• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মূল্যবৃদ্ধিৰ ছাইড এফেক্ট! বেনাৰসৰ পাচলিৰ দোকানত বিলাহী পহৰা দিবলৈ নমোৱা হ’ল বাউন্সাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2023 2:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকাশলংঘী হৈছে বিলাহীৰ দাম। আকাশলংঘী বিলাহীৰ দামকলৈ কটাক্ষ কৰি ছ’চিয়েল মিডিয়াত চলি আছে মিমৰ যুদ্ধ। এনে পৰিস্থিতিত বাৰাণসীৰ এজন শাক-পাচলি বিক্ৰেতাই বাউন্সাৰ নিয়োগ কৰিছে। নাই, তেওঁ পাচলিৰ দোকানত সোণ বা হীৰা বিক্ৰী নকৰে। বিলাহীৰ চৰা দামৰ বাবে পহৰা দিবলৈ তেওঁ দুজন বাউন্সাৰ নিয়োগ কৰিছে।

শাক-পাচলি বিক্ৰেতা অজয় ​​ফৌজীয়ে সংবাদ মাধ্যমক কয়, ‘’বিলাহীৰ দাম বহুত বৃদ্ধি পোৱাৰ বাবেই মই বাউন্সাৰ নিযুক্তি দিছো।‘’ তেওঁ লগতে কয়, ‘’এইবাৰ বহুতে বিলাহী চুৰি কৰাৰ চেষ্টা কৰিছে। সেইবোৰ যাতে নহ’য়, তাৰবাবে এই পদক্ষেপ।”

লগতে পঢ়ক: চীনৰ কিণ্ডাৰগাৰ্টেনত ছুৰীৰে আক্ৰমণ যুৱকৰ; তিনি শিশুসহ নিহত ৬ জন লোক

Apply Now

সমগ্ৰ উত্তৰ ভাৰতত বিলাহীৰ জুই ছাই দাম। প্ৰায়ভাগ ভাৰতীয় খাদ্যত ব্যৱহৃত এই অত্যাৱশ্যকীয় পাচলিৰপাইকাৰী মূল্য এমাহত ২৮৮% বৃদ্ধি পাইছে। দেশৰ বেছিভাগ ঠাইতে এতিয়া ১৪০ টকা বা তাতকৈ অধিক দৰত বিক্ৰী হৈছে বিলাহী। অসমৰো বিভিন্ন প্ৰান্তত বিলাহীৰ দাম প্ৰায় ১০০ টকা টকা হৈছে।

কিন্তু সেই শাক-পাচলি বিক্ৰেতাজনো সমাজবাদী পাৰ্টিৰ কৰ্মী। তেওঁ বেনাৰসৰ লংকা অঞ্চলত শাক-পাচলিৰ লগতে নিজৰ গেলামালৰ দোকানখন চলায়। কিছুদিন পূৰ্বে বেনাৰসত সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱৰ সৈতেও ফৌজীয়ে বিলাহী আকৃতিৰ কেক কাটিছিল।

তেওঁ সংবাদ মাধ্যমৰ আগত দাবী কৰে যে, ‘বিলাহীৰ দামক লৈ মানুহে তৰ্কাতৰ্কি কৰা শুনিবলৈ পাওঁ। মোৰ দোকানলৈও মানুহ আহি দাম কমাবলৈ চেষ্টা কৰে। সেই সকলোবোৰ অথন্তৰৰ অন্ত পেলাবলৈ মই ইয়াত বিলাহীৰ চোৱাচিতা কৰিবলৈ ড্ৰেছ পৰিহিত বাউন্সাৰ নিয়োগ কৰিছো।”

লগতে পঢ়ক: ড্ৰাইভাৰৰ চাকৰি খাব AI য়ে! এইবাৰ ভাৰতৰ পথতো চলিব চালকবিহীন গাড়ী

ফৌজীয়ে কয় যে তেওঁ প্ৰতি কিলোত ১৬০ টকাকৈ বিলাহীৰ চোৱাচিতা কৰিবলৈ বিক্ৰী কৰিছিল। আৰু সেই সময়ত মানুহে মাত্ৰ ৫০-১০০ গ্ৰাম টমেটো কিনিছিল। ৰাজধানী দিল্লীৰ কেইবাখনো বজাৰত বিলাহী প্ৰতি কেজি ১২৯ টকাত বিক্ৰী হোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত বিলাহী ১৫০ টকাকৈ বিক্ৰী হৈছে। অন্য মেট্ৰ’ চহৰৰ তুলনাত মুম্বাইত বিলাহীৰ দাম তুলনামূলকভাৱে কম, তাত দাম প্ৰতি কেজিত ৫৮ টকা। চেন্নাইতো যোৱা সপ্তাহত বিলাহীৰ পাইকাৰী মূল্য ৪০ টকাৰ পৰা ৮০-৯০ টকালৈ বৃদ্ধি পাইছে।

https://twitter.com/Samim267/status/1678045507040563202?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1678045507040563202%7Ctwgr%5E9d9bb70a47f82b1b72ebd8f55cb3c44114bc9e60%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fstatic.asianetnews.com%2Ftwitter-iframe%2Fshow.html%3Furl%3Dhttps%3A%2F%2Ftwitter.com%2FSamim267%2Fstatus%2F1678045507040563202%3Fref_src%3Dtwsrc5Etfw

শেহতীয়াকৈ দেশৰ দক্ষিণৰ ৰাজ্যসমূহত হোৱা মুষলধাৰ বৰষুণৰ ফলত শাক-পাচলিৰ দাম বৃদ্ধি পাইছে। আটাইতকৈ বেছি প্ৰভাৱ পৰিছে বিলাহীৰ ওপৰত, যিটো যোৱা সপ্তাহত পাইকাৰী দোকানত ১০০-১২০ টকা বা তাতকৈ অধিক মূল্যত বিক্ৰী হৈছে। ফাষ্ট ফুড চেইন মেকড’নাল্ডছে শেহতীয়াকৈ বাৰ্গাৰৰ পৰা আৰম্ভ কৰি সকলোতে বিলাহী পৰিবেশন কৰা বন্ধ কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd