• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মৰঙীক স্বতন্ত্ৰ বিধানসভা সমষ্টি কৰাৰ দাবীত ৰাজহুৱা সভা

পৰৱৰ্তী সময়লৈকে খুমটাই সমষ্টিৰ নাম হওক মৰঙী-খুমটাই বিধানসভা সমষ্টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2023 7:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ মৰঙীক এটা স্বতন্ত্ৰ সমষ্টিৰ মৰ্যাদা দিবলৈ চৰকাৰ তথা নিৰ্বাচন আয়োগক বৃহস্পতিবাৰে অনুষ্ঠিত এক ৰাজহুৱা সভাই আহ্বান জনায়৷ মৰঙী উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সমাজকৰ্মী ইমৰান হুছেইনৰ সঞ্চালনাত আৰু মৰঙী প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াই আঁতধৰা  সভাখনত কছাৰী আৰু আহোমৰ ইতিহাসত আলোকপাত কৰে সমাজকৰ্মী মুনিন বৰদলৈয়ে৷ 

মৰঙী ৰাজহ চক্ৰই সামৰি লোৱা অঞ্চলৰ জনগাঁথনি আৰু ভোটাৰৰ তথ্য দাঙি ধৰি বক্তব্য ৰাখে সমাজকৰ্মী তথা শ্ৰমিক নেতা ধ্ৰুৱজ্যোতি বৰাই৷ তেওঁ কয় যে নতুনকৈ সীমা নিৰ্দ্ধাৰিত খুমটাই সমষ্টিত গোলাঘাট চেণ্ট্ৰেল ডেভেলপমেণ্ট ব্লক, দক্ষিণ হেঙ্গেৰা, গুৰযোগনীয়া, শেনচোৱা আদি বিভিন্ন ঠাই অন্তৰ্ভুক্ত কৰা হৈছে যদিও প্ৰস্তাৱিত সমষ্টিটোৰ কেৱল মৰঙী ৰাজহ চক্ৰৰে প্ৰায় ৫৪ শতাংশ ভোটাৰ৷ 

Apply Now

প্ৰস্তাৱিত নতুন খুমটাই সমষ্টিৰ মৰঙীৰ ৭১৯৩১ ভোটাৰৰ বিপৰীতে বাকী খুমটাইৰ সকলো অঞ্চলৰ মুঠ ভোটাৰৰ সংখ্যা ৬১৮০৬ জন ৷ সভাৰ অন্তত গৃহীত প্ৰস্তাৱত উল্লেখ কৰা হৈছে যে তৎকালীনভাবে মৰঙিক স্বতন্ত্ৰ সমষ্টিৰূপে স্বীকৃতি দিবলৈ কাৰিকৰী অসুবিধা হয়তো আহি পৰিব৷ কিন্তু পৰবৰ্তী সমষ্টি পুনৰ্নিৰ্দ্ধাৰণলৈকে প্ৰস্তাৱিত খুমটাই সমষ্টিক মৰঙী-খুমটাই হিচাপে নতুনকৈ নামকৰণৰ কৰিবলৈ আহ্বান জনায়৷ 

এই ৰাজহুৱা সভাতে মানস বৰদলৈক সভাপতি, হেমন্ত শইকীয়াক কাৰ্যকৰী সভাপতি, ধ্ৰুৱজ্যোতি বৰাক সাধাৰণ সম্পাদক আৰু ৰাণাজিৎ হাজৰিকাক সম্পাদক হিচাপে লৈ মৰঙী স্বতন্ত্ৰ বিধানসভা সমষ্টি দাবী সমিতি নামেৰে এখন সমিতি গঠন কৰিও অনাগত সময়ত মৰঙী নামেৰে এটা বিধানসভা সমষ্টি গঠনৰ বিষয়টো আগবঢ়াই লৈ যাবলৈ । সেয়ে পৰবৰ্তী সময়ত মৰঙিক এক সুকীয়া বিধান সভা সমষ্টি গঠনৰ দাবী জনোৱাৰ লগতে প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণত কেৱল খুমটাই সমষ্টিৰ পৰিবৰ্তে মৰঙী-খুমটাই বিধান সভা সমষ্টি নামাকৰণৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগক দাবী জনাই ৰাজহুৱা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে অহা ২১ জুলাইত ভাৰতৰ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি দাবী সম্বলিত পত্ৰ প্ৰদান কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd