজ্য চৰকাৰে সকলো সহায় আগবঢ়াইছে। মৃতকৰ প্ৰতিটো পৰিয়ালৰ বাবে ৪ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd