• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনবিশ্বাস! এইবাৰ সৰু-সুৰা অপৰাধৰ বাবে নহ’ব কাৰাবাস; কেন্দ্ৰই আনিছে নতুন বিধেয়ক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 13, 2023 12:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰু-সুৰা অপৰাধ কৰিলে অপৰাধীজন এতিয়াৰ পৰা আৰু জেললৈ যাব লগা নহ’ব। অৱশ্যে অপৰাধৰ মূল্য ঠিকেই ভৰিব লগা হ’ব। এই ক্ষেত্ৰত অপৰাধীক জৰিমনা বিহা হ’ব। কেন্দ্ৰীয় চৰকাৰে এনে এক বিধেয়ক আনিবলৈ গৈ আছে।

জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে ‘জনবিশ্বাস’ নামৰ এই বিধেয়কৰ জৰিয়তে মুঠ ৪২খন আইন সংশোধন কৰিব বিচাৰিছে। এই বিধেয়কখনত কোৱা হৈছে যে সৰু-সুৰা অপৰাধৰ ক্ষেত্ৰত কাৰাদণ্ডৰ পৰিৱৰ্তে জৰিমনা বিহা হ’ব। এই নতুন বিধেয়ক কাৰ্যকৰী হ’লে দেশত জমা হোৱা গোচৰৰ সংখ্যাৰ চাপ চম্ভালিব পৰা যাব।

উল্লেখ্য যে এই জনবিশ্বাস বিধেয়কখন যোৱা বছৰো সংসদত দাখিল কৰা হৈছিল। পিছত বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয়। বিধেয়ক সন্দৰ্ভত কেন্দ্ৰৰ বক্তব্য, চৰকাৰে দেশৰ জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰি সৰু-সুৰা অপৰাধৰ কাৰাদণ্ডৰ ব্যৱস্থা আঁতৰাব বিচাৰিছে। কিন্তু এই পৰিস্থিতিত শাস্তিৰ বাবে জৰিমনা বিধান ৰখা হয় যাতে অপৰাধীয়ে পুনৰ অপৰাধ সংঘটিত নকৰে।

Apply Now

লগতে পঢ়ক: কি নাম এই সম্পৰ্কৰ! সদায় কাজিয়া, ১০বছৰত পত্নীয়ে ৭বাৰ জেলত পঠিয়ালে স্বামীক; মুকলি কৰিও আনিলে নিজেই

কিন্তু সংসদীয় সমিতিৰ বহু সদস্যই এই জনবিশ্বাস বিধেয়কখনৰ বিৰোধিতা কৰে। এনে পৰিস্থিতিত পুনৰ সংশোধন কৰা হৈছে জনবিশ্বাস বিধেয়ক। শেহতীয়াকৈ ইয়াক কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনাইছে। এনে পৰিস্থিতিত আগন্তুক অধিৱেশনত সংসদত নতুনকৈ বিধেয়কখন দাখিল হ’ব পাৰে।

অৱশ্যে ইয়াৰ ওপৰত বিৰোধীৰ আপত্তি আছে। তেওঁলোকৰ মতে কাৰাগাৰৰ ব্যৱস্থা আঁতৰাই দিলে অপৰাধীৰ মাজত কোনো ভয় নাথাকিব। ইফালে চৰকাৰে কয় যে যুটীয়া সংসদীয় সমিতিৰ মতামত লৈ জনবিশ্বাস বিধেয়কখন সংশোধন কৰা হৈছে। সংসদত দাখিল কৰা হ’ব সংশোধিত বিধেয়কখন।

 ইয়াৰ পূৰ্বে যোৱা বছৰৰ ডিচেম্বৰ মাহত সংসদত বিধেয়কখন দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালে কৈছিল, ‘যিসকলে সৰু সুৰা ভুল কৰে তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰা উচিত নহয়। তেওঁলোকক জৰিমনা বিহা উচিত। কিন্তু তেওঁলোকক আইনী মেৰপেচত সুমোওৱা উচিত নহয়। আমি বিশ্বাস কৰোঁ যে জনসাধাৰণৰ আস্থা আৰু ব্যৱসায়ীসকলৰ আস্থা অতি গুৰুত্বপূৰ্ণ। সেইদৰে, এই বিধেয়কখনে আদালতৰ ওপৰতো বোজা হ্ৰাস কৰিব।’

লগতে পঢ়ক: কেবিনেট সিদ্ধান্ত: উচ্চ শিক্ষাত অ’বি চিৰ বাবে সংৰক্ষিত আসন ১৫ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি

কিন্তু বিৰোধীৰ যুক্তি হ’ল যে এই বিধেয়ক কাৰ্যকৰী হ’লে আদালত আৰু ন্যায় ব্যৱস্থাৰ কি হ’ব? অপৰাধীৰ দোষ ক’ত প্ৰমাণিত হ’ব? তেতিয়া যিকোনো ব্যক্তিক ন্যায় বহিৰ্ভূতভাৱে দোষী সাব্যস্ত কৰি জৰিমনা বিহা হ’ব পাৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd