• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসন্তুষ্ট মহিলাসকলে দিয়ে এনে ইংগিত; পতিসকলে নুবুজিলেই বিপদ! কি কৈছে চাণক্য নীতিয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 7:26 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাণক্য প্ৰাচীন পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক। তেওঁৰ মাজত শ্ৰেষ্ঠ দাৰ্শনিক, ৰাজনীতিবিদ, অৰ্থনীতিবিদৰ সকলো গুণ উপলব্ধ আছিল। তেওঁ অৰ্থশাস্ত্ৰৰ জৰিয়তে ভাৰতীয় উপমহাদেশৰ ৰাজনীতি আৰু অৰ্থনীতিৰ আমূল পৰিৱৰ্তন আনিছিল।

প্ৰসংগক্ৰমে বহুতে জানে যে চাণক্য আছিল এজন মহান ৰাজনীতিবিদ, অৰ্থনীতিবিদ আৰু ৰণনীতিবিদ। সমগ্ৰ মৌৰ্য বংশ তেওঁৰ আঙুলিৰ ঠাৰত নিয়ন্ত্ৰিত হৈছিল। শ শ বছৰৰ আগৰ চাণক্যৰ নীতিয়ে আজিও বিশ্বৰ কোটি কোটি মানুহক পথ প্ৰদৰ্শন কৰে।

উল্লেখ্য যে আচাৰ্য চাণক্যই তেওঁৰ নীতিকথাত এনে বহু কথা কৈছে যিবোৰ আজিৰ প্ৰজন্মৰ বাবেও সমানেই প্ৰাসংগিক। এতিয়া বিষয়টো হ’ল তেওঁ নাৰী সম্পৰ্কে কি কৈছে। বিশেষকৈ বিবাহিত পুৰুষে এই কথা জনাটো প্ৰয়োজন। কাৰণ বিবাহিত জীৱনত সুখী হ’বলৈ পত্নীক বুজাটো জৰুৰী।

Apply Now

বহু সময়ত এনেকুৱা হয় যে পত্নীসকলে স্বামীক লৈ অসন্তুষ্ট থাকে। দেখা যায় যে বেছিভাগ সময়তে স্বামীয়ে নিজেই নাজানে যে তেওঁৰ পত্নীৰ খং উঠিছে। এনে পৰিস্থিতিত তৰ্ক-বিতৰ্ক আৰু খং-অভিমান আৰম্ভ হয়। এই মনোমালিন্য দূৰ কৰি বৈবাহিক জীৱন সুখী কৰিবলৈ চাণক্য নীতিত বহু কথা লিখা আছে।

জানি থওক যে কোনো পত্নীয়ে কেতিয়াও স্বামীৰ লগত বেয়া আচৰণ কৰিব নিবিচাৰে। সাধাৰণতে তেওঁলোকে হাঁহি মাতি থাকিবলৈকে ভাল পায়। স্বামীক সন্তুষ্ট কৰা বিষয়বোৰত মহিলাসকলে বিশেষ গুৰুত্ব দিয়ে। কিন্তু যদি আপুনি দেখিছে যে এগৰাকী পত্নী হঠাতে নিৰৱ হৈ পৰিছে, তেন্তে আপুনি নিশ্চয় বুজিব যে তেওঁ স্বামীৰ কোনো কামত অসন্তুষ্ট।

সাধাৰণতে পত্নীসকলে বেছি কথা পাতে আৰু স্বামীৰ লগত সুখী হ’ব বিচাৰে। কিন্তু যদি তেওঁ সদায় কাজিয়া কৰিব বিচাৰে আৰু বেয়া আচৰণ কৰি থাকে, তেন্তে বুজিব লাগিব যে তেওঁ স্বামীৰ প্ৰতি অসন্তুষ্ট।

যদি আপোনাৰ পত্নীয়ে হঠাৎ দূৰত্ব গঢ়ি তোলে আৰু আপোনাৰ লগত কথা নাপাতে, তেন্তে সেয়া এইটো নহয় যে তেওঁ আন কাৰোবাৰ কথা ভাবি আছে। হয়তো হ’ব পাৰে তেওঁ আপোনাৰ কোনো কামত আঘাত পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd