• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

মিনি-হৰ্নবিল উৎসৱে নাগালেণ্ডৰ সকলো খণ্ডৰ উদ্যোগীলৈ আৰ্থিক লাভ আনিব : এন ডি পি পি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 9:20 pm
Mini_Hornbill
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাসনলৈ আহিয়েই নাগালেণ্ডৰ নতুন চৰকাৰে ঘোষণা কৰা অনুসৰিয়ে এইবাৰ মিনি-হৰ্নবিল নামৰ এটা নতুন উৎসৱ পতাৰ যো-জা কৰিছে। আজি এই সন্দৰ্ভত এটা প্ৰেছ বিজ্ঞপ্তিত শাসনাধিষ্ঠিত মৰ্চা পি ডি এৰ বৃহত্তম দল এন ডি পি পিয়ে এই উৎসৱৰ প্ৰতি সমৰ্থন আগ বঢ়োৱাৰ লগতে জনজাতীয় উৎসৱৰ সৈতে একেলগে পাতিবলৈ লোৱা এই উৎসৱটোৱে ৰাজ্যখনৰ পৰ্য্যটন খণ্ডক নতুন বল দিব বুলি কয়।

এই নীতিয়ে সকলো দিশতে ব্যাপক প্ৰভাৱ পেলাব আৰু লগতে স্থানীয় অৰ্থনীতি আৰু নিয়োগ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। ৫ এপ্ৰিলৰ বিবৃতিটো কয়।

Apply Now

দলটোৰ মতে, মিনি-হৰ্নবিল উৎসৱে নাগালেণ্ডৰ পৰ্য্যটনক বাস্তৱ আৰু সামগ্ৰিক কৰি ৰাজ্যখনৰ সকলো জিলালৈকে ইয়াৰ অৰ্থনৈতিক উপকাৰ বিয়পাই দিব।

“আমাৰ সমৃদ্ধ ঐতিহ্যৰ দৃঢ় অনুভৱ প্ৰোথিত কৰাৰ লগতে স্থানীয় অৰ্থনীতিক স্থায়ী উত্থান প্ৰদানেৰে ৰাজহ বৃদ্ধিত সহায় কৰিব।” এন ডি পি পি দলটোৱে নিজৰ বিবৃতিটোত এনেদৰে কয়।

দলটোৱে কয় যে বোধহয় এইটোৱে ৰাজ্যখনৰ একমাত্ৰ ডাঙৰ উৎসৱ, যি টেক্সি ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি ট্ৰেভেল কোম্পানি, হোটেল আৰু ৰেষ্টোৰা, পদপথৰ ব্যৱসায়ী, হস্ততাঁত আৰু কাৰুশিল্প, খাদ্য উদ্যোগ, ফেশ্যন ডিজাইনাৰ আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পান আৰু অন্যান্য উদ্যোগীসকললৈ উপকাৰ কঢ়িয়াই আনে। বিবৃতিটোত আৰু কোৱা হৈছে যে দেশৰ পৰ্য্যটন মানচিত্ৰত নাগালেণ্ড ২৭ নং স্থানত আছে। “আমি একেলগে এই ৰেংক উন্নীত কৰিম।” এইদৰে কয়।

আনহাতে বিৰোধীয়ে চৰকাৰক এই সিদ্ধান্তটোৰ বাবে সমালোচনা কৰাটো দুৰ্ভাগ্যজনক বুলিও বিবৃতিটোত কোৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd