• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ড্ৰাইভাৰৰ চাকৰি খাব AI য়ে! এইবাৰ ভাৰতৰ পথতো চলিব চালকবিহীন গাড়ী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2023 12:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চালকবিহীন গাড়ী কি সম্ভৱ? বিশ্বাস কৰিব নোৱাৰা কথা যেন লাগিলেও কেইদিনমানৰ পাছত ভাৰতৰ পথতো এনে এক আচৰিত দৃশ্য দেখা যাব। এটা ষ্টাৰ্ট আপ কোম্পানী মাইনাছ জিৰ’ই ভাৰতলৈ এখন চমৎকাৰ ইলেক্ট্ৰনিক গাড়ী আনিবলৈ উদ্যোগ লৈছে। এই কোম্পানীটো প্ৰতিষ্ঠা কৰিছে গগনদীপ ৰিহাল আৰু গুৰসিমৰণ কালৰাই।

বাংগালুৰুস্থিত এই কৃত্ৰিম বুদ্ধিমত্তা (AI) কোম্পানীটোৱে চালকবিহীন গাড়ী চলাই অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ চেষ্টা কৰিছে।

কোম্পানীটোৱে ইতিমধ্যে দাবী কৰিছে যে চালকবিহীন এনে গাড়ীখনেই হ’ল ভাৰতৰ প্ৰথমখন অটোনমাছ বাহন। কেমেৰা চেন্সৰ ছুইটৰ দ্বাৰা চালিত এই বৈদ্যুতিক প্ৰ’ট’টাইপটোক zPod বুলি কোৱা হয়।

Apply Now

লগতে পঢ়ক: আপত্তি নৰজিল, অপৰিৱৰ্তিত ৰূপত সদনত দাখিল কৰা হ’ব বন সংশোধনী বিধেয়ক

মাইনাছ জিৰ’ zPod হৈছে কোনো ষ্টিয়াৰিং নোহোৱাকৈ চলি থকা এখন ইলেক্ট্ৰনিক গাড়ী। গাড়ীখনৰ বিশেষ বৈশিষ্ট্য হ’ল AI ৰ সহায়ত ই সহজে যিকোনো পৰিৱেশ আৰু ভৌগোলিক বাধা অতিক্ৰম কৰিব পাৰে। জনা যায় যে গাড়ীখনত হাই ৰিজ’লিউচন কেমেৰা এনেদৰে স্থাপন কৰা হৈছে যে গাড়ীখনত এক শক্তিশালী নেটৱৰ্ক সৃষ্টি হৈছে।

দৰাচলতে এই কেমেৰাবোৰেই হৈছে বাহনখনৰ প্ৰাথমিক চেন্সৰ ব্যৱস্থা। চেন্সৰযুক্ত কেমেৰাই বাহনখনৰ চৌপাশৰ ৰিয়েল টাইমৰ ছবি ধৰি ৰাখি সেইবোৰ AI চিষ্টেমলৈ প্ৰেৰণ কৰে। এই AI ভিত্তিক প্ৰক্ৰিয়াটোৱে নেভিগেচন, গতি নিয়ন্ত্ৰণ আৰু বাধা পৰিহাৰৰ দৰে সকলো সিদ্ধান্ত লয়। কোৱা বাহুল্য যে গাড়ীখনত থকা লেভেল ৫ অটোনমিয়েই গাড়ীখনক অটোনমাছ ড্ৰাইভিঙৰ উচ্চতম স্তৰলৈ লৈ যায়।

লগতে পঢ়ক: হিংসাত্মক পশ্চিমবংগৰ পঞ্চায়ত নির্বাচন; চুৰি হোৱা বেলট বাকচ ‘উদ্ধাৰ’ অসমত

এই চালকবিহীন গাড়ী (Driverless Car) সম্পৰ্কে গগনদীপ ৰিহালে কয় যে তেওঁলোকৰ ষ্টাৰ্টআপ কোম্পানীয়ে কোনো ধৰণৰ গাড়ী নিৰ্মাণ কৰা নাছিল। কাৰণ তেওঁলোকৰ গাড়ী নিৰ্মাণৰ কোনো পৰিকল্পনা নাছিল। তেওঁলোকে মাত্ৰ এটা প্ৰ’ট’টাইপহে নিৰ্মাণ কৰিছে, যিটোৱে শ্ব’কেছ কৰাৰ কাম কৰিব। কিন্তু এনে হাইটেক গাড়ীয়ে এতিয়াও পথত চলাৰ অনুমতি লাভ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd