• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ আপত্তি দৰ্শাই দিল্লীত স্মাৰক-পত্ৰ প্ৰদান আম আদমি পাৰ্টীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2023 2:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আম আদমি পাৰ্টীৰ এটা সজাতি দলে দিল্লীস্থিত নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়ত অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। আপক প্ৰতিনিধিত্ব কৰে ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই। 

আম আদমি পাৰ্টীয়ে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত প্ৰস্তুত কৰা খচৰাখনৰ বিৰোধিতা কৰি এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ দাবী জনায়। যিহেতু ২০১১ চনৰ লোকপিয়লৰ তথ্য আমাৰ হাতত আছে আৰু জম্মু আৰু কাশ্মীৰত ২০১১ৰ লোকপিয়লৰ ভিত্তিতে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ইতিমধ্যে কৰিছে, সেয়ে অসমতো ২০১১ক ভিত্তিবৰ্ষ হিচাপে ল’ব লাগে। 

মাত্ৰ কেইটামান বছৰৰ বাবে কাৰ্যকৰী হ’বলগীয়া এই সমষ্টি পুনৰ নিৰ্ধাৰণত কোনো সুফল নাপায় অসমৰ জনতাই। সেয়ে ২০২৬ চনৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ’বলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগতে অসমতো এই কাম কৰা সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগক কৰিবলৈ নিৰ্বাচন আয়োগে এৰি দিব লাগে। 

আম আদমি পাৰ্টীয়ে নিৰ্বাচন আয়োগক আঙুলীয়াই দিয়ে যে এই খচৰাখনত কেইবাটাও ইতিহাস বিজড়িত সমষ্টি হয় নোহোৱা কৰি দিয়া হৈছে বা ঐতিহাসিক গুৰুত্ব কমাই দিয়া হৈছে। নিৰ্বাচন আয়োগৰ এনে কাৰ্যই বহু লোকক ক্ষোভিত কৰি তুলিছে। নাগৰিকৰ আবেগ জড়িত হৈ থকা এনে কাৰ্য নকৰিবলৈ আম আদমি পাৰ্টীয়ে দাবী জনায়।

খচৰাখনত প্ৰস্তাৱিত সমষ্টিসমূহৰ ভৌগলিক নিৰবচ্ছিন্নতাও উপেক্ষা কৰা হৈছে। এখন পঞ্চায়তক কেবাটাও ভাগ কৰি তিনিটা পৰ্যন্ত সমষ্টিত সংলগ্ন কৰা কাৰ্য প্ৰশাসনিক দিশৰ পৰা কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। আনকি এনে কৰা হৈছে যে মূল সমষ্টিটোৰ পৰা ৫০ কিলোমিটাৰ আঁতৰৰ এখন বা দুখন গাঁও লগ লগাই দিয়া হৈছে। এনে কাৰ্য বিধি বহিৰ্ভূত বুলি আপে অভিযোগ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd