• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একাঁঠু পানীত থিয় হৈ বিধায়কৰ গালত প্ৰচণ্ড চৰ মহিলাৰ; ক্ষুব্ধ কণ্ঠেৰে প্ৰশ্ন,”এতিয়া কিয় আহিছে?”

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 13, 2023 1:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধাৰাসাৰ বৰষুণৰ ফলত প্লাৱিত সমগ্ৰ উত্তৰ ভাৰত। হিমাচল প্ৰদেশৰ পৰা উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, দিল্লীলৈকে সমগ্ৰ উত্তৰ ভাৰত বানত জুৰুলা। বিগত এসপ্তাহ ধৰি ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে হাৰিয়ানাৰ ঘগ্গড় নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ফলত জলমগ্ন হৈ পৰিছে হাৰিয়ানা।

তাৰমাজতে জননায়ক জনতা পাৰ্টিৰ বিধায়ক ঈশ্বৰ সিঙে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। কিন্তু তালৈ যোৱাৰ লগে লগে এগৰাকী মহিলাই বিধায়কগৰাকীক প্ৰচণ্ড চৰ শোধালে। ক্ষোভ উজাৰি তেওঁ বিধায়কক প্ৰশ্ন কৰিলে, “আপুনি এতিয়া কিয় আহিছে?”

লগতে পঢ়ক: জনবিশ্বাস! এইবাৰ সৰু-সুৰা অপৰাধৰ বাবে নহ’ব কাৰাবাস; কেন্দ্ৰই আনিছে নতুন বিধেয়ক

বুধবাৰে সংঘটিত হয় এই ঘটনা। জননায়ক জনতা পাৰ্টিৰ বিধায়কগৰাকীয়ে হাৰিয়ানাৰ বানাক্ৰান্ত ঘুলা অঞ্চল পৰিদৰ্শন কৰে। স্থানীয় ৰাইজে বিধায়কজনক দেখি ঘেৰি ধৰে। আৱদ্ধ হৈ পৰা পানীক লৈ অভিযোগ কৰিবলৈ ধৰে। হঠাৎ ক্ষুব্ধ হৈ পৰা এগৰাকী মহিলাই আহি বিধায়কগৰাকীক চৰ শোধাই প্ৰশ্ন কৰে, ” এতিয়া কিয় আহিছে?”

#WATCH | Haryana: In a viral video, a flood victim can be seen slapping JJP (Jannayak Janta Party) MLA Ishwar Singh in Guhla as he visited the flood affected areas

"Why have you come now?", asks the flood victim pic.twitter.com/NVQmdjYFb0

— ANI (@ANI) July 12, 2023

জানিব পৰা মতে, গাঁৱৰ সমীপৰ এটা সৰু মথাউৰিৰ পৰা পানী এৰি দিয়াৰ ফলত সমগ্ৰ গাঁওখন বানপানীত বুৰ গৈছে। চৰ খাই স্তম্ভিত হৈ পৰে জেজেপিৰ বিধায়কগৰাকী। নিজৰ সম্বিৎ ঘূৰাই পোৱাৰ পিছত তেওঁ কয়, “মহিলাগৰাকীয়ে কৈ আছিল যে মই মথাউৰিটো খুলি দিব বিচাৰিছিলো। যদিও মই তেওঁক পতিয়ন নিয়াওঁ যে ই এক প্ৰাকৃতিক দুৰ্যোগ। যোৱা কেইদিনমানৰ পৰা অবিৰতভাৱে ধাৰাসাৰ বৰষুণ দি আছে।”

লগতে পঢ়ক: কি নাম এই সম্পৰ্কৰ! সদায় কাজিয়া, ১০বছৰত পত্নীয়ে ৭বাৰ জেলত পঠিয়ালে স্বামীক; মুকলি কৰিও আনিলে নিজেই

মহিলাগৰাকীয়ে চৰ মৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, “মই তেওঁক ক্ষমা কৰি দিছো। মই তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলওঁ।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd