• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰহ্মপুত্ৰ নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2023 4:58 pm
15.4k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে ব্ৰহ্মপুত্ৰ নদীত উপঙি থকাৰ অৱস্থাত উদ্ধাৰ হয় এটি অচিনাক্ত মৃতদেহ। ডিব্ৰুগড়ত উদ্ধাৰ হৈছে এই মৃতদেহটো।

স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰা লগে লগেই তৎক্ষণাত আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ জোৱানসকলে মৃতদেহটো উদ্ধাৰৰ বাবে ঘটনাস্থলীত থিতাতে উপস্থিত হয়।

এই ঘটনাই স্থানীয় ৰাইজক গভীৰভাৱে উদ্বিগ্ন কৰি তুলিছে।

ইয়াৰ পূৰ্বে ১১ জুনত বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত উদ্ধাৰ হৈছিল এটা মৃতদেহ। সূত্ৰই জনোৱা মতে, বুঢ়ীগাং নদীত হাত-ভৰি বান্ধি এটা বেগত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

মৃত ব্যক্তিজন বিশ্বনাথ জিলাৰ বাঘমাৰীৰ সুতপাম গাঁৱৰ এজন নূৰ হোকে বুলি চিনাক্ত কৰা হৈছে।

Recent News

বহনক্ষম উন্নয়নৰ আন্তঃগাঁথনি : বৰপেটাত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে পথ

বহনক্ষম উন্নয়নৰ আন্তঃগাঁথনি : বৰপেটাত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে পথ

ইছলাম আৰু আৰবী ভাষাৰ শিক্ষা বাধ্যতামূলক কৰিছে ইজৰাইলৰ সেনাবাহিনীত

ইছলাম আৰু আৰবী ভাষাৰ শিক্ষা বাধ্যতামূলক কৰিছে ইজৰাইলৰ সেনাবাহিনীত

মাৰ্ঘেৰিটাত পোহৰলৈ আহিছে ভুৱা ভূমি ৰাজহ কেলেংকাৰী

মাৰ্ঘেৰিটাত পোহৰলৈ আহিছে ভুৱা ভূমি ৰাজহ কেলেংকাৰী

গুৱাহাটীত ডি ৱাই এফ আইৰ কামৰূপ মহানগৰ জিলা সন্মিলন সম্পন্ন! কৰ্মসংস্থাপনৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ

গুৱাহাটীত ডি ৱাই এফ আইৰ কামৰূপ মহানগৰ জিলা সন্মিলন সম্পন্ন! কৰ্মসংস্থাপনৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd